31/08/2026
ঃশোক বাৰ্তাঃ
শৰণীয়া কছাৰী জাতীয় কোষ বিপিএফ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি তথা বিপিএফৰ CWC সদস্য কুমাৰ দাস ডাঙৰীয়া যোৱাকালি সন্ধিয়া মৃত্যু বৰণ কৰে ।
তেওঁৰ মৃত্যুত শৰণীয়া কছাৰী জাতীয় কোষ বিপিএফ কেন্দ্ৰীয় সমিতিয়ে গভীৰ দুখ প্ৰকাশ কৰে । প্ৰয়াত কুমাৰ দাসৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। বি পি এফ দলে তেওঁৰ কৰ্মৰাজি সদায় মনত ৰাখিব আৰু আমাৰ বি পি এফ দললৈ তেওঁৰ অৱদানক মূল্যৱান কৰি ৰাখিব। তেওঁৰ মৃত্যু আমাৰ দলৰ বাবে এক বৃহৎ ক্ষতি ।
আমি সৰ্বশক্তিমান ঈশ্বৰৰ ওচৰত তেওঁৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰোঁ।