BJP Kokrajhar District

BJP Kokrajhar District Official page of Bharatiya Janata Party Kokrajhar District. BJP is a major political party in India, founded in 1980.

The party is associated with ideology of Nation First and advocates conservative social policies, self reliance, foreign policy driven by a nationalist agenda and strong defence.

"আজি মহাপুৰুষ Sri Sri Madhavdev-ৰ পৱিত্ৰ আৱিৰ্ভাব তিথিত তেখেতক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। তেখেতৰ ভক্তি, সাহিত্য, সংস্...
01/06/2026

"আজি মহাপুৰুষ Sri Sri Madhavdev-ৰ পৱিত্ৰ আৱিৰ্ভাব তিথিত তেখেতক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। তেখেতৰ ভক্তি, সাহিত্য, সংস্কৃতি আৰু মানবতাৰ আদৰ্শই যুগে যুগে সমাজক আলোকিত কৰি আহিছে। এই পৱিত্ৰ দিনটোত তেখেতৰ চৰণত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।"

ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ১৩৪ সংখ্যক 'মন-কী-বাত' অনুষ্ঠান সকলোৱে নিজৰ নিজৰ বুথত শ্ৰৱণ ক...
30/05/2026

ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ১৩৪ সংখ্যক 'মন-কী-বাত' অনুষ্ঠান সকলোৱে নিজৰ নিজৰ বুথত শ্ৰৱণ কৰোঁ আহক...

আজি কোকৰাঝাৰ জিলাৰ মূখ্য কাৰ্যালয়তমাননীয় জিলা সভাপতি শ্ৰীযুত Gossai Basumatary ডাঙৰীয়াৰ সভাপতিত্বত আৰু জিলাৰ সহ-প্ৰভা...
29/05/2026

আজি কোকৰাঝাৰ জিলাৰ মূখ্য কাৰ্যালয়ত
মাননীয় জিলা সভাপতি শ্ৰীযুত Gossai Basumatary ডাঙৰীয়াৰ সভাপতিত্বত আৰু জিলাৰ সহ-প্ৰভাৰী Dhwrwm Sing Basumatary ডাঙৰীয়াৰ উপস্থিতিত জিলা মূল সমিতিৰ সকলো বিষয়ববীয়া, জিলা মৰ্চাৰ সভাপতি তথা জিলা কৰ্ণধাৰ সমিতিৰ সদস্যসকলক লৈ এক বিশেষ সাংগঠনিক বৈঠক সফলভাৱে অনুষ্ঠিত হয়।

এই গুৰুত্বপূৰ্ণ বৈঠকত আগন্তুক দিনসমূহত দলীয় সাংগঠনিক দিশসমূহৰ ওপৰত বিস্তৃত আলোচনা লগতে “বিশ্বাস, উন্নয়ন আৰু জনকল্যাণ”ক আদৰ্শ হিচাপে লৈ দেশবাসীৰ সেৱাত নিয়োজিত মোদী চৰকাৰৰ সফল ১২ বছৰ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত জনকল্যাণমূলক আঁচনি,উন্নয়নমূলক পদক্ষেপ আৰু আগন্তুক কাৰ্য্যসূচীসমূহ বিষয়েও গভীৰ মতবিনিময় কৰা হয়।
সভাত উপস্থিত সকলো কৰ্মকৰ্তাই তৃণমূল পৰ্যায়ত অধিক শক্তিশালীভাৱে চৰকাৰৰ উন্নয়নমূলক সফলতা জনসাধাৰণৰ মাজত পৌঁছাই দিয়াৰ ক্ষেত্ৰত ঐক্যবদ্ধভাৱে কাম কৰাৰ সংকল্প গ্ৰহণ কৰে।



মই পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈ আহিলে বিধানসভাৰ প্ৰথম অধিবেশনতেই সমান নাগৰিক সংহিতা ( ) বিধেয়ক আনিম বুলি যি দৃ...
27/05/2026

মই পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈ আহিলে বিধানসভাৰ প্ৰথম অধিবেশনতেই সমান নাগৰিক সংহিতা ( ) বিধেয়ক আনিম বুলি যি দৃঢ় প্ৰতিশ্ৰুতি মাননীয় মুখ্যমন্ত্ৰী ড০ ডাঙৰীয়াই দিছিল, আজি সেয়া বাস্তৱ ৰূপত প্ৰতিফলিত হ’ল।
এইটো কেৱল এটা ৰাজনৈতিক ঘোষণা নাছিল—এয়া আছিল কথা আৰু কৰ্মৰ মাজত থকা সততা, দৃঢ়তা আৰু দায়বদ্ধতাৰ এক উজ্জ্বল উদাহৰণ।
জনগণক দিয়া প্ৰতিশ্ৰুতি পালন কৰি প্ৰথম অধিবেশনতেই UCC বিধেয়ক উত্থাপন কৰাৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে পুনৰ প্ৰমাণ কৰিলে—
“ #কথা_যেনে_কাম_তেনে।”
দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰি সাহসী নেতৃত্ব, সুদূৰপ্ৰসাৰী চিন্তা আৰু জনকল্যাণমূলক সিদ্ধান্তৰে ৰাজ্যক আগুৱাই নিয়াৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ড০ #হিমন্ত_বিশ্ব_শৰ্মা ডাঙৰীয়াক আন্তৰিক অভিনন্দন, গভীৰ কৃতজ্ঞতা আৰু অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।
অসমৰ উন্নয়ন, সমতা আৰু সুসংগঠিত সমাজ গঠনৰ এই যাত্ৰা অধিক শক্তিশালী হওক।
#বিজেপি_জিন্দাবাদ।

আজি অসম বিধানসভাৰ পঞ্চম দিনাৰ অধিৱেশনত জিলাৰ সভাপতি শ্ৰীযুত   ডাঙৰীয়াৰ লগতে জিলাৰ বিষয়ববীয়াসকলৰ উপস্থিতিত সাক্ষী হৈ ৰ...
27/05/2026

আজি অসম বিধানসভাৰ পঞ্চম দিনাৰ অধিৱেশনত জিলাৰ সভাপতি শ্ৰীযুত ডাঙৰীয়াৰ লগতে জিলাৰ বিষয়ববীয়াসকলৰ উপস্থিতিত সাক্ষী হৈ ৰ’ব পাৰাটো জিলা সমিতিৰ বাবে এক গৌৰৱময় আৰু স্মৰণীয় অভিজ্ঞতা। গণতন্ত্ৰৰ এই পৱিত্ৰ মঞ্চত উপস্থিত থাকি অসমৰ ৰাজনৈতিক আৰু সামাজিক ইতিহাসৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্ত স্বচক্ষে দেখাৰ সৌভাগ্য লাভ ।
আজিৰ দিনটো নিঃসন্দেহে অসমৰ ইতিহাসত এক স্মৰণীয় অধ্যায় হিচাপে চিহ্নিত হৈ ৰ’ব। অসম বিধানসভাত সম নাগৰিক সংহিতা (UCC) বিধেয়ক গৃহীত হোৱাটো কেৱল এটা আইনগত পদক্ষেপ নহয়, ই সমতা, ন্যায়, সামাজিক সুসংহতি আৰু ভাৰতীয় সংবিধানৰ মৌলিক মূল্যবোধ প্ৰতিষ্ঠাৰ দিশত এক ঐতিহাসিক অগ্ৰগতি।
এই সিদ্ধান্তে সমাজত সকলো নাগৰিকৰ বাবে সম অধিকাৰ আৰু এক সমান ন্যায়ব্যৱস্থাৰ বাৰ্তা বহন কৰিছে। গণতন্ত্ৰৰ শক্তি, সাংবিধানিক চেতনা আৰু উন্নত ভবিষ্যতৰ দিশত অসমৰ এই পদক্ষেপ যুগান্তকাৰী হিচাপে স্মৰণীয় হৈ থাকিব।

  ( )আজিৰ এই ঐতিহাসিক ক্ষণত সম নাগৰিক সংহিতা বিধেয়ক মূখ্য মন্ত্ৰী   ডাঙৰীয়াই তত্বাৱধানত সমৰ্থন কৰা এন ডি এৰ প্ৰতিগৰাকী ...
27/05/2026

( )
আজিৰ এই ঐতিহাসিক ক্ষণত সম নাগৰিক সংহিতা বিধেয়ক মূখ্য মন্ত্ৰী ডাঙৰীয়াই তত্বাৱধানত সমৰ্থন কৰা এন ডি এৰ প্ৰতিগৰাকী মাননীয় বিধায়কলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

27/05/2026 ইং তাৰিখৰ এই দিনটো অসমৰ ইতিহাসত এক স্মৰণীয় অধ্যায় হিচাপে চিহ্নিত হৈ ৰ’ব। অসম বিধানসভাত সম নাগৰিক সংহিতা (UCC) বিধেয়ক গৃহীত হোৱাটো সমতা, ন্যায় আৰু সংবিধানৰ মূল্যবোধ প্ৰতিষ্ঠাৰ দিশত এক ঐতিহাসিক পদক্ষেপ।

এই আইন কোনো ধৰ্ম বা সম্প্ৰদায়ৰ বিৰুদ্ধে নহয়; বৰং সকলো নাগৰিকৰ বাবে বিবাহ, উত্তৰাধিকাৰ, ভৰণ-পোষণ আদি ক্ষেত্ৰত সম অধিকাৰ আৰু সম আইনী সুৰক্ষা নিশ্চিত কৰাৰ এক দৃঢ় প্ৰয়াস। একেলগে খিলঞ্জীয়া জনজাতীয় সমাজৰ পৰম্পৰা আৰু সাংস্কৃতিক স্বকীয়তাকো পূৰ্ণ সন্মান জনোৱা হৈছে।

বিশেষকৈ নাৰী অধিকাৰ সুৰক্ষা, সামাজিক ন্যায় প্ৰতিষ্ঠা আৰু এক সুস্থ-সুশৃংখল সমাজ গঢ়াৰ ক্ষেত্ৰত এই আইন যুগান্তকাৰী ভূমিকা পালন কৰিব। অসমৰ উন্নত, সমতাভিত্তিক আৰু অধিক শক্তিশালী ভৱিষ্যৎ গঢ়াৰ পথত এই পদক্ষেপ সদায় স্মৰণীয় হৈ থাকিব।

25/05/2026
₹3.5 lakh crore investment boost for India! 🇮🇳🔥PM Shri Narendra Modi’s recent foreign visit strengthens India’s global s...
21/05/2026

₹3.5 lakh crore investment boost for India! 🇮🇳🔥

PM Shri Narendra Modi’s recent foreign visit strengthens India’s global standing and opens new doors in defence, AI, energy, manufacturing & infrastructure.

ষষ্ঠদশ অসম বিধানসভাৰ অধ্যক্ষ হিচাপে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱা মাননীয় শ্ৰীযুত Ranjeet Kumar Dass  ডাঙৰীয়ালৈ ...
21/05/2026

ষষ্ঠদশ অসম বিধানসভাৰ অধ্যক্ষ হিচাপে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱা মাননীয় শ্ৰীযুত Ranjeet Kumar Dass ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
২০১১ চনত প্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক হিচাপে জনসেৱাৰ পথত আগবাঢ়ি অহা সন্মানীয় দাস ডাঙৰীয়াই ইয়াৰ পূৰ্বেও অসম বিধানসভাৰ অধ্যক্ষ তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে নিষ্ঠা আৰু দক্ষতাৰে দায়িত্ব পালন কৰিছে। লগতে ২০১৭ চনৰ পৰা ২০২১ চনলৈ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি হিচাপে দলে শক্তিশালী ভেটি গঢ়ি তোলাত তেখেতৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব।
তেখেতৰ অভিজ্ঞ নেতৃত্বত ষষ্ঠদশ অসম বিধানসভাৰ কাৰ্য্যসূচী অধিক গৌৰৱময়, সুশৃঙ্খল আৰু জনমুখী হৈ উঠক — এই কামনাৰে পুনৰবাৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ।

21/05/2026

আজি #বাওখুংগ্ৰী সমষ্টিৰ এক গৌৰৱময় অধ্যায়ৰ দিন।।
শ্ৰীযুত Rupan Chandra Roy ডাঙৰীয়াই ৪নং বাওখুংগ্ৰী বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ৰূপে অসম বিধানসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰা এই শুভ মুহূৰ্তত আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

সমষ্টিবাসীৰ মৰম, আশীৰ্বাদ আৰু অগাধ বিশ্বাসক সাথী কৰি জনসেৱাৰ এই নতুন যাত্ৰাত আগুৱাই যাওঁক। আপোনাৰ নেতৃত্বত পোন প্ৰথমবাৰ বাওখুংগ্ৰী সমষ্টিৰ উন্নয়ন, শান্তি আৰু সমৃদ্ধিৰ এক নতুন অধ্যায় সূচনা হওক।
মা কামাখ্যাই সদায় আপোনাক সুস্থতা, সাহস আৰু শক্তি প্ৰদান কৰক, যাতে আপুনি নিষ্ঠাৰে ৰাইজৰ সেৱা কৰি যাব পাৰে।


Address

Golden Jubilee Road
Kokrajhar

Alerts

Be the first to know and let us send you an email when BJP Kokrajhar District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJP Kokrajhar District:

Share