BJP Baokhungri Bidhan Sabha

BJP Baokhungri Bidhan Sabha Official Page of BJP Baokhungri LAC,Kokrajhar

19/09/2023
19/09/2023

Modi Ji again in 2024

আপুনি কোকৰাঝাৰ জিলাৰ ৪ নং বাঁওখুনক্ৰি বিধানসভা সমষ্টিৰ ভোটাৰ নেকি ?সমষ্টি পুনৰ্নিদ্ধাৰণৰ ফলত কোকৰাঝাৰ জিলাৰ বহু গাওঁৰ সম...
18/09/2023

আপুনি কোকৰাঝাৰ জিলাৰ ৪ নং বাঁওখুনক্ৰি বিধানসভা সমষ্টিৰ ভোটাৰ নেকি ?

সমষ্টি পুনৰ্নিদ্ধাৰণৰ ফলত কোকৰাঝাৰ জিলাৰ বহু গাওঁৰ সমষ্টিৰ সালসলনি হৈছে , ইয়াত কোকৰাঝাৰ জিলাৰ বাঁওখুনক্ৰি বিধানসভা সমষ্টিৰ চুৰান্ত খচৰা তালিকাখন সমষ্টিবাসী ৰাইজৰ বাবে উপলব্ধ কৰা হল।

Village wise list for Baokhungri Lagislative Assembly in Kokrajhar District.

Himanta Biswa Sarma

18/09/2023

নমস্কাৰ, ভাৰতীয় জনতা পাৰ্টি , কোকৰাঝাৰ জিলাৰ বাঁওখুঙক্ৰি বিধানসভা সমষ্টিৰ এইখন Official Page ত আপোনালোক সকলকে স্বাগতম জনাইছোঁ,
মই এই সমষ্টিৰ অন্তৰ্গত প্ৰতিগৰাকী কাৰ্যকৰ্তা,আৰু বিজেপি দলৰ নীতি আদৰ্শক ভাল পোৱা ব্যক্তিক মই বাঁওখুঙক্ৰি বিধানসভা সমষ্টিৰ সামাজিক মাধ্যমৰ আহ্বায়ক হিচাপে এই পেজত সংযুক্ত হোৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছোঁ।

আজিৰ পৰা এই পেজৰ জৰিয়তে আপোনালোকে বিজেপি চৰকাৰৰ সকলো জনকল্যানমূলক আঁচনিৰ লগতে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে জানিবলৈ পাব।

ধন্যবাদ

Anirban Dash
Convenor, SM, BJP Baokhungri Bidhan Sabha
Secretary, BJP Kokrajhar District

Address

Kokrajhar
783370

Alerts

Be the first to know and let us send you an email when BJP Baokhungri Bidhan Sabha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share