চম্পানগৰ আঞ্চলিক ABMSU

চম্পানগৰ আঞ্চলিক  ABMSU Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from চম্পানগৰ আঞ্চলিক ABMSU, Social service, Kokrajhar.

25/01/2026

আজি সদ্যঘোষিত CBSE ৰ ফলাফলত আমাৰ চম্পানগৰ আঞ্চলিকৰ অন্তৰ্গত কাউনীয়াভাষা উজানপাৰা এলপি স্কুলৰ প্ৰধান শিক্ষক মাননীয় ছফিকুল...
14/05/2025

আজি সদ্যঘোষিত CBSE ৰ ফলাফলত আমাৰ চম্পানগৰ আঞ্চলিকৰ অন্তৰ্গত কাউনীয়াভাষা উজানপাৰা এলপি স্কুলৰ প্ৰধান শিক্ষক মাননীয় ছফিকুল ইছলাম ছাৰৰ ল’ৰা আছিফ আহনাফুল ইছলামে 90.8% পাই প্ৰথম বিভাগত উত্তীৰ্ণ হয়৷আমি আঞ্চলিক সমিতিয়ে তেখেতৰ ঘৰত গৈ উষ্ম আদৰনী জনাওঁ৷আমাৰ লগত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক ছেলিম সেখ ডাঙৰীয়া আৰু আঞ্চলিকৰ সতীৰ্থসকল৷

আজি ১৪/০৪/২০২৫ তাৰিখ সোমবাৰে এবিএমছুৰ উদ্যোগত দিছপুৰ চচলত ৱাকফ সংশোধনী আইন ২০২৫ ৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপ...
14/04/2025

আজি ১৪/০৪/২০২৫ তাৰিখ সোমবাৰে এবিএমছুৰ উদ্যোগত দিছপুৰ চচলত ৱাকফ সংশোধনী আইন ২০২৫ ৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়. Taison Hussain

14/04/2025

14/04/2025

ৱাকফ সংশোধনী বিধেয়ক ৰ বিৰুদ্ধে এবিএমছুৰ প্ৰতিবাদ।
স্থান: গুৱাহাটী চচল। Taison Hussain

সকলোৰে সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ।। Taison Hussain    ABMSU JINDABAD
12/04/2025

সকলোৰে সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ।। Taison Hussain ABMSU JINDABAD

11/04/2025

১০ এপ্ৰিল তাৰিখে কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আৰু ফকিৰাগ্ৰাম আঞ্চলিক সমিতিৰ সহযোগত ABMSU ৰ ২০তম প্ৰতিষ্ঠা দিৱসৰ উদ্ধোধনী ভাষণ@selim Sheik

11/04/2025

Taison Hussain

১০ এপ্ৰিল তাৰিখে কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আৰু ফকিৰাগ্ৰাম আঞ্চলিক সমিতিৰ সহযোগত ABMSU ৰ ২০তম প্ৰতিষ্ঠা দিৱস ফকিৰাগ্ৰা...
11/04/2025

১০ এপ্ৰিল তাৰিখে কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আৰু ফকিৰাগ্ৰাম আঞ্চলিক সমিতিৰ সহযোগত ABMSU ৰ ২০তম প্ৰতিষ্ঠা দিৱস ফকিৰাগ্ৰামৰ কালঝাৰত অনুষ্ঠিত কৰা হয়....তাৰে কিছুমান দৃশ্য...

আজি ফকিৰাগ্ৰামৰ কালঝাৰত কোকৰাঝাৰ জিলা ভিত্তিত এবিএমছুৰ বিংশতম প্ৰতিষ্ঠা দিৱস ৷ সকলোৰে উপস্থিতি কামনা কৰিলোঁ ৷      ABMSU...
10/04/2025

আজি ফকিৰাগ্ৰামৰ কালঝাৰত কোকৰাঝাৰ জিলা ভিত্তিত এবিএমছুৰ বিংশতম প্ৰতিষ্ঠা দিৱস ৷
সকলোৰে উপস্থিতি কামনা কৰিলোঁ ৷

ABMSU ABMSU Kokrajhar District Committee Taison Hussain

Address

Kokrajhar

Website

Alerts

Be the first to know and let us send you an email when চম্পানগৰ আঞ্চলিক ABMSU posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category