Maynuddin, a friend of the poor

Maynuddin, a friend of the poor Social service

সমূহ অসমবাসীলৈ পৱিত্ৰ ঈদৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰো পৱিত্ৰ ঈদে সকলো শ্ৰেণীৰ ৰাইজৰ মাজত সাতামপুৰুষীয়া সম্...
02/05/2022

সমূহ অসমবাসীলৈ পৱিত্ৰ ঈদৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰো পৱিত্ৰ ঈদে সকলো শ্ৰেণীৰ ৰাইজৰ মাজত সাতামপুৰুষীয়া সম্প্ৰীতিৰ বান্ধোন অধিক কটকটীয়া কৰি সমাজখনক আগুৱাই লৈ যাওঁক। এই পবিত্র ঈদে যেন সকলোৰে মাজলৈ কঢ়িয়াই আনক শান্তি সমৃদ্ধি আৰু একতাৰ বাৰ্তা। লগতে বিভিন্ন জাতি - জনগোষ্ঠীৰ মিলনৰ ভূমি এইখন অসমত সকলোকে শান্তিৰ বাণীৰে উদ্বুদ্ধ কৰি তোলক তাৰে কামনাৰে পুনৰবাৰ পৱিত্ৰ ঈদৰ শুভেচ্ছা জঁনাইছো।

ময়নুদ্দিন মণ্ডল।
জোনাকি এনজিও কৰ্ত্তিমাৰী।
সাধাৰণ সম্পাদক|

এই কবিতাটি কোনে কোনে পঢ়িছিলা          মই পঢ়িছিলো
26/04/2022

এই কবিতাটি কোনে কোনে পঢ়িছিলা
মই পঢ়িছিলো

আপোনা লোকৰ মতা- মত কি বাৰু
23/04/2022

আপোনা লোকৰ মতা- মত কি বাৰু

এখন হল সোণৰ অসম এনেকুৱা এখন অসমেই হৈ থাকক চিৰদিন, চিৰকাল।ফটো- ফেচবুক।
17/04/2022

এখন হল সোণৰ অসম
এনেকুৱা এখন অসমেই হৈ থাকক চিৰদিন, চিৰকাল।

ফটো- ফেচবুক।

12/04/2022
please share and like.
09/04/2022

please share and like.

জোনাকী এনজিও কৰ্তিমাৰি তৰফৰ পৰা বি.টি.চি ৰ লগতে সমগ্র অসমবাসীক পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ ।  ...
02/04/2022

জোনাকী এনজিও কৰ্তিমাৰি তৰফৰ পৰা বি.টি.চি ৰ লগতে সমগ্র অসমবাসীক পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ ।
ধন্যবাদেৰে—
ময়নুদ্দিন মণ্ডল
জোনাকী এনজিও কৰ্তিমাৰি
সম্পাদক ।

অভাবের সময়ে , পেলিকানরা তাদের বাচ্চাদের খাওয়ানোর জন্য তাদের নিজের বুকে ক্ষত করে । রক্তের পুষ্টিগুণ শিশুদের বাঁচিয়ে রা...
27/03/2022

অভাবের সময়ে , পেলিকানরা তাদের বাচ্চাদের খাওয়ানোর জন্য তাদের নিজের বুকে ক্ষত করে । রক্তের পুষ্টিগুণ শিশুদের বাঁচিয়ে রাখতে পারে যতক্ষণ না আরও পর্যাপ্ত পরিমাণে খাবার পাওয়া যায় ।
মা হলো আল্লাহ দেওয়া পৃথিবীর সেরা উপহার ,আমি ভালো আছি কিনা কন্ঠ শুনেই মা উপলব্ধি করতে পারে। হ্যা , এটাই আমার মা !
আল্লাহ আমাদের সকলের মা বাবাকে সুস্থতা ও নেক হায়াত দান করুন , এবং যাদের মা বাবা এই দুনিয়াতে নেই আল্লাহ তাদের ভুলত্রুটি ক্ষমা করে জান্নাত নসিব করুন ..... আমিন

Donate for poor friends Brothers and sisters can donate 10 rupees and 20 rupees. Account number is given. If you think t...
19/03/2022

Donate for poor friends Brothers and sisters can donate 10 rupees and 20 rupees. Account number is given. If you think there is no oppression.
Please donate. The money you give through other NGOs will be given to poor family members.
Iti,
A/C Name,
Jonaki NGO Kartimari.
UCO, A / C = 0404210001110
IFSC.UCBA0000404.

Date,17/03/2022.In the village of Jonatari, a fire broke out in the house of a halghora man and all his belongings were ...
17/03/2022

Date,17/03/2022.
In the village of Jonatari, a fire broke out in the house of a halghora man and all his belongings were destroyed. A little help was provided by the firefighting JONAKI NGO KARTIMARI.
Iti,
MAYNUDDIN MANDAL
JONAKI NGO KARTIMARI
Secretary.

08/03/2022

Address

Kokrajhar
783337

Telephone

+916002147422

Website

Alerts

Be the first to know and let us send you an email when Maynuddin, a friend of the poor posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Maynuddin, a friend of the poor:

Share

Category