Koch Rajbongshi Cell BPF

Koch Rajbongshi Cell BPF Politician

11/01/2026
16/08/2025
“ৰাইজে চাবলৈ বহু অপেক্ষা কৰি আছে” প্রতিদিন টিভি চেনেলৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অংশগ্ৰহণ ...
16/08/2025

“ৰাইজে চাবলৈ বহু অপেক্ষা কৰি আছে” প্রতিদিন টিভি চেনেলৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অংশগ্ৰহণ কৰে BTC-ৰ প্ৰাক্তন প্ৰধান BPF দলৰ মুৰব্বী মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী ছাৰ ডাঙৰীয়াই 🌟👏

14/08/2025
14/08/2025
আজি সন্ধিয়া বনৰগাঁও ব্লক BPF অন্তৰ্গত ২নং ডালোৱাবাৰী গাঁওৰ ক্ষত্ৰিয়পাৰাত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ গাঁওৰ ৰাইজৰ লগত তেখে...
11/08/2025

আজি সন্ধিয়া বনৰগাঁও ব্লক BPF অন্তৰ্গত ২নং ডালোৱাবাৰী গাঁওৰ ক্ষত্ৰিয়পাৰাত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ গাঁওৰ ৰাইজৰ লগত তেখেতসকলৰ কিছু সমস্যা আৰু আগন্তুক পৰিষদীয় নিৰ্বাচনৰ বিষয় লৈ মত-বিনিময় কৰা হয। উক্ত সভাত উপস্থিত থাকে কোচ ৰাজবংশী জাতীয় কোষ বিপিএফৰ সাধাৰণ সম্পাদক দিপন অধিকাৰী ডাঙৰীয়া,সম্পাদক জয়ন্ত ৰায়,সম্পাদক নৱজিত ৰায়,সাংগঠনিক সম্পাদক ধনোজিত ৰায়ৰ লগতে ক্ষত্ৰিয়পাৰাৰ গাঁওৰ গাঁওবুঢ়া মহোদয় আৰু সন্মানীয় ৰাইজ।

আজি ১০/০৮/২০২৫ ইং তাৰিখ ৰবিবাৰে বাগানপাৰা ব্লক কমিটি বি পি এফৰ কাৰ্যালয়ত বাগানপাৰা ব্লক কোঁচ ৰাজবংশী জাতীয় কোষ বি পি এ...
10/08/2025

আজি ১০/০৮/২০২৫ ইং তাৰিখ ৰবিবাৰে বাগানপাৰা ব্লক কমিটি বি পি এফৰ কাৰ্যালয়ত বাগানপাৰা ব্লক কোঁচ ৰাজবংশী জাতীয় কোষ বি পি এফৰ কাৰ্যকৰী সভা অনুস্থিত হয় ।
উক্ত সভাত অংশ গ্ৰহণ কৰে কোঁচ ৰাজবংশী জাতীয় কোষ কেন্দ্ৰীয় কমিটিৰ সভাপতি যতীন ৰাজবংশী ডাঙৰীয়া,, সাধাৰণ সম্পাদক দিপন অধিকাৰী, সম্পাদক জয়ন্ত ৰায়, মুচলপুৰ জিলা কোঁচ ৰাজবংশী জাতীয় কোষৰ সভাপতি খনিন দাস , সম্পাদক প্ৰতুল দাস ,প্ৰাক্তন ই এম্ বনমালি বড়ো Sir, বাগানপাৰা ব্লক বিপিএফৰ কমিটিৰ সাধাৰণ সম্পাদক দীপক বড়ো ডাঙৰীয়াৰ, লগতে বাগানপাৰা ব্লক কোষৰ কোঁচ ৰাজবংশী জাতীয় বিষয় ববিয়া সকল ।

10/08/2025

Address

Kokrajhar

Website

Alerts

Be the first to know and let us send you an email when Koch Rajbongshi Cell BPF posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share