KAKI কাকী

KAKI কাকী I � Kaki I Love Kaki

30/03/2026
08/02/2026
Big update for Lanka Railway Station! 🚂Avadh Assam, Kanchanjunga & Rangia Silchar Express will soon halt here.
19/01/2026

Big update for Lanka Railway Station! 🚂

Avadh Assam, Kanchanjunga & Rangia Silchar Express will soon halt here.

24/10/2025

*বিনম্ৰ গোহাৰি*

শ্ৰদ্ধা গ্ৰহণ কৰিব।আপোনালোকক সাদৰেৰে জনাঁও যে, কাকী কেন্দ্ৰীয় গামখাৰু ৰঙালী বিহু উৎসৱ উদ্ যাপন সমিতিৰ ব্যৱস্থাপনাত ১ নং কাকী ক্ৰীড়া সন্থাৰ খেলপথাৰত হিয়াৰ আমঠু,প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পূৰ্ণাঙ্গ প্ৰতিমূৰ্তি স্থাপনৰ প্ৰথমটো পদক্ষেপ হিচাপে ইতিমধ্যে আধাৰশিলা স্থাপন কৰা হৈছে।বৰ্তমান,প্ৰতিমূৰ্তিভাগৰ কাম আগবঢ়াবৰ বাবে আপোনালোক/আপোনাসৱৰ দিহা-পৰামৰ্শ,সহায়-সহযোগিতা কামনা কৰি এখনি সাধাৰণ সভাৰ আহ্বান কৰা হৈছে।

সেয়ে,আপোনাসৱ সকলোৰে উপস্থিতি নিমোক্ত স্থান,তাৰিখ ও সময়ত বিনম্ৰভাৱে কামনা কৰিলো।

ধন্যবাদেৰে,

প্ৰতিমূৰ্তি স্থাপন সমিতি,গামখাৰু,কাকী-১।

স্থানঃ কাকী ক্ৰীড়া সন্থাৰ খেলপথাৰ।
সময়ঃ বিয়লি ৩ বজা
দিনাংকঃ ২৬/১০/২৫(ৰবিবাৰ)।

24/10/2025

সকলোৰে হিয়াৰ আমথু শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধলৈ সকলোলে নিমন্ত্ৰণ জনালো।
27/09/2025

সকলোৰে হিয়াৰ আমথু শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধলৈ সকলোলে নিমন্ত্ৰণ জনালো।

06/08/2025

Still breathing. Still fighting. Still here.

Here’s your detailed hourly forecast for 16 July in Kaki, Assam: • 🌥️ Afternoon showers likely between 1 PM to 4 PM with...
16/07/2025

Here’s your detailed hourly forecast for 16 July in Kaki, Assam:

• 🌥️ Afternoon showers likely between 1 PM to 4 PM with brief cloudy intervals.

• ⚡ Temperatures will range from 28 °C to 32 °C, peaking around 6 PM.

• ☔ Expect scattered rain again during 9 PM–10 PM, easing to partial clouds by late evening.

An electric rickshaw met with an accident in front of Kaki Sankardev Vidya Niketan after it rammed into an electric pole...
15/07/2025

An electric rickshaw met with an accident in front of Kaki Sankardev Vidya Niketan after it rammed into an electric pole on the roadside. Fortunately, no passengers were injured in the incident. Local residents quickly responded, helping recover the rickshaw and ensuring the safety of all onboard. Investigation is underway.

কাকী শংকৰদেৱ বিদ্যা নিকেতনৰ সন্মুখত এখন বৈদ্যুতিক ৰিক্সা পথৰ দাঁতিত থকা বৈদ্যুতিক খুঁটাত খুন্দা মৰাৰ ফলত এক দুৰ্ঘটনা সংঘটিত হয়। সৌভাগ্যক্ৰমে এই ঘটনাত কোনো যাত্ৰী আহত হোৱা নাই। স্থানীয় বাসিন্দাসকলে দ্ৰুত সঁহাৰি জনাই ৰিক্সাখন উদ্ধাৰ কৰাত সহায় কৰে আৰু সকলোৰে সুৰক্ষা নিশ্চিত কৰে।

Address

Kaki
782442

Website

Alerts

Be the first to know and let us send you an email when KAKI কাকী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share