Jugal kalita social Activity

Jugal kalita social Activity Jugal kalita

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি পদত অধিষ্ঠিত হোৱাৰ বাবে নিতিন নবীন দেৱলৈ লৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালো। ...
14/12/2025

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি পদত অধিষ্ঠিত হোৱাৰ বাবে নিতিন নবীন দেৱলৈ লৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালো। তেওঁৰ নেতৃত্ব আৰু দূৰদৰ্শিতাই নিশ্চিতভাৱে দলটোক শক্তিশালী কৰিব আৰু বহুতক অনুপ্ৰাণিত কৰিব। এই নতুন ভূমিকাত তেওঁক সফলতা আৰু উন্নতি কামনা কৰিছোঁ। তেখেতৰ কাৰ্যকাল সম্মান, ঐক্য আৰু দেশৰ তথা দলৰ সেৱাৰ বাবে উচৰ্গিত হওক তাৰ কামনা কৰিলো।
Narendra Modi
Amit Shah
Bharatiya Janata Party (BJP)

11/01/2025
06/01/2025
15/12/2024

📌শ্ৰীভূমিত আৰক্ষী জোৱানক মহটিয়াই নিয়া অপৰাধীলৈ আৰক্ষীৰ গুলী।

Address

Jorhat

Website

Alerts

Be the first to know and let us send you an email when Jugal kalita social Activity posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Jugal kalita social Activity:

Share

Category