বাঘচোং বহুমুখী প্ৰাথমিক কৃষি ঋণ সমবায় সমিতি।

  • Home
  • India
  • Jorhat
  • বাঘচোং বহুমুখী প্ৰাথমিক কৃষি ঋণ সমবায় সমিতি।

বাঘচোং বহুমুখী প্ৰাথমিক কৃষি ঋণ সমবায় সমিতি। Baghchung Mpacs Ltd.

27/08/2026

আনুষ্ঠানিক ভাৱে আজি আমাৰ বাঘচোং কৃষিঋণ সমবায় সমিতি খন শুভাৰম্ভ আৰু বাৰ্ষিক সভা অনুষ্ঠিত কৰা হল।

৮০ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছাৰে 🙏বাঘচোং সমবায় সমিতিৰ স্বাধীনতা দিৱস উদযাপন।
15/08/2026

৮০ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছাৰে 🙏
বাঘচোং সমবায় সমিতিৰ স্বাধীনতা দিৱস উদযাপন।

15/08/2026

যোৱা ইংৰাজী ১৪/০৮/২০২৬ তাৰিখে আমাৰ বাঘচোং সমবায় সমিতি খন ধৰ্মীয় ৰীতি নীতিৰে 🙏 শুভাৰম্ভ কৰা হল।সকলোৱে আশীৰ্বাদ কৰিব যাতে অনাগত প্ৰতিটো কাম সফলতাৰ শীৰ্ষত থাকি সকলো মিলা প্ৰীতিৰে ৰাইজৰ সেৱা কৰি এখন স্বাবলম্বী সমাজ গঢ়ি তুলিবলৈ যি প্ৰচেষ্টা আৰু সপোন,সেইয়া যেন দিঠক হয়।

আৰম্ভণিলৈ অলপ সময়।।সকলো স্বাবলম্বী হওক✊ আশাৰে বিশেষ  আলোচনা। .
02/08/2026

আৰম্ভণিলৈ অলপ সময়।।
সকলো স্বাবলম্বী হওক✊ আশাৰে বিশেষ আলোচনা।
.

Business development plants are being constructed for the beneficiaries
25/07/2026

Business development plants are being constructed for the beneficiaries

বিশেষ আলোচনা mpacs
25/07/2026

বিশেষ আলোচনা
mpacs

আৰম্ভ কৰা হৈছে অফিচ ৰ কাম।
22/07/2026

আৰম্ভ কৰা হৈছে অফিচ ৰ কাম।

Address

Old Baghchung Devlopment Block Office, Baghchung
Jorhat

Website

Alerts

Be the first to know and let us send you an email when বাঘচোং বহুমুখী প্ৰাথমিক কৃষি ঋণ সমবায় সমিতি। posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category