Civil Defence, Jorhat, Assam

Civil Defence, Jorhat, Assam Join Civil Defence & Serve the Nation

অসামৰিক প্ৰতিৰক্ষা বিভাগ, যোৰহাটক সমাজৰ প্ৰতি উৎকৃষ্ট সেৱা আগবঢ়োৱাৰ বাবে যোৰহাটৰ এক অগ্ৰণী অনুষ্ঠান “প্ৰতীতি”য় তেখেতসক...
12/10/2025

অসামৰিক প্ৰতিৰক্ষা বিভাগ, যোৰহাটক সমাজৰ প্ৰতি উৎকৃষ্ট সেৱা আগবঢ়োৱাৰ বাবে যোৰহাটৰ এক অগ্ৰণী অনুষ্ঠান “প্ৰতীতি”য় তেখেতসকলক বৰেণ্য ব্যক্তি সম্বৰ্দ্ধনা অনুষ্ঠানত বিশেষভাৱে সম্বৰ্ধনা জনাইছে। 🙏

09/10/2025

যোৱা 21 জুলাই, 2025 তাৰিখৰ পৰা অনুষ্ঠিত হোৱা সাক্ষাৎকাৰৰ ভিত্তিত Civil Defence Basic Training ৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলৰ 2 নং তালিকা অহা —

15 অক্টোবৰ, 2025 (বুধবাৰ)
ৰাতিপুৱা 11 বজাত
QRT training center
Opposite rajmao pukhuri
Near indoor stadium ত

প্ৰশিক্ষণৰ বাবে উপস্থিত থাকিবলৈ জনোৱা হৈছে।

👉 সকলো প্ৰাৰ্থীক সময়মতে উপস্থিত থাকিবলৈ জনোৱা হৈছে।

"Yesterday, Civil Defence Officers and Volunteers of Jorhat district supported the District Administration at Puja Dubi ...
03/10/2025

"Yesterday, Civil Defence Officers and Volunteers of Jorhat district supported the District Administration at Puja Dubi Ghat during the Durga Puja immersion. They performed their duties with dedication to ensure safety and smooth arrangements."

“Civil Defence officers and volunteers of Jorhat district are attending the tribute ceremony of Assam’s Heartbeat, Zubee...
01/10/2025

“Civil Defence officers and volunteers of Jorhat district are attending the tribute ceremony of Assam’s Heartbeat, Zubeen Garg, at JDSA Field, Jorhat, in collaboration with the District Administration, Jorhat.”

জনপ্ৰিয় গায়ক জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সকলো সদস্যই গভীৰ শোক প্ৰকাশ কৰিছো। সংগীত জগতৰ লগতে...
20/09/2025

জনপ্ৰিয় গায়ক জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সকলো সদস্যই গভীৰ শোক প্ৰকাশ কৰিছো। সংগীত জগতৰ লগতে অসমীয়া সমাজে এটা অনন্য প্ৰতিভা হেৰুৱালে।

জুবিন গাৰ্গ কেৱল গায়ক নহয়, তেওঁ এজন সংগীত পৰিচালক, অভিনেতা আৰু সমাজসেৱী হিচাপেও জনপ্ৰিয় আছিল। অসমীয়া, হিন্দী, বঙালী, তামিল, তেলুগু আদি বহু ভাষাত তেওঁ গীত গাই দেশৰ সংগীত জগতত এক বিশেষ স্থান দখল কৰিছিল। "Ya Ali", "O Bideshi Bondhu", "Pakhi", "Anamika" আদিৰ দৰে অসংখ্য কালজয়ী গীতৰ বাবে তেওঁ কোটি কোটি ভক্তৰ হৃদয়ত অমৰ হৈ থাকিব।

অসমীয়া সংস্কৃতি আৰু পৰিচয়ক বিশ্বমঞ্চলৈ লৈ যোৱাৰ ক্ষেত্ৰত তেওঁৰ অবদান অমূল্য। তেওঁৰ মৰ্মস্পৰ্শী কণ্ঠই সদায় আমাৰ মাজত জীৱন্ত হৈ থাকিব।

তেওঁৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক। 🙏

"Civil Defence, Jorhat participated in the District Level Dr. Bhupen Hazarika Birth Centenary Programme at Jorhat, along...
09/09/2025

"Civil Defence, Jorhat participated in the District Level Dr. Bhupen Hazarika Birth Centenary Programme at Jorhat, along with the District Administration, Jorhat."

04/09/2025

যোৱা ২১ জুলাই, ২০২৫ তাৰিখে অনুষ্ঠিত হোৱা সাক্ষাৎকাৰৰ ভিত্তিত Civil Defence Basic Training ৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলৰ ১ নং তালিকা অহা —

৬ ছেপ্টেম্বৰ, ২০২৫ (শনিবাৰ)
বিয়লি ১টা ৪৫ মিনিটত
৪ নং ৱাৰ্ড প্ৰাথমিক বিদ্যালয়ত

প্ৰশিক্ষণৰ বাবে উপস্থিত থাকিবলৈ জনোৱা হৈছে।

👉 সকলো প্ৰাৰ্থীক সময়মতে উপস্থিত থাকিবলৈ জনোৱা হৈছে।

"Civil Defence Department, Jorhat District, is actively performing its duties at Puja Dubi Ghat, Jorhat, on the occasion...
30/08/2025

"Civil Defence Department, Jorhat District, is actively performing its duties at Puja Dubi Ghat, Jorhat, on the occasion of Ganesh Puja immersion, in coordination with District Administration, Jorhat, and Jorhat Police Department."

“যোৱা ২১ জুলাই, ২০২৫ তাৰিখৰ পৰা অনুষ্ঠিত হোৱা সাক্ষাৎকাৰৰ ভিত্তিত Civil Defence ৰ Basic Training ৰ বাবে নিৰ্বাচিত প্ৰাৰ্...
29/08/2025

“যোৱা ২১ জুলাই, ২০২৫ তাৰিখৰ পৰা অনুষ্ঠিত হোৱা সাক্ষাৎকাৰৰ ভিত্তিত Civil Defence ৰ Basic Training ৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলৰ 8 নং তালিকা আজিৰ দিনটোত প্ৰকাশ কৰা হৈছে।”

“যোৱা ২১ জুলাই, ২০২৫ তাৰিখৰ পৰা অনুষ্ঠিত হোৱা সাক্ষাৎকাৰৰ ভিত্তিত Civil Defence ৰ Basic Training ৰ বাবে নিৰ্বাচিত প্ৰাৰ্...
28/08/2025

“যোৱা ২১ জুলাই, ২০২৫ তাৰিখৰ পৰা অনুষ্ঠিত হোৱা সাক্ষাৎকাৰৰ ভিত্তিত Civil Defence ৰ Basic Training ৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলৰ 7 নং তালিকা প্ৰকাশ কৰা হৈছে।”

“যোৱা ২১ জুলাই, ২০২৫ তাৰিখৰ পৰা অনুষ্ঠিত হোৱা সাক্ষাৎকাৰৰ ভিত্তিত Civil Defence ৰ Basic Training ৰ বাবে নিৰ্বাচিত প্ৰাৰ্...
22/08/2025

“যোৱা ২১ জুলাই, ২০২৫ তাৰিখৰ পৰা অনুষ্ঠিত হোৱা সাক্ষাৎকাৰৰ ভিত্তিত Civil Defence ৰ Basic Training ৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলৰ 6 নং তালিকা আজিৰ দিনটোত প্ৰকাশ কৰা হৈছে।”

“যোৱা ২১ জুলাই, ২০২৫ তাৰিখৰ পৰা অনুষ্ঠিত হোৱা সাক্ষাৎকাৰৰ ভিত্তিত Civil Defence ৰ Basic Training ৰ বাবে নিৰ্বাচিত প্ৰাৰ্...
21/08/2025

“যোৱা ২১ জুলাই, ২০২৫ তাৰিখৰ পৰা অনুষ্ঠিত হোৱা সাক্ষাৎকাৰৰ ভিত্তিত Civil Defence ৰ Basic Training ৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলৰ পঞ্চম খন তালিকা আজিৰ দিনটোত প্ৰকাশ কৰা হৈছে।”

Address

New Court Building, DC Office Jorhat
Jorhat
785001

Opening Hours

Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm

Alerts

Be the first to know and let us send you an email when Civil Defence, Jorhat, Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Civil Defence, Jorhat, Assam:

Share