CSC Academy Center

CSC Academy Center Digital Seva, Online Exam Center. Our Website arunodoyacademy.co.in

এটা বহুত বহুত বেছি ভাল খবৰ। ভৱিষ্যতৰ বাবে নিজক অকণমান সুৰক্ষা দিব পাৰিব। আনে দিব নোৱাৰা কিবা এটা দিব চেষ্টা কৰিছো। আগ্ৰহ...
07/02/2023

এটা বহুত বহুত বেছি ভাল খবৰ। ভৱিষ্যতৰ বাবে নিজক অকণমান সুৰক্ষা দিব পাৰিব। আনে দিব নোৱাৰা কিবা এটা দিব চেষ্টা কৰিছো। আগ্ৰহী সকলে ইনবক্স কৰিব। মাৰ্চ মাহৰ আগত গ্ৰহণ কৰিব লাগিব এই সুবিধা।

Amrit Institute of Management and IT, Lahdoigarh ৰ নতুন সংযোজন।
যদি আপোনালোকে আমাৰ Institute ৰ অধীনত ADCA, PGDCA course কৰিব বিচাৰে তেন্তে আপোনালোকে NAPS ৰ অধীনত 60 বছৰ বয়স লৈকে মাহে 1500/- টকাকৈ ভাৰত চৰকাৰৰ পৰা সাহায্য লাভ কৰা সুবিধা গ্ৰহণ কৰিব পাৰিব।
Offer valid মাৰ্চ 2023 লৈকে।

(TC apply)

06/09/2022

#চি_এছ_চি পৰিবহন সেৱা কিয় প্ৰয়োজন ?

X : বন্ধু, কিয় চিন্তাত আছা ।

Y : আজি দেওবাৰ Pollution Centre বন্ধ, কালিলৈ কৰিব গলে ₹৫০০ টকা জৰিমনা দিব লাগিব । ইফালে জিলা পৰিবহন বিভাগে Enforcement Drive আৰম্ভ কৰিছে । কি কৰো ভাবি পোৱা নাই । এই মাত্ৰ চি.এছ.চি সঞ্চালক জনক সোধাত তেওঁ জনালে।

X : সজাগতা আৰু অৱহেলাৰ বাবে আমি এনেদৰে বিপদত পৰিব লাগে । তোমাৰটো ড্ৰাইভিং লাইচেন্স ও নাই ? ঘৰৰ কাষতে সকলো কাম হোৱাৰ পাছতো ?

আহক আমি সকলোকে সজাগ কৰো।

Our Students
16/08/2022

Our Students

https://youtu.be/4XgnvcyPvVs
06/08/2022

https://youtu.be/4XgnvcyPvVs

How to Link Aadhar with Voter IdVoter Card ke math Aadhar card raise link Kare I Form 6B ECIকি দৰে কৰিব ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড লিংকLink নকৰা ভোটাৰ কাৰ্ড...

Contact Us
19/06/2022

Contact Us

Coming soon!!Registration for   at CSC under the   Scheme...
19/06/2022

Coming soon!!

Registration for at CSC under the Scheme...

এই কাম কৰিলে ধন পোৱাটো নিশ্চিত,সকলো কৃষকে এই কাম কৰাটো বাধ্যতামূলক
01/06/2022

এই কাম কৰিলে ধন পোৱাটো নিশ্চিত,
সকলো কৃষকে এই কাম কৰাটো বাধ্যতামূলক

নিজৰ Mobile ত কৰিব পাৰিব এই কাম

Address

Jorhat
785700

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Alerts

Be the first to know and let us send you an email when CSC Academy Center posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share