ASRLM Jorhat Development Block

ASRLM Jorhat Development Block Promoting Rural Livelihood

14/01/2024
14/08/2023

Har Ghar Tiranga campaign by Community cadres of BMMU Jorhat ,ASRLM

মহিলা আত্মসহায়ক গোটৰ উদ্যোগত অসমী বহাগী মেলা ২০২৩স্থান: বলিয়া গোঁহাই পুখুৰী, ন আলি যোৰহাট১১ এপ্ৰিলৰ পৰা ১৩ এপ্ৰিল লৈকে...
10/04/2023

মহিলা আত্মসহায়ক গোটৰ উদ্যোগত
অসমী বহাগী মেলা ২০২৩
স্থান: বলিয়া গোঁহাই পুখুৰী, ন আলি যোৰহাট
১১ এপ্ৰিলৰ পৰা ১৩ এপ্ৰিল লৈকে
সকলোৰে উপস্থিতি একান্তই কামনা কৰিলোঁ

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ১১ বছৰীয়া গৌৰৱময় সফল যাত্ৰাত আমাক বিশ্বাস দেখুওৱা তথা সহযোগিতা আগবঢ়োৱা প্ৰতিগৰাকী ব্য...
11/11/2022

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ১১ বছৰীয়া গৌৰৱময় সফল যাত্ৰাত আমাক বিশ্বাস দেখুওৱা তথা সহযোগিতা আগবঢ়োৱা প্ৰতিগৰাকী ব্যক্তিক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

এখোজ দুখোজকৈ আগবঢ়া আমাৰ এই পৰিয়ালটিৰ সৈতে জড়িত প্ৰায় ৩,১৮,৪৯৫ টা আত্মসহায়ক গোটৰ সদস্যাই নিজৰ স্ব-নিৰ্ভৰশীলতাৰ সপোনক সাকাৰ কৰাৰ সমান্তৰালকৈ ৰাজ্যখনৰ অৰ্থনৈতিক দিশটো ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰিছে।

এই যাত্ৰা অনাগত দিনলৈ এনেদৰেই অব্যাহত থাকক। অনন্য আৰু অতুলনীয় হৈ ৰওক প্ৰতিটো দিশ…

Inaugurated handmade selfie point...   Ghar Tiranga    # Jorhat Dev. Block .
10/08/2022

Inaugurated handmade selfie point...
Ghar Tiranga

# Jorhat Dev. Block .

Inauguration of 4nos ‘ National Flag Selling Point ’  under  BMMU-Jorhat .   Jorhat  Dev .Block
29/07/2022

Inauguration of 4nos ‘ National Flag Selling Point ’ under BMMU-Jorhat .


Jorhat
Dev .Block

Har Ghar Tiranga campaign by CBO's  of BMMU Jorhat.  #  JORHAT #  DEV. BLOCK  #
29/07/2022

Har Ghar Tiranga campaign by CBO's of BMMU Jorhat.

#
JORHAT #
DEV. BLOCK #

প্ৰতিজন ভাৰতীয়ৰ গৌৰৱ দেশৰ ত্ৰিৰংগাআগন্তুক দেশৰ ৭৫তম স্বাধীনতা দিৱস উপলক্ষে ১৩ ৰ ১৫ আগষ্টলৈ অনুষ্ঠিত হ'বলগীয়া "হৰ ঘৰ ত্ৰি...
27/07/2022

প্ৰতিজন ভাৰতীয়ৰ গৌৰৱ দেশৰ ত্ৰিৰংগা

আগন্তুক দেশৰ ৭৫তম স্বাধীনতা দিৱস উপলক্ষে ১৩ ৰ ১৫ আগষ্টলৈ অনুষ্ঠিত হ'বলগীয়া "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচীয়ে নিশ্চিতভাৱে প্ৰতিগৰাকী ভাৰতীয়ক জাতীয় চেতনাৰে উদ্বুদ্ধ কৰি তুলিব। গতিকে, আহক দেশপ্ৰেমমূলক এই কাৰ্যসূচীত আমি প্ৰত্যেকেই অংশগ্ৰহণ কৰি কাৰ্যসূচী ভাগক সাফল্যমণ্ডিত কৰি তোলো।

ৰাজ্যসভাৰ মাননীয় সাংসদ শ্ৰী যুত কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া আৰু যোৰহাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী যুত প্...
13/04/2022

ৰাজ্যসভাৰ মাননীয় সাংসদ শ্ৰী যুত কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া আৰু যোৰহাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী যুত প্ৰণৱ কুমাৰ বৰা ডাঙৰীয়াৰ উপস্থিতিত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সঞ্চালিকা শ্ৰী যুতা কৃষ্ণা বৰুৱা বাইদেৱে যোৰহাট উন্নয়ন খণ্ডৰ ৫৩নং গড়মূৰ গাঁও পঞ্চায়তৰ অধীনত এটি তাঁতশাল প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰে। উক্ত অনুষ্ঠানত ৰাজ্যিক প্ৰকল্প প্ৰৱন্ধক ধ্ৰুৱ গগৈ, ৰাজ্যিক প্ৰকল্প প্ৰৱন্ধক পল্লৱ গোস্বামী, প্ৰকল্প প্ৰৱন্ধক প্ৰীতম কাশ্যপ, প্ৰকল্প প্ৰৱন্ধক গৌৰৱ বৰঠাকুৰ, জিলা প্ৰকল্প প্ৰৱন্ধক লিখক জ্যোতি গগৈৰ লগতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বহু বিষয়া- কৰ্মচাৰী উপস্থিত থাকে।
A weaving training center was inaugurated by State Mission Director Krisha Baruah madam, in presence of honourable member of parliament- Rajyasabha, Mr. Kamakhya Prasad Tasa, CEO Zila parishad -Jorhat, Mr. Pranab Kr Bora at Garmur area under Jorhat Development block.

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মৰিয়নী মণ্ডলৰ অন্তৰ্গত সঞ্জীৱনী মণ্ডল পৰ্যায় সংগঠনৰ উদ্যোগত অসমী বহাগী মেলা ২০২২ উদ্...
10/04/2022

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মৰিয়নী মণ্ডলৰ অন্তৰ্গত সঞ্জীৱনী মণ্ডল পৰ্যায় সংগঠনৰ উদ্যোগত অসমী বহাগী মেলা ২০২২ উদ্বোধন কৰে মাননীয় বিধায়ক শ্ৰীযুত ৰূপজ্যোতি কুৰ্মী দেৱে। লগতে অনুষ্ঠানটোত উপস্থিত থাকে যোৰহাট উন্নয়ন খণ্ড বিষয়া কৃতিকা শৰ্মা মহোদয়া, খণ্ড প্ৰকল্প প্ৰবন্ধক মাধুৰ্য শইকীয়া আৰু বহু গণ্য মান্য ব্যক্তি । নামৰূপীয়া চেমনীয়া বিহু হুঁচৰি দলৰ দ্বাৰা শুভাৰম্ভ কৰা অসমী বহাগী মেলা খনি ৯ এপ্ৰিলৰ পৰা ১২ এপ্ৰিল ২০২২ লৈকে চলিব। উক্ত মেলাত আত্ম সহায়ক গোটৰ সদস্য সকলে প্ৰস্তুত কৰা বিভিন্ন খাদ্য সম্ভাৰ আৰু বস্ত্ৰ উপলব্ধ হৈছে।

Address

Jorhat
785001

Opening Hours

Monday 10am - 5pm
Tuesday 10am - 5pm
Wednesday 10am - 5pm
Thursday 10am - 5pm
Friday 10am - 5pm
Saturday 10am - 5pm

Website

Alerts

Be the first to know and let us send you an email when ASRLM Jorhat Development Block posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share