যোৰহাট জিলা সমিতি,সদৌ অসম গাঁওপ্ৰধান সংস্থা

  • Home
  • India
  • Jorhat
  • যোৰহাট জিলা সমিতি,সদৌ অসম গাঁওপ্ৰধান সংস্থা

যোৰহাট জিলা সমিতি,সদৌ অসম গাঁওপ্ৰধান সংস্থা সকলোলৈকে অভিনন্দন

✨ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলিৰে. ✨চেলেংহাট লুখুৰাখন গাঁৱত মাননীয় বিধায়ক শ্ৰী অখিল গগৈ ডাঙৰীয়াৰ পূজনীয় মাতৃৰ বিয়োগত শ্ৰদ্...
06/06/2026

✨ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলিৰে. ✨
চেলেংহাট লুখুৰাখন গাঁৱত মাননীয় বিধায়ক শ্ৰী অখিল গগৈ ডাঙৰীয়াৰ পূজনীয় মাতৃৰ বিয়োগত শ্ৰদ্ধাঞ্জলি জনাই,বিধায়ক মহোদয়ক এষাৰি মাত মাতি আহিলোঁ।মাতৃগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। ওঁ শান্তি 🙏🏼

মাননীয় 100 নং বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত হিতেন্দ্ৰ নাথ গোস্বামী মহোদয়ক আজি অভিনন্দন জ্ঞাপন কৰোঁ।
06/06/2026

মাননীয় 100 নং বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত হিতেন্দ্ৰ নাথ গোস্বামী মহোদয়ক আজি অভিনন্দন জ্ঞাপন কৰোঁ।

জিলা সমিতিৰ অভিনন্দন কাৰ্যসূচীত  আজি মাননীয় 99  নং টীয়ক বিধান সভা সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ক আন্তৰিক অভিনন্দন জ্ঞাপন...
02/06/2026

জিলা সমিতিৰ অভিনন্দন কাৰ্যসূচীত আজি মাননীয় 99 নং টীয়ক বিধান সভা সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ক আন্তৰিক অভিনন্দন জ্ঞাপন কৰোঁ।

টীয়ক চক্ৰ সমিতিৰ সাধাৰণ সভাত উপস্থিত থাকো।
19/05/2026

টীয়ক চক্ৰ সমিতিৰ সাধাৰণ সভাত উপস্থিত থাকো।

জিলা সমিতিৰ অভিনন্দন কাৰ্যসূচীত  আজি মাননীয় 101 নং মৰিয়নী বিধায়ক মহোদয়ক আন্তৰিক অভিনন্দন জ্ঞাপন কৰোঁ।
19/05/2026

জিলা সমিতিৰ অভিনন্দন কাৰ্যসূচীত আজি মাননীয় 101 নং মৰিয়নী বিধায়ক মহোদয়ক আন্তৰিক অভিনন্দন জ্ঞাপন কৰোঁ।

Address

JORHAT
Jorhat
785001

Alerts

Be the first to know and let us send you an email when যোৰহাট জিলা সমিতি,সদৌ অসম গাঁওপ্ৰধান সংস্থা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category