23/11/2024
Congratulations
ৰাজ্যৰ পাঁচোটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা (NDA)ৰ প্ৰাৰ্থীৰ বিজয়ে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত Narendra Modi ডাঙৰীয়াৰ সবকা সাথ সবকা বিকাশ নীতিৰ সাৰ্থকতা প্ৰমাণ কৰিছে। এই উপনিৰ্বাচনত বিজয় সাব্যস্ত কৰা এন ডি এ প্ৰাৰ্থী শ্ৰীনীহাৰ ৰঞ্জন দাস, ধলাই; শ্ৰীনিৰ্মল কুমাৰ ব্ৰহ্ম, চিদলী; শ্ৰীমতী দীপ্তিময়ী চৌধুৰী, বঙাইগাওঁ; শ্ৰীদিগন্ত ঘাটোৱাল, বিহালী আৰু চামগুৰি বিধানসভা সমষ্টিৰ শ্ৰীদিপ্লু ৰঞ্জন শৰ্মালৈ আন্তৰিক অভিনন্দন।
এই বিজয় মাননীয় মুখ্যমন্ত্ৰী ড০ Himanta Biswa Sarma ডাঙৰীয়াৰ সুশাসন আৰু জনসেৱাৰ প্ৰতি জনতাৰ অকুণ্ঠ সমৰ্থন, তেখেতলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ।
ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাক গতি প্ৰদান কৰি এই বিজয়যাত্ৰাত সবল নেতৃত্ব প্ৰদান কৰা বিজেপিৰ ৰাজ্যিক সভাপতি শ্ৰী Bhabesh kalita ভৱেশ কলিতা ডাঙৰীয়া, অসম গণ পৰিষদৰ শ্ৰী Atul Bora অতুল বৰা আৰু শ্ৰী Keshab Mahanta কেশৱ মহন্ত ডাঙৰীয়া আৰু ইউ পি পি এলৰ সভাপতি শ্ৰী Pramod Boro ডাঙৰীয়াক এই বিজয়ক্ষণত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
এখন বিকশিত অসমৰ বাবে এন ডি এ প্ৰাৰ্থীসকলৰ বিজয় নিশ্চিত কৰা পাঁচোটা সমষ্টিৰ সন্মানীয় ৰাইজলৈ ধন্যবাদ জনাইছোঁ।
BJP Assam Pradesh
অসম গণ পৰিষদ - Asom Gana Parishad -AGP
United People's Party Liberal -UPPL