Saddam Hussain

Saddam Hussain president, Red Rose NGO, sukmanah

12/07/2026
দেশৰ বাহনসমূহত ইথানল-মিশ্ৰিত পেট্ৰ'ল প্ৰচলন কৰি যদি নিজৰ পুত্ৰৰ কোম্পানীক কোটি কোটি টকাৰ লাভৰ সুযোগ দিয়া হয়, আৰু তাৰ ফ...
07/07/2026

দেশৰ বাহনসমূহত ইথানল-মিশ্ৰিত পেট্ৰ'ল প্ৰচলন কৰি যদি নিজৰ পুত্ৰৰ কোম্পানীক কোটি কোটি টকাৰ লাভৰ সুযোগ দিয়া হয়, আৰু তাৰ ফলত যদি লাখ লাখ বাহনৰ ইঞ্জিন বিকল হয়, সাধাৰণ জনতা দুৰ্ভোগত পৰে, তেন্তে পিছত ক্ষমতাৰ পৰা অব্যাহতি ল'লে দেশবাসীৰ কি লাভ হ'ব?

28/06/2026

"ক্ৰেডিট লোৱাৰ ৰাজনীতি আৰম্ভ হৈ গ'ল। পঞ্চায়তৰ কাম-কাজত মাননীয় বিধায়কৰ অযথা হস্তক্ষেপ পঞ্চায়তী ৰাজ ব্যৱস্থাৰ ওপৰত প্ৰত্যক্ষ আঘাত স্বৰূপ। ৰাইজৰ অৱগতিৰ বাবে জনোৱা যায় যে পঞ্চদশ বিত্ত আয়োগৰ আঁচনিৰ ওপৰত বিধায়কৰ কোনো সাংবিধানিক বা আইনগত অধিকাৰ নাই। এই আঁচনিসমূহ সম্পূৰ্ণৰূপে পঞ্চায়তৰ অধীনস্থ। কেৱল ৰাজনৈতিক লাভ আৰু ব্যক্তিগত প্ৰচাৰৰ স্বাৰ্থত কিছুমান পঞ্চায়ত প্ৰতিনিধিয়ে বিধায়কক উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰণ জনাব পাৰে, কিন্তু সেয়া বিধায়কৰ চৰকাৰী দায়িত্ব বা কৰ্তব্যৰ অন্তৰ্গত নহয়। পঞ্চায়তৰ কৃতিত্ব নিজৰ বুলি প্ৰতিপন্ন কৰাৰ প্ৰয়াস গণতান্ত্ৰিক বিকেন্দ্ৰীকৰণৰ মূল চেতনাক ক্ষুণ্ণ কৰে।"
Jakir Hussain Sikdar Ibrahim Ali Sikdar

"যি সমাজৰ কিছুমান লোকে মুছলিম সমাজৰ লোকসকলক বলপূৰ্বকভাৱে 'জয় শ্ৰীৰাম' ধ্বনি দিবলৈ বাধ্য কৰায়, সেই সমাজৰেই কিছুমান লোকৰ...
26/06/2026

"যি সমাজৰ কিছুমান লোকে মুছলিম সমাজৰ লোকসকলক বলপূৰ্বকভাৱে 'জয় শ্ৰীৰাম' ধ্বনি দিবলৈ বাধ্য কৰায়, সেই সমাজৰেই কিছুমান লোকৰ বিৰুদ্ধে ৰাম মন্দিৰ নিৰ্মাণৰ নামত কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে। এয়া আচলতে ৰামভক্তি নে আন কিবা?"

23/06/2026

Dc sir খাৰাব পাইয়ে গি 😂 😂

আমেৰিকা আৰু ইৰাণৰ মাজত সৃষ্টি হোৱা সংঘাতৰ ফলত হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাৰ আশংকা দেখা দিছিল। ইয়াৰ ফলত আন্তঃৰ...
22/06/2026

আমেৰিকা আৰু ইৰাণৰ মাজত সৃষ্টি হোৱা সংঘাতৰ ফলত হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাৰ আশংকা দেখা দিছিল। ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত ক্ৰুড অইলৰ দাম দ্ৰুতগতিত প্ৰায় ৫০ শতাংশ বৃদ্ধি পাইছিল। সেই সূত্ৰে ভাৰততো পেট্ৰ'ল আৰু ডিজেলৰ দাম দিনে দিনে বৃদ্ধি পাই আকাশলংঘী হৈছিল। জনসাধাৰণে মূল্যবৃদ্ধিৰ কথা উত্থাপন কৰিলেই শাসক পক্ষৰ নেতা-মন্ত্ৰীসকলে আন্তঃৰাষ্ট্ৰীয় বজাৰত ক্ৰুড অইলৰ মূল্যবৃদ্ধিকেই ইয়াৰ মূল কাৰণ বুলি দৰ্শাইছিল।
কিন্তু আশ্চৰ্যজনকভাৱে, আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি সম্পন্ন হোৱাৰ ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত ক্ৰুড অইলৰ দাম নিম্নগামী হ'লেও ভাৰতত পেট্ৰ'ল আৰু ডিজেলৰ দাম হ্ৰাস পোৱা দেখা নগ'ল। সেয়েহে এতিয়া সাধাৰণ জনসাধাৰণৰ মনত এক স্বাভাৱিক প্ৰশ্ন উত্থাপিত হৈছে— ক্ৰুড অইলৰ মূল্যবৃদ্ধিৰ নামত চৰকাৰে সাধাৰণ জনতাক লুটি আছে নেকি?"

"নিৰ্বাচনৰ সময়ত 'জয় জুবিনদা' ধ্বনিৰে আকাশ-বতাহ মুখৰিত কৰা নেতাসকলক আজি এটা সৰল প্ৰশ্ন—জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আপোনা...
20/06/2026

"নিৰ্বাচনৰ সময়ত 'জয় জুবিনদা' ধ্বনিৰে আকাশ-বতাহ মুখৰিত কৰা নেতাসকলক আজি এটা সৰল প্ৰশ্ন—জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আপোনালোকে এতিয়ালৈকে কি কি পদক্ষেপ গ্ৰহণ কৰিলে? জনসাধাৰণে উত্তৰ বিচাৰে।"
জয় জুবিনদা

Address

Barpeta
Howli
781316

Website

Alerts

Be the first to know and let us send you an email when Saddam Hussain posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share