BJP.Minority Morcha, Hojai District

BJP.Minority Morcha, Hojai District We want all round development of Assam

কাজিৰঙা লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ তথা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ অন্যতম অভিজ্ঞ নেতা শ্ৰীযুত Kamakhya Prasad Tasa  ডা...
01/06/2026

কাজিৰঙা লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ তথা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ অন্যতম অভিজ্ঞ নেতা শ্ৰীযুত Kamakhya Prasad Tasa ডাঙৰীয়ালৈ ওপজা দিনৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ।
BJP Assam Pradesh
BJP Hojai

ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ১৩৪ সংখ্যক 'মন-কী-বাত' অনুষ্ঠান সকলোৱে নিজৰ নিজৰ বুথত শ্ৰৱণ ক...
30/05/2026

ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ১৩৪ সংখ্যক 'মন-কী-বাত' অনুষ্ঠান সকলোৱে নিজৰ নিজৰ বুথত শ্ৰৱণ কৰোঁ আহক ৷

আজি লামডিং সমষ্টিৰ জনপ্রিয় বিধায়ক Sibu Misra  মহোদয়ে তৃতীয় বাৰৰ বাবে অসম বিধানসভাত শপত গ্রহণ কৰে। Dilip Saikia Himanta...
21/05/2026

আজি লামডিং সমষ্টিৰ জনপ্রিয় বিধায়ক Sibu Misra মহোদয়ে তৃতীয় বাৰৰ বাবে অসম বিধানসভাত শপত গ্রহণ কৰে।
Dilip Saikia
Himanta Biswa Sarma
Pijush Hazarika
Kamakhya Prasad Tasa
Santiuse Kujur
BJP Assam Pradesh
BJP Hojai
Dilip Dhar Kamrul Choudhury

21/05/2026

আজি হোজাই সমষ্টিৰ জনপ্রিয় বিধায়ক Shiladitya Dev মহোদয়ে দ্বিতীয় বাৰৰ বাবে অসম বিধানসভাত শপত গ্রহণ কৰে। আমি হোজাই বাসিয়ে আমাৰ বিধায়ক মহোদয়ক শুভেচ্ছা জ্ঞাপন কৰিছোঁ 🙏🙏
Dilip Saikia
Himanta Biswa Sarma
Pijush Hazarika
Kamakhya Prasad Tasa Santiuse Kujur
BJP Assam Pradesh
BJP Hojai
Dilip Dhar
Kamrul Choudhury Junti Bora

মাননীয় মুখ্যমন্ত্ৰী ড°Himonto Himanta Biswa Sarma ডাঙৰীয়াই নিৰ্বাচনৰ পূৰ্বেই অসমৰ জনসাধাৰণক প্ৰতিশ্ৰুতি দিছিল যে জনগণৰ...
20/05/2026

মাননীয় মুখ্যমন্ত্ৰী ড°Himonto Himanta Biswa Sarma ডাঙৰীয়াই নিৰ্বাচনৰ পূৰ্বেই অসমৰ জনসাধাৰণক প্ৰতিশ্ৰুতি দিছিল যে জনগণৰ আশীৰ্বাদত পুনৰ চৰকাৰ গঠন কৰিব পাৰিলে অসমৰ প্ৰাণৰ সত্তা জুবিন গাৰ্গ দেৱৰ নামত “জুবিন ক্ষেত্ৰ” বাস্তৱায়নৰ দিশত আগবাঢ়িব।

আজি সেই প্ৰতিশ্ৰুতি পূৰণৰ পথত এক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰি অসমৰ সাংস্কৃতিক চেতনাৰ প্ৰতীক জুবিন গাৰ্গলৈ সশ্ৰদ্ধ প্ৰণাম জনোৱাৰ লগতে চলি থকা উন্নয়নমূলক কামৰ অগ্ৰগতিৰ বিস্তৃত পৰ্যালোচনা কৰে। ইতিমধ্যে লোক নিৰ্মাণ বিভাগে প্ৰায় ৩ কোটি টকা ব্যয়েৰে চৌহদ দেৱাল নিৰ্মাণৰ কাম আৰম্ভ কৰিছে আৰু ওপৰৰ অংশৰ পৰা মাটি খহি অহা ৰোধ কৰিবলৈ প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থাও গ্ৰহণ কৰা হৈছে।

পৰৱৰ্তী পৰ্যায়ত সমাধি ক্ষেত্ৰ নিৰ্মাণৰ কাম অধিক তৎপৰতাৰে আগবঢ়োৱাৰ লক্ষ্যৰে সংশ্লিষ্ট বিষয়াসকলক মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে। এক সুপৰিকল্পিত, মর্যাদাপূর্ণ আৰু সাংস্কৃতিক চেতনাৰে সমৃদ্ধ এই “জুবিন ক্ষেত্ৰ” উত্তৰ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ এক স্থায়ী কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ বিজেপি চৰকাৰ বদ্ধপৰিকৰ বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই পুনৰ দৃঢ়তাৰে উল্লেখ কৰে।
BJP Assam Pradesh
Dilip Saikia
Pijush Hazarika
Kamakhya Prasad Tasa
Santiuse Kujur
BJP Hojai
Dilip Dhar
Kamrul Choudhury

20/05/2026
20/05/2026
অসম ৰূপান্তৰৰ যাত্ৰাৰ অপ্ৰমাদী নায়ক ড° Himanta Biswa Sarma  ডাঙৰীয়াৰ দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্...
13/05/2026

অসম ৰূপান্তৰৰ যাত্ৰাৰ অপ্ৰমাদী নায়ক ড° Himanta Biswa Sarma ডাঙৰীয়াৰ দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ ঐতিহাসিক ক্ষণত তেখেতলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।
Dilip Saikia
Pijush Hazarika
Santiuse Kujur
Kamakhya Prasad Tasa
BJP Assam Pradesh
BJP Hojai
Kamrul Choudhury

Address

Hojai ;
Hojai

Telephone

919954318183

Website

Alerts

Be the first to know and let us send you an email when BJP.Minority Morcha, Hojai District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share