07/04/2026
বিন্নাকান্দি সমষ্টিৰ সৰ্বাঙ্গীন উন্নতিৰ হকে অহা ৯ এপ্ৰিলত Shahabuddin Mazumder ক হাতীৰ ছবিত ভোট দি জয়যুক্ত কৰক, Shahabuddin Majumder সকলো সময়ত ৰাইজৰ কাষত থকা এজন ব্যক্তি, তেওঁ পঞ্চায়ত প্ৰতিনিধি হৈ সমষ্টিৰ চুকে-কোনে দূখীয়া ৰাইজক সদায় সহায় কৰি আহিছে। লগতে মছজিদ-মাদ্ৰাছা, মন্দিৰৰ লগতে ৰাজহুৱা স্বাৰ্থত যতেষ্ট পৰিমানে আৰ্থিক সহায় কৰা ব্যক্তি একমাত্ৰ ShahabUddin Majumder।
Shahab Uddin Majumder ক বিধায়ক হলে কম সময়ৰ ভিতৰত সমষ্টিৰ প্ৰয়োজনীয় সেৱা সমূহ (হস্পিটেল, অগ্নিনিৰ্বাপক সেৱা, বেংক, কলেজ ইত্যাদি) উপলব্ধ কৰাব বুলি তেখেত প্ৰতিশ্ৰুতিবদ্ধ।