LM Madrassa islamick

LM Madrassa islamick Assalamualaikum, Frndz.. We will upload videos on this "ISLAMIC Shorts" page on different Is
(2)

১৪৪৭-৪৮হিজৰী মুতাবিক ২০২৬-২৭বৰ্ষত দাৰুল উলুম লাম্বাবাসা আহমদীয়া মাদ্ৰাছাৰ       নাম ভৰ্তিৰ নিয়মীৱলী  ১) ৫ শ্বাওৱাল, ১৪...
19/03/2026

১৪৪৭-৪৮হিজৰী মুতাবিক ২০২৬-২৭বৰ্ষত দাৰুল উলুম লাম্বাবাসা আহমদীয়া মাদ্ৰাছাৰ
নাম ভৰ্তিৰ নিয়মীৱলী
১) ৫ শ্বাওৱাল, ১৪৪৭ হিজৰী/২৫মাৰ্চ ,২০২৬ বুধবাৰে মাদ্ৰাছা খুলিব।
২) আমাৰ মাদ্ৰাছাৰ সকলো পুৰণি ছাত্ৰ সকলে ২৫ মাৰ্চ পৰা ২ এপ্ৰিল বৃহস্পতিবাৰৰ ভিতৰত ভৰ্তিৰ কাম সম্পূৰ্ণ কৰিব লাগিব। অন্যথায় পুৰণি ভৰ্তি বাতিল হৈ যাব আৰু কোনো ধৰণৰ ওজৰ-আপত্তি গ্ৰহণ কৰা নহ'ব ।
৩) নতুন ছাত্ৰ সকলৰ ২৫ মাৰ্চৰ পৰা ৭ এপ্ৰিল মঙ্গলবাৰ পৰ্য্যন্ত ভৰ্তিৰ কাম চলিব । ৮ এপ্ৰিল বুধবাৰৰ পৰা নতুন বছৰৰ পাঠ দান ইন শ্বাহ আল্লাহ আৰম্ভ কৰা হ'ব।
৪) আমাৰ মাদ্ৰাছাত নতুন ভৰ্তি হ'ব খোজা সকলো ছাত্ৰয় প্ৰথমতে দাখিলা পৰীক্ষা দিব লাগিব, পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ভৰ্তি কাম সম্পূৰ্ণ কৰিব লাগিব।
৫) মাদ্ৰাছাত ভৰ্তি হ'ব খোজা সকলো ন-পুৰণি ছাত্ৰৰ চৰিত্ৰ ভাল হ'ব লাগিব, আৰু সকলো চুন্নত মুতাবিক হ'ব লাগিব।
৬) কোনো ছাত্ৰৰ লগত কোনো ধৰণৰ মোবাইল ব্যৱহাৰ কৰিব নোৱাৰিব। মোবাইল লগত পোৱাৰ লগে-লগে মাদ্ৰাছাৰ পৰা বহিষ্কাৰ কৰা হ'ব, আৰু মাদ্ৰাছাৰ সকলো ধৰণৰ নীতি-নিয়ম মানি চলাটো বাধ্যতামূলক।
৭) দিনীয়াত শাখাৰ মক্তব আওৱালত ভৰ্তি হোৱা ছাত্ৰজন স্কুলত পঞ্চম-মান শ্ৰেণী উৰ্ত্তীণ হোৱাৰ লগতে Transfer Certificate জেৰেক্স কপি দিব লাগিব। পঞ্চম শ্ৰেণীৰ তলৰ ছাত্ৰক ভৰ্তি লোৱা নহ'ব।
৮) হিফ্জ শাখাৰ নতুন ছাত্ৰৰ বয়স ১৫ বছৰ বয়সৰ তলত হব লাগিব আৰু ১৫ বছৰ বয়সৰ উপৰৰ ছাত্ৰক ভৰ্তি দিয়া নহ'ব।
৯) ভৰ্তিৰ লগত সকলো ছাত্ৰৰ প্ৰমান-পত্ৰ লাগিব, যেনে: ছাত্ৰজনৰ আধাৰ কাৰ্ড, জন্ম প্ৰমান-পএ, স্কুলৰ প্ৰমাণ-পএ, ফটো (তিনি কপি)আৰু লগতে অভিভাৱকৰ আধাৰ কাৰ্ড, ভোটৰ আইডি (যিকোনো এখন দিব লাগিব)।
১০) ভৰ্তি হ'ব খোজা নতুন ছাত্ৰজনৰ ভৰ্তি মাচুল ৩২০০ টকা, আৰু পুৰণি ছাত্ৰজনৰ ভৰ্তি মাচুল ২২০০ টকা ভৰ্তিৰ সময়তে আদায় কৰিব লাগিব। এতিম ছাত্ৰৰ বাবে ৰেহাই দিয়া হ'ব।
১১ ) ভৰ্তিৰ সময়ত ছাত্ৰজনৰ লগত অভিভাৱক অহাটো বাধ্যতামূলক।

হাফিজ মৌলানা আব্দুল কুদ্দুছ ।
প্ৰধান শিক্ষক। যোগাযোগ নম্বৰ: 9395649834
মৌলানা আজিজুল হক।
নাজিমে তালিমাত।
দাৰুল উলুম লাম্বাবাসা আহমদীয়া মাদ্ৰাছা
যোগাযোগ নম্বৰ -8011236889

চৌদি আৰৱত চাঁন্দ দেখা নগ'ল।     #ভিডিও২০২৬
18/03/2026

চৌদি আৰৱত চাঁন্দ দেখা নগ'ল।

#ভিডিও২০২৬

16/03/2026
মা শ্বাহ আল্লাহ। কিমান ধুনীয়া দৃশ্য
15/03/2026

মা শ্বাহ আল্লাহ। কিমান ধুনীয়া দৃশ্য

Exam information
14/03/2026

Exam information

আমাৰ হোজাই জিলাৰ চাৰিগৰাকী বুজুৰ্গ, নয়নৰ মণি আমাৰ মাজত আৰু নাই 😭😭😭 আল্লাহ সকলোকে মাʼআগফীৰাত ও জান্নাতৰ উচ্চ স্থানৰ অধিক...
12/03/2026

আমাৰ হোজাই জিলাৰ চাৰিগৰাকী বুজুৰ্গ, নয়নৰ মণি আমাৰ মাজত আৰু নাই 😭😭😭
আল্লাহ সকলোকে মাʼআগফীৰাত ও জান্নাতৰ উচ্চ স্থানৰ অধিকাৰী কৰা। আমীন 🤲

:::::::::::::::::  😭*শোক বাৰ্তা*😭 ::::::::::::::                   চৌধুৰী বজাৰ ৬নংনিবাসী হজৰত মৌলানা ক্বাৰী আব্দুৰ ৰহমান...
12/03/2026

::::::::::::::::: 😭*শোক বাৰ্তা*😭 :::::::::::::: চৌধুৰী বজাৰ ৬নংনিবাসী হজৰত মৌলানা ক্বাৰী আব্দুৰ ৰহমান চাহাবৰ যোৱা ৰাতি ০২:০০ বজাৰ সময়ত ইন্তেকাল হয়।
*ইন্নালিল্লাহি অ ইন্নাইলাইহি ৰাজিঊন*
মহান আল্লাহে মৰহুমক জান্নাতুল-ফিৰদাউছ দান কৰক ৷ মৰহুমৰ বিয়োগত আমি গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলো৷
#হাফিজ

বৰ্তমান সময়ৰ দুঃখৰ খবৰ। 😭😭😭জানাজাৰ নামাজৰ সময় অহা কালি দিনৰ ২:০০ বজাত।
10/03/2026

বৰ্তমান সময়ৰ দুঃখৰ খবৰ। 😭😭😭
জানাজাৰ নামাজৰ সময় অহা কালি দিনৰ ২:০০ বজাত।

09/03/2026

ৰমজান মাহত এই মাদ্ৰাছাখনত সহায় কৰক।
#
#ভিডিও২০২৬

ফোন নং+916000731401

03/03/2026

Hafiz SHAKIBUL HASAN Assam musamaqatul Quran tilawat..

#ভিডিও২০২৬ #হাফিজ

আমার শ্রদ্ধার শিক্ষক হযরত মাওলানা মুফতি শাব্বির আহমেদ সাহেব* *কাসিমী শেখ-উল-হাদীস ও সদ্‌রে মুফতি, মাদ্রাসা এ  শাহী মোরাদ...
02/03/2026

আমার শ্রদ্ধার শিক্ষক হযরত মাওলানা মুফতি শাব্বির আহমেদ সাহেব* *কাসিমী শেখ-উল-হাদীস ও সদ্‌রে মুফতি, মাদ্রাসা এ শাহী মোরাদাবাদ* *এর স্বাস্থ্য গতকালের যোহরের পর থেকে অবনতি হয়েছে। আপনাদের সকলের কাছে* *আমরা আপনাদের সকলের দোয়া কামনা করছি* আল্লাহ তাআলা হজরতের নেক হায়াত দান করুন আমীন

Address

Vill& P/o-Jungle Block
Hojai
782428

Alerts

Be the first to know and let us send you an email when LM Madrassa islamick posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category