Bhaskar Dey

Bhaskar Dey "राष्ट्र प्रथम, संगठन द्वितीय और व्यक्ति अंतिम"🚩

21/01/2026
18/01/2026

দূৰৱৰ্তী অঞ্চলসমূহৰ সৈতে অসমৰ দ্ৰুত আৰু জনমুখী ৰে’লসেৱা সংযোগৰ সপোন এতিয়া বাস্তৱত পৰিণত হৈছে। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী Narendra Modi ডাঙৰীয়াৰ নেতৃত্বত কালি গুৱাহাটী–কলকাতা বন্দে ভাৰত শ্লীপাৰ ৰে’ল আৰম্ভ হয়। আৰু আজি কামাখ্যা–ৰোহটক আৰু ডিব্ৰুগড়–গোমতি নগৰ (লক্ষ্ণৌ)লৈ নতুন ৰে'লসেৱা মুকলি কৰিব মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই। এই সেৱাই অসমৰ সংযোগ-যাতায়াত ব্যৱস্থাক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আমি দৃঢ় বিশ্বাসী।


BJP Assam Pradesh

17/01/2026

𝐓𝐡𝐢𝐬 𝐫𝐞𝐬𝐨𝐮𝐧𝐝𝐢𝐧𝐠 𝐦𝐚𝐧𝐝𝐚𝐭𝐞 𝐫𝐞𝐟𝐥𝐞𝐜𝐭𝐬 𝐭𝐡𝐞 𝐚𝐬𝐩𝐢𝐫𝐚𝐭𝐢𝐨𝐧𝐬 𝐨𝐟 𝐌𝐚𝐡𝐚𝐫𝐚𝐬𝐡𝐭𝐫𝐚.

With humility and gratitude, we thank the people of the state for their overwhelming support.

A sincere thank you to every Mahayuti karyakarta as well, whose dedication and hard work made this historic mandate possible. 🙏

17/01/2026

🙏

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীক অসমলৈ স্বাগতম…

মাননীয় প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণসূচীয়ে অসমৰ সাংস্কৃতিক দিশৰ পৰা আন্তঃগাঁথনিৰ দিশলৈ প্ৰতিটো খণ্ডক আগুৱাই নিয়াত অসম চৰকাৰৰ যি সংকল্প তাক পৰৱৰ্তী পৰ্যায়লৈ লৈ যাব।


BJP Assam Pradesh

17/01/2026
14/01/2026

পৱিত্ৰ মকৰ সংক্ৰান্তি উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই উৎসৱে নতুন শক্তি, শুভ সংকল্প আৰু সমন্বয়ৰ মাজেৰে সকলোৰে জীৱন সমৃদ্ধ কৰক তাৰেই কামনা কৰিছোঁ।

Address

Hojai
782435

Website

Alerts

Be the first to know and let us send you an email when Bhaskar Dey posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category