District Legal Services Authority,Hojai

District Legal Services Authority,Hojai ন্যায় সকলোৰ বাবে

20/01/2021

হোজাইৰ ৰাজপথত উচুপি থকা ৮ বছৰীয়া বনকৰা শিশুক উদ্ধাৰ কৰিলে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণে ৷

হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ মহানুভৱতা৷
12/01/2021

হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ মহানুভৱতা৷

জিলা আইনসেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰনিতা মৰাঙৰ মহানুভৱতা৷ডবকাৰ বয়োজেষ্ঠৰ আশ্ৰমত থকা নিৰাশ্ৰয়া লোকসকলক শীতৰ কাপোৰ আৰু খা...
12/01/2021

জিলা আইনসেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰনিতা মৰাঙৰ মহানুভৱতা৷

ডবকাৰ বয়োজেষ্ঠৰ আশ্ৰমত থকা নিৰাশ্ৰয়া লোকসকলক শীতৰ কাপোৰ আৰু খাদ্য সামগ্ৰী বিতৰণ৷

হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ উদ্যোগত ডবকাৰ বয়োজেষ্ঠৰ আশ্ৰমত থকা লোকসকলক শীতৰ কাপোৰ বিতৰণ৷
12/01/2021

হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ উদ্যোগত ডবকাৰ বয়োজেষ্ঠৰ আশ্ৰমত থকা লোকসকলক শীতৰ কাপোৰ বিতৰণ৷

ডবকাৰ বয়োজেষ্ঠৰ আশ্ৰমত আইনসেৱা প্ৰাধিকৰণৰ শীতৰ কাপোৰ আৰু খাদ্য সামগ্ৰী বিতৰণ৷
12/01/2021

ডবকাৰ বয়োজেষ্ঠৰ আশ্ৰমত আইনসেৱা প্ৰাধিকৰণৰ শীতৰ কাপোৰ আৰু খাদ্য সামগ্ৰী বিতৰণ৷

26/09/2020

হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ তৎপৰতাত চাইল্ড লাইন, ডবকা আৰক্ষী তথা সাংবাদিকৰ তৎপৰতাত ডবকাৰ পৰা উদ্ধাৰ হয় ভিক্ষাবৃত্তিত লিপ্ত চাৰিটি কিশোৰ৷

এই কিশোৰ চাৰিটিক দুজন লোকে নিয়োগ কৰিছিল ভিক্ষাবৃত্তিত৷

আজি চাৰিও কিশোৰক উদ্ধাৰ কৰি শিশু সুৰক্ষা গৃহলৈ প্ৰেৰণ কৰা হয়৷

চাইল্ড লাইনে শিশুক ভিক্ষাবৃত্তিত নিয়োগ কৰাসকলৰ বিৰুদ্ধে ডবকা থানাত ৰুজু কৰিছে এটা গোচৰ৷

ডবকা আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তীব্ৰ অভিযান চলাই আছে৷

শিশুক ভিক্ষাবৃত্তিত নিয়োগ কৰাটো এক মাৰাত্মক অপৰাধ৷এনে অপৰাধত লিপ্ত সকলৰ বিৰুদ্ধে আইনত কঠোৰ শাস্তিৰ বিধান আছে৷

অসম চৰকাৰৰ ভুক্তভোগী ক্ষতিপুৰণ আঁচনি ২০১২ ৰ অধীনত যমুনামুখত ধৰ্ষণৰ বলি হৈ মৃত্যুক  সাৱটি লোৱা শিক্ষয়িত্ৰীগৰাকীৰ ভুক্তভোগ...
19/09/2020

অসম চৰকাৰৰ ভুক্তভোগী ক্ষতিপুৰণ আঁচনি ২০১২ ৰ অধীনত যমুনামুখত ধৰ্ষণৰ বলি হৈ মৃত্যুক সাৱটি লোৱা শিক্ষয়িত্ৰীগৰাকীৰ ভুক্তভোগী পৰিয়াল আৰু হোজাই দাৰিয়াবস্থিত ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা কনমাণি শিশুটিৰ ভুক্তভোগী পৰিয়াল দুটাক ক্ষতিপুৰণ প্ৰদান কৰা হয়৷

এই কাৰ্যসূচীত হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰনিতা মৰাং, পেনেল অধিবক্তা ৰোহিনা ৱাৰিছ, নমিতা শৰ্মা, চৰকাৰি অধিবক্তা অমৰজ্যোতি শইকীয়া সহ আইনসেৱা প্ৰাধিকৰণৰ পেনেল অধিবক্তাসকল উপস্থিত আছিল৷

Address

SANKARDEVNAGAR, HOJAI
Hojai
782435

Website

Alerts

Be the first to know and let us send you an email when District Legal Services Authority,Hojai posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share