BJYM Ranipukhuri Mandol

BJYM Ranipukhuri Mandol Official page of Bharatiya Janata Yuva Morcha Ranipukhuri Mandal

Khonti party' ৰ অৱস্থা
05/05/2026

Khonti party' ৰ অৱস্থা

05/05/2026

Good morning

05/05/2026

লামডিং সমষ্টি গেৰুৱাময়.....
বৃহৎ ভোটৰ ব্যৱধানত Sibu Misra ডাঙৰীয়াৰ জয়লাভ।।

  good morning
04/05/2026

good morning

14/04/2026
12/04/2026
10/04/2026

কৃতজ্ঞতাৰ এক অনন্য দিন, ধন্যবাদ লামডিংবাসী 🙏

আজি লামডিং সমষ্টিৰ প্ৰতিটো ভোটকেন্দ্ৰত অতি উৎসাহ, উদ্দীপনা আৰু এক সুন্দৰ শান্তিপূর্ণ পৰিৱেশৰ মাজত ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হ’ল। গণতন্ত্ৰৰ এই পৱিত্ৰ উৎসৱত অংশগ্ৰহণ কৰি নিজৰ মূল্যৱান ভোটাধিকাৰ প্ৰয়োগ কৰা মোৰ অভিভাৱকস্বৰূপ সমষ্টিৰ প্ৰতিগৰাকী সচেতন ভোটাৰ ৰাইজলৈ হৃদয়ৰ গভীৰতাৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ।

আপোনালোকৰ এই সক্ৰিয় অংশগ্ৰহণেই গণতন্ত্ৰৰ প্ৰকৃত শক্তি, আৰু ইয়াতেই লুকাই আছে আমাৰ লামডিংৰ আগন্তুক ভৱিষ্যতৰ আশা ।

বিগত দিনবোৰত দিন-ৰাতি একাকাৰ কৰি, ৰ’দ-বৰষুণ, ক্লান্তি-অসুবিধা পাহৰি আমাৰ দলৰ হৈ নিষ্ঠাৰে কাম কৰা প্ৰতিগৰাকী নিষ্ঠাবান পৰিশ্ৰমী কাৰ্যকৰ্তাক মোৰ অন্তৰৰ মৰম আৰু গভীৰ কৃতজ্ঞতা জনালোঁ। আপোনালোকৰ অক্লান্ত পৰিশ্ৰম, ত্যাগ আৰু বিশ্বাসেই আমাৰ সাহস, আমাৰ প্ৰেৰণা, আৰু আমাৰ প্ৰধান শক্তি। আপোনালোকৰ এই নিঃস্বাৰ্থ সহযোগিতা সদায় মনত থাকিব।

মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ—লামডিংৰ ৰাইজে উন্নয়ন, শান্তি আৰু প্ৰগতিৰ সপক্ষে আগবঢ়োৱা প্ৰতিটো ভোটে আমাক এক উজ্জ্বল, সম্ভাৱনাময় আৰু গৌৰৱময় ভৱিষ্যতৰ দিশে লৈ যাব। এই বিশ্বাস, এই আশা আৰু আপোনালোকৰ মৰমক বুকুত লৈ মই সদায় লামডিংৰ উন্নয়ন আৰু জনসাধাৰণৰ কল্যাণৰ বাবে নিষ্ঠাৰে কাম কৰি যাম।

পুনৰবাৰ ধন্যবাদ ...

Address

Ranipukhuri Mandal
Hojai

Website

Alerts

Be the first to know and let us send you an email when BJYM Ranipukhuri Mandol posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share