Kapashbari Higher Secondary School, Hojai

Kapashbari Higher Secondary School, Hojai Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Kapashbari Higher Secondary School, Hojai, Kapashbari, Hojai.

This is the official page of Kapashbari High School the only govt secondary school of the locality serving the greater Kapashbari, Dimrupar, shibpur, Burunga region of hojai

আজি ইং ০৭/০৫/২০২৬ তাৰিখে অনুষ্ঠিত হোৱা কপাহ বাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা-২০২৬ ত উত্তীৰ্ণ হ...
07/05/2026

আজি ইং ০৭/০৫/২০২৬ তাৰিখে অনুষ্ঠিত হোৱা কপাহ বাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা-২০২৬ ত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা ও একাদশ শ্ৰেণীৰ প্ৰথম সংখ্যক নবাগত আদৰণি সভা ৰ কিছু স্থিৰ চিত্ৰ

24/04/2026
Admission going on for Class IX and H.S. 1st year(Art's) Session 2026-27
10/04/2026

Admission going on for Class IX and H.S. 1st year(Art's) Session 2026-27

10/04/2026

Free Admission is Going on for Class IX and H.S first Year(Art's) for Session 2026-27

Hurry up 🏃 and Reserve your Seat 💺

🔬 Learning by Doing!Our Class X students exploring the wonders of General Science through hands-on experiments under the...
19/01/2026

🔬 Learning by Doing!

Our Class X students exploring the wonders of General Science through hands-on experiments under the guidance of our Science teacher.
Nurturing curiosity, confidence, and scientific thinking, reaffirming the education in Government Schools of Assam.

Himanta Biswa Sarma
Ranoj Pegu
Hojai District Administration
Kapashbari Higher Secondary School, Hojai

| Great Assam School Shakeout Program (GASSP) Conducted at HOJAI district |Today, on 29th October, 2025, "The Great Assa...
29/10/2025

| Great Assam School Shakeout Program (GASSP) Conducted at HOJAI district |

Today, on 29th October, 2025, "The Great Assam School Shakeout Program (GASSP)", focusing on earthquake and fire evacuation preparedness, was successfully organized at Kapashbari Higher Secondary School, Hojai . The programme was conducted by the Assam State Disaster Management Authority (ASDMA) in collaboration with the Department of School Education, Government of Assam, and the District Disaster Management Authority (DDMA), Hojai District Administration . Mock drills have been minutely performed as per schedule and GASSP guidelines.The event aimed to raise awareness among students, teachers, and staff about disaster preparedness and response measures during emergencies such as earthquakes and fires.

CMO Assam
MyGov Assam
Himanta Biswa Sarma
Asdma
Assam State Disaster Management Authority-ASDMA

2025 বৰ্ষৰ B.A.L.L.B (Hons) ৰ চুড়ান্ত পৰীক্ষাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰা কপাহ বাৰী হাইস্কুল...
24/10/2025

2025 বৰ্ষৰ B.A.L.L.B (Hons) ৰ চুড়ান্ত পৰীক্ষাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰা কপাহ বাৰী হাইস্কুলৰ প্ৰাক্তন ছাত্ৰী (আম্বিয়া বেগম)
আৰু
2025 বৰ্ষৰ HSLC পৰীক্ষাত ডিষ্টিংচন নম্বৰ সহ উৰ্ত্তীণ হোৱা (ধ্ৰুৱজ্যোতি বিশ্বাস) ৰ সম্বৰ্ধনা জ্ঞাপন কৰাৰ উদ্দেশ্যে এখনি সভা অনুষ্ঠিত কৰা হয় ।

# সভাৰ কিছু আলোক চিত্ৰ
Himanta Biswa Sarma Hojai District Administration

২৮ মে'ত ঋতুস্ৰাৱজনিত স্বচ্ছতা দিৱস উপলক্ষে লংকা  চিকিৎসালয়ৰ বিশেষজ্ঞ ডক্টৰ আৰু মানসিক ও আৱেগিক স্বাস্থ্য পৰামৰ্শ দাতা  ...
29/05/2025

২৮ মে'ত ঋতুস্ৰাৱজনিত স্বচ্ছতা দিৱস উপলক্ষে লংকা চিকিৎসালয়ৰ বিশেষজ্ঞ ডক্টৰ আৰু মানসিক ও আৱেগিক স্বাস্থ্য পৰামৰ্শ দাতা ও বিশেষ পাৰদৰ্শি দলৰ দ্বাৰা আমাৰ Kapashbari Higher Secondary School, Hojai ত ঋতুস্ৰাৱজনিত স্বচ্ছতা, মানসিক ও আৱেগিক স্বাস্থ্য সম্পৰ্কীয় সজাগতা সভা ও ছাত্ৰ ছাত্ৰীৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰা হয়

বৃহত্তৰ কপাহবাৰি, শ্বিবপুৰ, উত্তৰ ডিমৰু পাৰ , বুৰুঙা, পাবিজুৰি, বৰবহা , নন্দলাল পুৰ ও সমগ্ৰ হোজাই জিলাৰ বাবে অতি ভাল খবৰ...
25/04/2025

বৃহত্তৰ কপাহবাৰি, শ্বিবপুৰ, উত্তৰ ডিমৰু পাৰ , বুৰুঙা, পাবিজুৰি, বৰবহা , নন্দলাল পুৰ ও সমগ্ৰ হোজাই জিলাৰ বাবে অতি ভাল খবৰ যে অসমৰ ৯২ খন বিদ্যালয়ৰ লগতে আমাৰ কপাহবাৰি হাইস্কুল ক ও উচ্চ মাধ্যমিক (HIGH SCHOOL) ৰ পৰা উচ্চতৰ মাধ্যমিক (HIGHER SECONDARY) লৈ উন্নীত কৰা হৈছে I

KAPASHBARI HIGH SCHOOL ৰ নতুন নাম
KAPASHBARI HIGHER SECONDARY SCHOOL

এই পবিত্ৰ ক্ষণত বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ হোজাই জিলাৰ পৰিদৰ্শক মহোদয় , শিক্ষা সঞ্চালক মহোদয় , সমুহ বিষয়া আৰু অসম চৰকাৰক

কপাহবাৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰথম বাৰৰ বাবে Distinction নম্বৰ লাভ কৰা ধ্ৰুৱজ্যোতি বিশ্বাসক বিদ্যালয় পৰিয়ালৰ ...
12/04/2025

কপাহবাৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰথম বাৰৰ বাবে Distinction নম্বৰ লাভ কৰা ধ্ৰুৱজ্যোতি বিশ্বাসক বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ

লাখ লাখ টকা ফিজ দি নামি দামি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পোৱা সুবিধা সমূহ বৰ্তমান অসমৰ বেছি ভাগ চৰকাৰী খণ্ডৰ বিদ্যালয়ত উ...
06/05/2024

লাখ লাখ টকা ফিজ দি নামি দামি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পোৱা সুবিধা সমূহ বৰ্তমান অসমৰ বেছি ভাগ চৰকাৰী খণ্ডৰ বিদ্যালয়ত উপলব্ধ, প্ৰয়োজন অভিভাৱক ও সমাজৰ সকলো বৰ্গৰ স্বাৰ্থহিন সহযোগীতা ও আশীৰ্বাদৰ

আপোনালোকৰ সন্তান ও আত্মীয় সকলক চৰকাৰী বিদ্যালয়ত নাম ভৰ্তি কৰাওক আৰু ব্যক্তিগত বিদ্যালয়ৰ অভিভাৱক হিচাপে দিয়া গুৰুত্বৰ ৫০% হ'লেও দিয়ক , ফলাফলে সাক্ষি দিব সফলতাৰ।।

Address

Kapashbari
Hojai
782445

Opening Hours

Monday 9am - 3am
Tuesday 9am - 3am
Wednesday 9am - 3am
Thursday 9am - 3am
Friday 9am - 3am
Saturday 9am - 1am

Telephone

+918486668666

Website

Alerts

Be the first to know and let us send you an email when Kapashbari Higher Secondary School, Hojai posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Kapashbari Higher Secondary School, Hojai:

Share