BJYM Hajo. ভাৰতীয় জনতা যুৱ মৰ্চা হাজো মণ্ডল

  • Home
  • India
  • Hajo
  • BJYM Hajo. ভাৰতীয় জনতা যুৱ মৰ্চা হাজো মণ্ডল

BJYM Hajo. ভাৰতীয় জনতা যুৱ মৰ্চা হাজো মণ্ডল BJYM. Youth Wing
Rastra Dharma Sarvopari

18/06/2026
আজি মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma   ডাঙৰীয়াই  কামৰূপ (গ্ৰাম্য)ৰ অভিভাৱক মন্ত্ৰী হিচাবে শ্ৰীযুতা Ajanta Neog...
07/06/2026

আজি মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ডাঙৰীয়াই কামৰূপ (গ্ৰাম্য)ৰ অভিভাৱক মন্ত্ৰী হিচাবে শ্ৰীযুতা Ajanta Neog ডাঙৰীয়ানীক দায়িত্ব প্ৰদান কৰে। এই শুভক্ষণত তেখেতক আন্তৰিক শুভকামনা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ।

07/06/2026

স্নেহ মিলন’ৰ কিছু স্মৃতিমধুৰ মুহূৰ্ত…

লোক সেৱা ভৱনত মাননীয় ৰাজ্যপাল শ্ৰীলক্ষ্মণ প্ৰসাদ আচার্য ডাঙৰীয়াই আয়োজন কৰা “স্নেহ মিলন” কাৰ্যসূচীত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসম চৰকাৰৰ মন্ত্ৰীপৰিষদৰ সদস্যসকল আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অংশগ্ৰহণ কৰে। আন্তৰিকতা, সৌহাৰ্দ্য আৰু মত-বিনিময়েৰে ভৰা এই বিশেষ সন্ধিয়াই অধিক সুদৃঢ় কৰিলে ‘টীম অসম’ৰ ঐক্যৰ বন্ধন।

BJP Assam Pradesh
BJYM Assam
Himanta Biswa Sarma
Dilip Saikia
Rakesh Das

Himanta Biswa Sarma
20/05/2026

Himanta Biswa Sarma

আজি নতুন দিল্লীত ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় ৰাষ্ট্ৰীয় অধ্যক্ষ শ্ৰীনীতিন নবীন ডাঙৰীয়াক সাক্ষাৎ কৰি আমাৰ বিভিন্ন সাংগঠনিক বিষয় আৰু সংকল্প পত্ৰ ৰূপায়ণৰ ৰূপৰেখা সন্দৰ্ভত বিস্তৃত আলোচনা কৰিলোঁ।

মাননীয় শ্ৰীনীতিন নবীন ডাঙৰীয়াৰ সুদূৰপ্ৰসাৰী চিন্তাধাৰা, সাংগঠনিক দক্ষতা আৰু সকলো কাৰ্যকৰ্তাৰ প্ৰতি থকা আন্তৰিকতা সদায়েই প্ৰেৰণাদায়ক। তেখেতৰ মূল্যৱান মাৰ্গদৰ্শন আৰু পৰামৰ্শৰ বাবে আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

Had the honour of meeting Adarniya Adhyaksh Shri Nitin Nabin Ji today.

I briefed him on the roadmap for implementing our Sankalp Patra and discussed other important matters. Extremely grateful for his margdarshan.

Bharatiya Janata Party (BJP)

20/05/2026

Himanta Biswa Sarma
BJYM Assam

Address

Hajo

Alerts

Be the first to know and let us send you an email when BJYM Hajo. ভাৰতীয় জনতা যুৱ মৰ্চা হাজো মণ্ডল posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share