Hajo-Sualkuchi Assembly

Directions

Hajo-Sualkuchi Assembly Hajo-Sualkuchi Assembly Official Social Media Account

09/02/2026
13/01/2026

Dear BJP,
You asked, who is Gaurav Gogoi?

This is Gaurav Gogoi. Naam toh sunah hi hoga 😉 Gaurav Gogoi

Founded on 28 December 1885, it was the first modern nationalist movement to emerge in the British Empire in Asia and Af...
28/12/2025

Founded on 28 December 1885, it was the first modern nationalist movement to emerge in the British Empire in Asia and Africa. From the late 19th century, and especially after 1920, under the leadership of Mahatma Gandhi, the Congress became the principal leader of the Indian independence movement.

At the Kakinada session of the Congress in 1923, a board under Dr. N. S. Hardikar was constituted for establishing the S...
28/12/2025

At the Kakinada session of the Congress in 1923, a board under Dr. N. S. Hardikar was constituted for establishing the Seva Dal. The Seva Dal was established as the Hindustani Seva Mandal on 1 January 1924.

গোৱালপৰীয়া লোকগীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা মহীয়সী শিল্পী, হস্তীৰ কন্যা প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি মৃত্যুবাৰ্ষিকী। অস...
27/12/2025

গোৱালপৰীয়া লোকগীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা মহীয়সী শিল্পী, হস্তীৰ কন্যা প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি মৃত্যুবাৰ্ষিকী। অসমীয়া লোক- সংস্কৃতিৰ প্ৰতি তেখেতৰ অৱদান চিৰদিন অনুপ্ৰেৰণাৰ উৎস হৈ ৰ'ব।

On the death anniversary of Dr. Manmohan Singh, we remember a statesman of integrity, humility, and vision. His leadersh...
26/12/2025

On the death anniversary of Dr. Manmohan Singh, we remember a statesman of integrity, humility, and vision.

His leadership strengthened India’s economy and democracy.

Tributes to the Prime Minister who served the nation selflessly and with determination.

📌হাজোবিজেপি চৰকাৰে বিশুদ্ধ খোৱাপানীৰ প্ৰতিশ্ৰুতি দি ৰাইজক ৰামঠগন দিলে। জলজীৱন আঁচনিৰ নামত নলহে আছে , কিন্তু পানী নাই। সম...
24/12/2025

📌হাজো
বিজেপি চৰকাৰে বিশুদ্ধ খোৱাপানীৰ প্ৰতিশ্ৰুতি দি ৰাইজক ৰামঠগন দিলে। জলজীৱন আঁচনিৰ নামত নলহে আছে , কিন্তু পানী নাই। সমগ্ৰ আঁচনি ৰূপায়ণত হোৱা ব্যৰ্থতাৰ বিৰুদ্ধে কামৰূপ জিলা কংগ্ৰেছ কমিটীৰ আহ্বানত আৰু হাজো ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়।

ে_জল_নাই
#জয়ন্তৰ_জেপত_মানি

15/12/2025

আপোনাৰ ভোট চুৰি হৈছে। ইয়াৰ বিৰুদ্ধে আপুনি এতিয়াই মাত দিব লাগিব।
সদনত লোকসভাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী ডাঙৰীয়াই স্পষ্টভাৱে কৈছে যে দেশৰ সংবিধান নিৰ্মাতাসকলে ভাৰতৰ জনতাক দিয়া সৰ্বশ্ৰেষ্ঠ উপহাৰটি হৈছে তেওঁলোকৰ ভোট দিয়াৰ অধিকাৰ।

এই ভোটাধিকাৰ হৈছে ভাৰতবৰ্ষৰ ১৪০ কোটি লোকৰ শক্তি আৰু গণতান্ত্ৰিক অধিকাৰ। যেতিয়া নিবনুৱা যুৱক-যুৱতী, মহিলা, কৃষক-শ্ৰমিক সকলোৱে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰি চৰকাৰ পৰিৱৰ্তন কৰিবলৈ বিচাৰে তেতিয়া তেওঁলোকে নিৰ্বাচনৰ সময়ত গণতান্ত্ৰিক পৰম্পৰাৰ মাজৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি চৰকাৰ পৰিৱৰ্তন কৰে।

কিন্তু বিজেপিয়ে ভোট চুৰিৰ জৰিয়তে ভোটাৰসকলৰ এই স্বাধীনতা বা অধিকাৰ নাইকিয়া কৰিব বিচাৰিছে।
এই সংবিধানবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে দিল্লীৰ ৰামলীলা ময়দানৰ পৰা গৌৰৱ গগৈৰ গৰ্জন।

03/12/2025

বিগত কিছুদিন ধৰি তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত সংঘটিত হৈ থকা প্ৰশাসনিক অৰাজকতা আৰু আৰ্থিক অনিয়ম সন্দৰ্ভত তথা বিশৃংখল পৰিস্থিতিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰি প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ এখন প্ৰত্ৰ প্ৰেৰণ কৰিছিলো।

ঐতিহাসিক অসম চুক্তিৰ অধীনত স্থাপিত হোৱা এই কেন্দ্ৰীয় বিশ্ববিদ্যালয়খন ৰাজ্যৰ গুণগত উচ্চ শিক্ষাৰ এক আকাংক্ষাৰ প্ৰতীক হিচাপে গঢ় লৈ উঠিছিল। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়তো সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। কিন্তু বৰ্তমান বিশ্ববিদ্যালয়খন এটা গভীৰ প্ৰতিষ্ঠানগত সংকটৰ সন্মুখীন হৈছে। শৈক্ষিক দিশৰ ইতিবাচক খবৰৰ পৰিৱৰ্তে সম্প্ৰতি বিশ্ববিদ্যালয়খন প্ৰশাসনিক অৰাজকতা, ধৰ্ণা, প্ৰতিবাদ, বিত্তীয় কেলেংকাৰীৰ দৰে নেতিবাচক খবৰৰ বাবেহে চৰ্চিত হৈছে।

শেহতীয়াকৈ সংঘটিত কেইবাটাও ঘটনাই ছাত্র-ছাত্রী, শিক্ষকমণ্ডলী আৰু কৰ্মচাৰীসকলৰ মাজত ব্যাপক অসন্তোষৰ সৃষ্টি কৰিছে। বৰ্তমানৰ উপাচাৰ্য্য গৰাকীৰ হঠকাৰী সিদ্ধান্ত, প্ৰশাসনিক অব্যৱস্থা, জবাবদিহিতাৰ অভাৱ, সমন্বয়হীনতা, আৰু অদক্ষ পৰিচালনাই পৰিস্থিতিক অধিক গুৰুতৰ কৰি তুলিছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজ, ছাত্ৰ-ছাত্ৰী, কৰ্মচাৰী তথা অসমৰ সচেতন নাগৰিক সমাজ বিশ্ববিদ্যালয়খনৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ গভীৰভাবে চিন্তিত। সম্প্ৰতি বিশ্ববিদ্যালয়ৰ শৈক্ষিক প্ৰদৰ্শনৰ মানো যথেষ্ট অৱনমিত হৈছে।

উত্তৰ-পূৱ ভাৰতৰ অন্যতম শ্ৰেষ্ঠ এই বিশ্ববিদ্যালয়খনৰ সকলো দিশতে এই অৱনতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিষ্ঠানটিৰ শৈক্ষিক মানদণ্ড, শৈক্ষিক পৰিৱেশ আৰু প্ৰতিষ্ঠানগত সততা পুনৰুদ্ধাৰৰ উদ্দেশ্যে অনতিপলমে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছো।

আশাকৰো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিষয়টো অতি গুৰুত্বসহকাৰে গ্ৰহণ কৰি বিবেচনা কৰিব আৰু তেজপুৰ বিশ্ববিদ্যালয়ে সন্মুখীন হোৱা এই অভূতপূৰ্ব সংকটসমূহৰ সমাধানৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব।

আজি দিল্লীত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সন্মানীয় অধ্যক্ষ Mallikarjun Kharge ডাঙৰীয়া, লোকসভাৰ বিৰোধী দলৰ সন্মানীয় দলপতি Rah...
02/12/2025

আজি দিল্লীত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সন্মানীয় অধ্যক্ষ Mallikarjun Kharge ডাঙৰীয়া, লোকসভাৰ বিৰোধী দলৰ সন্মানীয় দলপতি Rahul Gandhi ডাঙৰীয়া, সাংগঠনিক সাধাৰণ সম্পাদক K.C. Venugopal ডাঙৰীয়া তথা কেন্দ্ৰীয় কংগ্ৰেছ নেতৃত্ব, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় তত্ত্বাৱধায়ক Bhanwar Jitendra Singh ডাঙৰীয়াৰ সৈতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি Gaurav Gogoi ডাঙৰীয়াৰ উপস্থিতিত অসমৰ আগন্তুক নিৰ্বাচন, SIR, সামগ্ৰিক ৰাজনৈতিক পৰিবেশ আদি সামৰি এখনি বৈঠক অনুষ্ঠিত হয় ।
এই সভাখনিত অসম বিধানসভাৰ বিৰোধী দলৰ সন্মানীয় দলপতি Debabrata Saikia ডাঙৰীয়া, ধুবুৰী লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ Rakibul Hussain ডাঙৰীয়া, নগাঁও লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ Pradyut Bordoloi ডাঙৰীয়া, কাৰ্যকৰী সভাপতি Jakir Hussain Sikdar ডাঙৰীয়া, Roselina Tirkey ডাঙৰীয়ানী, প্ৰাক্তন সভাপতি Bhupen Borah ডাঙৰীয়া, Ripun Bora ডাঙৰীয়া আদি কৰি অসম কংগ্ৰেছৰ নেতৃত্ব উপস্থিত থাকে ।



📍10 Rajaji Marg, New Delhi

A proud moment for all of us as Ashik Muhammad takes over as the new President of Assam Youth Congress, Hajo Block. His ...
02/12/2025

A proud moment for all of us as Ashik Muhammad takes over as the new President of Assam Youth Congress, Hajo Block. His journey has always been about dedication, discipline and commitment to public service. We believe his leadership will bring fresh energy to our organization and give a stronger voice to the youth of Hajo.
Wishing him the courage to take bold decisions and the wisdom to guide our team forward. Congratulations, Ashik bhai. The road ahead is bright, and we stand with you.”

Address

Hajo-Sualkuchi
Hajo
781102

Website

Alerts

Be the first to know and let us send you an email when Hajo-Sualkuchi Assembly posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share