Suren Das College NSUI Unit

Suren Das College NSUI Unit Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Suren Das College NSUI Unit, Political organisation, suren das college hajo, Hajo.

কাৰ্যকৰী বৈঠকখন সফল কৰিবলৈ যিসকল সহায়-সহযোগিতা আগবঢ়াইছে, সকলোকে আন্তৰিক ধন্যবাদ। 🙏SDCSU সাধাৰণ নিৰ্বাচনৰ প্ৰস্তুতি লৈ ...
07/09/2025

কাৰ্যকৰী বৈঠকখন সফল কৰিবলৈ যিসকল সহায়-সহযোগিতা আগবঢ়াইছে, সকলোকে আন্তৰিক ধন্যবাদ। 🙏
SDCSU সাধাৰণ নিৰ্বাচনৰ প্ৰস্তুতি লৈ আমি আগবাঢ়ি যোৱা এই সময়ত আপোনালোকৰ বিশ্বাস আৰু সমৰ্থন আমাৰ প্ৰেৰণা।

বিশেষ কৃতজ্ঞতা জনাইছো ২ নং হাজো পঞ্চায়ত ZPC মেম মুনিআৰা বেগম মহোদয়া আৰু নতুনকৈ নিযুক্ত ইউনিট সভাপতি আফতাব জাহিদক তেওঁলোকৰ মূল্যবান উপস্থিতিৰ বাবে। একেলগে আমি ঐক্য, শক্তি আৰু নিষ্ঠাৰ সৈতে আগবাঢ়ি যাব।
Muni Ara Begum

📚 হে নৱাগত, মহাবিদ্যালয়ৰ বাকৰিলৈ তোমাক স্বাগতম 📚সুৰেন দাস মহাবিদ্যালয় NSUI ইউনিটৰ তৰফৰ পৰা নতুনকৈ নামভৰ্তি কৰা সকলো নৱা...
05/08/2025

📚 হে নৱাগত, মহাবিদ্যালয়ৰ বাকৰিলৈ তোমাক স্বাগতম 📚

সুৰেন দাস মহাবিদ্যালয় NSUI ইউনিটৰ তৰফৰ পৰা নতুনকৈ নামভৰ্তি কৰা সকলো নৱাগত ছাত্ৰ-ছাত্ৰীসকলক আন্তৰিক স্বাগতম জনাইছো।

এই নতুন যাত্ৰাত, তোমালৈ আগবঢ়াওঁ উজ্জ্বল ভবিষ্যতৰ শুভকামনা।
NSUI সদায় থাকিব তোমালৈ সহায় আৰু সমৰ্থনত।

🔵 NSUI – ছাত্ৰৰ স্বৰ, ছাত্ৰৰ শক্তি।

NSUI Assam

Address

Suren Das College Hajo
Hajo
781102

Alerts

Be the first to know and let us send you an email when Suren Das College NSUI Unit posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share