Hajo Suwalkuchi Youth Congress

Hajo Suwalkuchi Youth Congress The Hajo Suwalkuchi Youth Congress empowers youth, promoting Congress values and community developmen

26/05/2025

लोकसभा सांसद श्री गौरव गोगोई जी को असम प्रदेश कांग्रेस कमेटी का अध्यक्ष बनाये जाने पर हार्दिक बधाई एवं शुभकामनाएं।

26/05/2025

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মাননীয় মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া , লোকসভাৰ মাননীয় বিৰোধী দলপতি ৰাহুল গান্ধী ডাঙৰীয়া, মাননীয় সাধাৰণ সম্পাদক(সংগঠন) কে চি বেণুগোপাল ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়ালৈ মোক এই গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা বাবে বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছো।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াই দলটোক সন্মুখৰ পৰা নেতৃত্ব দি যথেষ্ঠ অৱদান আগবঢ়ায়।

মোৰ পিতৃ-মাতৃৰ পথ প্রদর্শক আৰু পৰিয়ালৰ বিশেষকৈ পত্নী আৰু সন্তানৰ সহায় অবিহনে মই এই পৰ্যায় নাপালোহেঁতেন।

অসম কংগ্ৰেছ দলৰ নিষ্ঠাৱান আৰু প্ৰেৰণাদায়ক জ্যেষ্ঠ নেতা কৰ্মী সকলৰ সৈতে কাম কৰিবলৈ পোৱাটো মোৰ বাবে আশীৰ্বাদ। তেখেত সকলৰ জ্ঞান, অভিজ্ঞতা আৰু দলৰ প্ৰতি থকা সমৰ্পণে মোক বহু কথা শিকাইছে। মোৰ জ্যেষ্ঠ আৰু সহকৰ্মীসকলৰ সৈতে কাম কৰিবলৈ মই অতিকৈ আগ্ৰহী।

আগন্তুক দিনত অসমবাসীৰ আশীৰ্বাদ বিচাৰিছো। মোৰ বিশ্বাস যে আমি সকলোৱে মিলি আমাৰ ৰাজ্যৰ বাবে উন্নত ভৱিষ্যত গঢ়ি তুলিব পাৰিম। জয় আই অসম,জয় হিন্দ ।

Address

Hajo
Hajo
781102

Website

Alerts

Be the first to know and let us send you an email when Hajo Suwalkuchi Youth Congress posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share