Raju Patowary for 30 No. Hajo Sualkuchi Constituency 2026

  • Home
  • India
  • Hajo
  • Raju Patowary for 30 No. Hajo Sualkuchi Constituency 2026

Raju Patowary for 30 No. Hajo Sualkuchi Constituency 2026 আমি ৰাজনিতি কৰিবলৈ অহা নাই ; আমি গাওঁ গঢ়িব আহিছো 🙏

26/03/2026

এই শুৱালকুছি গৌৰৱ ৰঞ্জিত,
কৰ্মইহে ধৰ্ম মন্ত্ৰ মুখৰিত ।

ইয়াৰে অশোক-অষ্টমী তিথিত
হাজোৰ গোঁসাই হয় উপস্থিত


#হাজো_শুৱালকুছি িৰ্বাচন_২০২৬ #ৰাজু_পাটোৱাৰী

হাজো–শুৱালকুছিৰ উন্নয়নৰ বাবে সকলো উপাদান আমাৰ হাতত আছে —দক্ষ মানুহসমৃদ্ধ সংস্কৃতিপ্ৰাকৃতিক সম্পদচৰকাৰী আঁচনি।প্ৰয়োজন কেৱ...
17/03/2026

হাজো–শুৱালকুছিৰ উন্নয়নৰ বাবে সকলো উপাদান আমাৰ হাতত আছে —
দক্ষ মানুহ
সমৃদ্ধ সংস্কৃতি
প্ৰাকৃতিক সম্পদ
চৰকাৰী আঁচনি।
প্ৰয়োজন কেৱল দূৰদৰ্শী নেতৃত্ব আৰু দৃঢ় বাস্তৱায়ন।

মোৰ পেছাদাৰী অভিজ্ঞতা আৰু জনসেৱাৰ দায়িত্ববোধেৰে মই নিশ্চিত কৰিম যাতে উন্নয়নৰ সুফল প্ৰতিখন গাঁও আৰু প্ৰতিটো পৰিয়াললৈ সমানভাৱে উপনীত হয়।

একেলগে আমি গঢ়ি তুলিম —
এক শক্তিশালী, আত্মনির্ভৰ আৰু উন্নত হাজো–শুৱালকুছি

Raju Patowary


Address

Damdama
Hajo
781104

Alerts

Be the first to know and let us send you an email when Raju Patowary for 30 No. Hajo Sualkuchi Constituency 2026 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category