দুলু আহমেদ অনুৰাগী

  • Home
  • India
  • Hajo
  • দুলু আহমেদ অনুৰাগী

দুলু আহমেদ অনুৰাগী জয় আই অসম

প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া ডাঙৰীয়াৰ পিতৃ সোণাৰাম শইকীয়াদেৱৰ মৃত্যু খবৰে আমাক ব্যথিত কৰিছে । দুলু আহমে...
06/05/2026

প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া ডাঙৰীয়াৰ পিতৃ সোণাৰাম শইকীয়াদেৱৰ মৃত্যু খবৰে আমাক ব্যথিত কৰিছে । দুলু আহমেদ অনুৰাগীৰ তৰফৰ পৰা তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিলোঁ

14/04/2026
৩০নং হাজো-শুৱালকুচি বিধানসভা সমষ্টিৰ অন্তৰ্গত গৃহ গাওঁ দামপুৰত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৰজি আহমেদ ডাঙৰীয়ানী আজি পৰিয়াল ...
09/04/2026

৩০নং হাজো-শুৱালকুচি বিধানসভা সমষ্টিৰ অন্তৰ্গত গৃহ গাওঁ দামপুৰত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৰজি আহমেদ ডাঙৰীয়ানী আজি পৰিয়াল সহ ভোটদান কৰাৰ স্মৰণীয় মুহূৰ্ত।

02/04/2026


#৩০নংহাজোশুৱালকুছি

30/03/2026

হাজো-শুৱালকুচি সমষ্টিৰ বিভিন্ন অঞ্চলত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৰজী আহমেদৰ নিৰ্বাচনী প্ৰচাৰৰ কিছু মুহূৰ্ত।

#হাজোশুৱালকুছি
AITC Assam

যোৱাকালি ৰাজ্যিক কেবিনেটৰ এটা সিদ্ধান্ত আছিল ফকৰুদ্দিন আলী আহমেদৰ নামটো উঠাই বৰপেটা মেডিকেল কলেজ নামেৰে নামাকৰণ কৰা । অস...
11/03/2026

যোৱাকালি ৰাজ্যিক কেবিনেটৰ এটা সিদ্ধান্ত আছিল ফকৰুদ্দিন আলী আহমেদৰ নামটো উঠাই বৰপেটা মেডিকেল কলেজ নামেৰে নামাকৰণ কৰা । অসমৰ খিলঞ্জীয়া মুছলমান সকলে এতিয়া লাজ পাইছে নে নাই ? নে এতিয়াও হিমন্ত বিশ্ব শৰ্মাক তৈলমৰ্দন কৰি থাকিব ।অসম সন্তান তথা ভাৰতৰ গৌৰৱ ফকৰুদ্দিন আলী আহমেদৰ নামতো যেন এলাৰ্জি। কিমান দিনলৈ এই অত্যাচাৰ ..
আজি ৰাষ্ট্ৰপতিলৈ এক পত্ৰ প্ৰেৰণ কৰিম।দুই এদিনতে এক বৃহৎ প্ৰতিনিধি দল দিল্লীলৈ যাম।ইচ্ছা থাকিলে সহযোগ কৰিব।নকৰিলেও অকলে মাত মাতি যাম।

দুলু আহমেদ

Congratulations
08/03/2026

Congratulations

অভিনন্দন
05/03/2026

অভিনন্দন

Address

Dampur
Hajo
781102

Website

Alerts

Be the first to know and let us send you an email when দুলু আহমেদ অনুৰাগী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share