Jatiya Yuva Bahini, Barak Valley

Jatiya Yuva Bahini, Barak Valley Jatiya Yuba Bahini, it's the Youth Front of Raijor Dal leads by Shri Akhil Gogoi.

Permanently closed.
10/03/2026

অসমৰ ভুমিপুত্ৰ মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাঙৰ দিনা ৰাজ্যিক চৰকাৰী বন্ধ ঘোষণা কৰাৰ দাবী অসম বিধানসভাত শক্তিশালীভাৱে তুলি ধৰা একমাত্ৰ জনপ্ৰতিনিধি জন হৈছে সংগ্ৰামী নেতা অখিল গগৈ ডাঙৰীয়া।
সেই সময়ত যদিওঁ বিজেপি দলৰ কিছু নেতা আৰু অন্ধ সমৰ্থকে অখিল গগৈক ইতিকিং কৰিছিল তথাপিও মিচিং জনগোষ্ঠীৰ সকলো স্তৰৰ ৰাইজে বিধানসভাৰ অখিল গগৈৰ বক্তব্যক মৰম আৰু সন্মানৰে গ্ৰহণ কৰিছিল। ৰাইজৰ সেই আকুণ্ঠ সমৰ্থন আৰু অখিল গগৈয়ে উপযুক্ত স্থান আৰু উপযুক্ত সময়ত তোলা দাবীৰ শক্তিৰ ফলতেই আজি অসম অসম চৰকাৰেও কেবিনেটত আলি আঃয়ে লৃগাং উপলক্ষে ৰাজ্যিক বন্ধ ঘোষণা কৰিবলৈ বাধ্য হ’ল।
বিগত পাঁচ বছৰত বিধানসভাৰ ভিতৰত খিলঞ্জীয়া জনগোষ্ঠীৰ অধিকাৰ আৰু মৰ্যাদাৰ পক্ষে দৃঢ়ভাৱে মাত মাতি এই দাবীক সফলতাৰ দিশে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অখিল গগৈৰ এইটো এক উল্লেখযোগ্য কৃতিত্ব। অসমৰ খিলঞ্জীয়া ৰাইজে আৰু সময়ে এই অৱদান মনত ৰাখিব, কাৰণ ইতিহাসে কেতিয়াওঁ সত্যক পাহৰি নাযায়।

10/03/2026
10/03/2026

সদনৰ বাহিৰে-ভিতৰে কেৱল অখিল গগৈ
প্ৰতিদিনে চৰকাৰক ব্যতিব্যস্ত কৰিছে গগৈয়ে
সদনৰ বাহিৰত যুৱপ্ৰজন্মৰ আকৰ্ষণ অখিল গগৈ
Akhil Gogoi
Raijor Dal ৰাইজৰ দল

Gas Cylinder ৰ চিহ্নত ২০২৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থী সকলক ভোট দি জয়যুক্ত কৰক✊Raijor Dal ৰাইজৰ দল ✊...
10/03/2026

Gas Cylinder ৰ চিহ্নত ২০২৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থী সকলক ভোট দি জয়যুক্ত কৰক✊

Raijor Dal ৰাইজৰ দল ✊
Akhil Gogoi ✊

২০১৩ সালের নামনি সুবনসিরি জলবিদ্যুৎ প্রকল্প বিরোধী আন্দোলনের এক পুরনো মামলায় বিধায়ক অখিল গগৈসহ তিনজনের বিরুদ্ধে দেশদ্রোহ...
11/02/2026

২০১৩ সালের নামনি সুবনসিরি জলবিদ্যুৎ প্রকল্প বিরোধী আন্দোলনের এক পুরনো মামলায় বিধায়ক অখিল গগৈসহ তিনজনের বিরুদ্ধে দেশদ্রোহী ধারায় বিচার চালানোর নির্দেশ দিল রাজ্য সরকার। আজ লখিমপুর আদালতে হাজিরা দেন বিধায়ক অখিল গগৈ, আজাদ হাজারিকা ও সিদ্দিক রহমান। বিধানসভার ভিতরে/বাহিরে হিমন্ত বিশ্বশর্মা সরকারের জনবিরোধী নীতির বিরোদ্ধে সোচ্চার ভূমিকা নেওয়ায় দীর্ঘ ১১ বছরের পুরানো মামলায় দেশদ্রোহী ধারা লাগিয়ে অখিল গগৈর কণ্ঠরোধ করার অপচেষ্টায় লিপ্ত হয়েছে অসম সরকার।
Akhil Gogoi

ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ আজি ওপজা দিন। জনতাৰ প্রতিটো মৌলিক বিষয়ত সৰৱ অসমৰ একমাত্ৰ ব...
02/10/2025

ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ আজি ওপজা দিন। জনতাৰ প্রতিটো মৌলিক বিষয়ত সৰৱ অসমৰ একমাত্ৰ বিধায়ক তথা জনতাৰ নেতা তেওঁ। এই বিশেষ দিনটোত Akhil Gogoi ডাঙৰীয়ালৈ আমাৰ তৰফৰ পৰা জনাইছোঁ অলেখ শুভেচ্ছা।।


#ৰাইজৰ_দল

রাইজর দল’র হাইলাকান্দি জেলা কমিটির এক গুরুত্বপূর্ণ সভা আজ লক্ষীরবন্দ বাইপাস স্থিত জেলার মূখ্য কার্যালয়ে অনুষ্ঠিত হয়। সভা...
19/09/2025

রাইজর দল’র হাইলাকান্দি জেলা কমিটির এক গুরুত্বপূর্ণ সভা আজ লক্ষীরবন্দ বাইপাস স্থিত জেলার মূখ্য কার্যালয়ে অনুষ্ঠিত হয়। সভায় রাইজর দল’র আলগাপুর ও লালা ব্লক কমিটির পদাধিকারীদের হাতে নিযুক্তি পত্র তুলে দেওয়া হয়।
Akhil Gogoi
Raijor Dal ৰাইজৰ দল
Raijor Dal, Barak Valley
Raijor Dal Algapur-Katlicherra Constituency

হাইলাকান্দি জেলায় রাইজর দল’র ধারাবাহিক সাংগঠনিক তৎপরতা অব্যাহত। আজ সাহাবাদ বাইপাসে অনুষ্ঠিত এক সভায় রাইজর দলের লালা ব্লক...
04/08/2025

হাইলাকান্দি জেলায় রাইজর দল’র ধারাবাহিক সাংগঠনিক তৎপরতা অব্যাহত। আজ সাহাবাদ বাইপাসে অনুষ্ঠিত এক সভায় রাইজর দলের লালা ব্লক কমিটি গঠন করা হয়। প্রতিকূল আবহাওয়া সত্ত্বেও আজকের সভায় লালা ব্লকের বিভিন্ন অঞ্চলের যুবকদের উপস্থিতি লক্ষণীয় ছিল।
Akhil Gogoi
Raijor Dal ৰাইজৰ দল

29/07/2025
26/07/2025

Address

Hailakandi

Alerts

Be the first to know and let us send you an email when Jatiya Yuva Bahini, Barak Valley posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share