27/01/2023
ডিমাচা জনগোষ্ঠীৰ লোকসকলক কৃষিভিত্তিক 'বুচু ডিমা' উৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই উৎসৱে নতুন উৎসাহ-উদ্দীপনাৰ সূচনাৰে ডিমাচা সমাজখনক প্ৰাণৱন্ত কৰি তোলক আৰু ইয়াৰ জৰিয়তে সমাজখনৰ মাজত সুখ-শান্তি, সমন্বয়, আনন্দ আৰু নৱচেতনাৰ উন্মেষ হওক, তাৰেই কামনা কৰিলোঁ।