Kisan Morcha - Media, BJP Assam Pradesh

Kisan Morcha - Media, BJP Assam Pradesh Welcome to the Page of Media Team - BJP Assam Pradesh Kisan Morcha.

Team অসম
08/06/2026

Team অসম

27/05/2026

Implementation of Uniform Civil Code ( UCC ).

Video Source - The Hindu

Countdown begins.Waiting for the Grand Celebration 🎉 BJP Assam Pradesh
04/05/2026

Countdown begins.

Waiting for the Grand Celebration 🎉

BJP Assam Pradesh

চ'ততে চকৰি         ব'হাগত বগৰী         জেঠতে আমনা ধান,গৰু বিহুৰ দিনা       আশীৰ্বাদ ল'লেহে         বৈকুণ্ঠত পাবাগৈ স্থান...
14/04/2026

চ'ততে চকৰি ব'হাগত বগৰী
জেঠতে আমনা ধান,
গৰু বিহুৰ দিনা আশীৰ্বাদ ল'লেহে
বৈকুণ্ঠত পাবাগৈ স্থান।

গৰু বিহুৰ শুভক্ষণত সদৌটি অসমবাসী ৰাইজলৈ কঢ়িয়াই আনক সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা।

05/04/2026

দূৰদৰ্শনৰ দ্ৱাৰা আয়োজিত কনক্লেভত বিজেপিৰ মুখপাত্ৰ ড° কংকনা গোস্বামীৰ সন্মূখত অসহায় কংগ্ৰেছৰ মুখপাত্ৰ |

প্ৰভু হনুমান জয়ন্তীৰ শুভেচ্ছা সকলোকে । পাৱানপুত্ৰ হনুমানৰ আশীৰ্বাদেৰে আপোনালোকৰ জীৱন সদায় সুখ শান্তি আৰু সমৃদ্ধিৰে ভৰি...
02/04/2026

প্ৰভু হনুমান জয়ন্তীৰ শুভেচ্ছা সকলোকে ।

পাৱানপুত্ৰ হনুমানৰ আশীৰ্বাদেৰে আপোনালোকৰ জীৱন সদায় সুখ শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰক।

30/03/2026

তিহু — অভিজ্ঞতা আৰু নেতৃত্বৰ এক শক্তিশালী পৰম্পৰা 📍

🗳️ ‘আহক চিনো আমাৰ প্ৰাৰ্থীক’ — Episode 6

📍 তিহু সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী —
Chandra Mohan Patowary

28/03/2026

ৰাজনীতিৰ সৈতে সংগীত, শিক্ষা আৰু যুৱ শক্তিৰ সংযোগ —ৰঙানদী — নতুন চিন্তা আৰু যুৱ নেতৃত্বৰ এক প্ৰতিচ্ছবি 📍

🗳️ ‘আহক চিনো আমাৰ প্ৰাৰ্থীক’ — Episode 5

📍 ৰঙানদী সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী —
Rishiraj Hazarika

ত্ৰয়োদশ শতিকাৰ কামৰূপৰ ৰজা মহাৰাজ পৃথুৱে ১২০৬ খ্ৰীষ্টাব্দত কুটুবুদ্দিন আইবাকৰ সেনাধিনায়ক মহম্মদ ইবন বখটিয়াৰ খিলিজীক পৰাস...
28/03/2026

ত্ৰয়োদশ শতিকাৰ কামৰূপৰ ৰজা মহাৰাজ পৃথুৱে ১২০৬ খ্ৰীষ্টাব্দত কুটুবুদ্দিন আইবাকৰ সেনাধিনায়ক মহম্মদ ইবন বখটিয়াৰ খিলিজীক পৰাস্ত কৰি অসমভূমিক প্ৰদান কৰিছিল অমল গৌৰৱ। আজিও মহাৰাজ পৃথুৰ বীৰত্বৰ আদৰ্শ সকলোৰে বাবেই উত্তম প্ৰেৰণা। ইতিমধ্যে আমাৰ চৰকাৰেও মহাৰাজ পৃথুৰ গৌৰৱগাথাক অমৰ কৰি তুলিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।

বখতিয়াৰ খিলিজীক পৰাস্ত কৰাৰ স্মৃতিদিৱসটিত মহাৰাজ পৃথুৰ গৌৰৱগাথাক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

28/03/2026

বৰ্খেত্ৰী — গ্ৰাম্য উন্নয়ন আৰু জনসংযোগৰ এক গুৰুত্বপূৰ্ণ সমষ্টি 📍

🗳️ ‘আহক চিনো আমাৰ প্ৰাৰ্থীক’ — Episode 4

📍 বৰ্খেত্ৰী সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী — Narayan Deka

Address

BJP State Office , Basistha
Guwahati

Website

Alerts

Be the first to know and let us send you an email when Kisan Morcha - Media, BJP Assam Pradesh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share