Media Relation Department;BJP Assam Pradesh

Media Relation Department;BJP Assam Pradesh Official Page Of Media Relation Department BJP Assam Pradesh

21/08/2026

যেতিয়া হিংসাক বৌদ্ধিকীকৰণ কৰা হয়, সন্ত্ৰাসবাদীৰ প্ৰতি মানৱীয়তা প্ৰদৰ্শন কৰি আমাৰ সেনাবাহিনীৰ প্ৰতি প্ৰশ্ন তোলা যায় তেতিয়াই ধৰিব পাৰি 'দিমাগী নক্সাল' কোন হয়!

15/08/2026

"বন্দে মাতৰম" গীতটো‌ পৰিবেশন হৈ থকাৰ সময়ত কংগ্ৰেছৰ ৰাজমাতা ছোনিয়া গান্ধী আৰু যুৱৰাজ ৰাহুল গান্ধীয়ে প্ৰদৰ্শন নকৰিলে সামান্যতম সন্মানখিনিও!! সন্মান কৰিব কʼৰ পৰা;দেশ খণ্ডিত কৰা কংগ্ৰেছেইটো এদিন টুকুৰা কৰিছিল "বন্দে মাতৰম" গীতটোক‌ও!!সময় সলনি হʼল, কিন্তু সলনি নহ'ল কংগ্ৰেছৰ নিকৃষ্ট মানসিকতাৰ!! ধিক্কাৰ!!!

দেশৰ ৮০সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি সমগ্ৰ দেশজুৰি ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত উদযাপিত হৈ থকা   কাৰ্যক্ৰমৰ অংশ...
15/08/2026

দেশৰ ৮০সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি সমগ্ৰ দেশজুৰি ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত উদযাপিত হৈ থকা কাৰ্যক্ৰমৰ অংশস্বৰূপে BJP Assam Pradeshৰ সংবাদ সম্পৰ্ক বিভাগৰ সন্মানীয় আহ্বায়ক Dewan Dhruba Jyoti Maral ডাঙৰীয়াৰ নেতৃত্বত এটি সঁজাতি দলে অসমৰ আগশাৰীৰ কেবাটাও সংবাদ প্ৰতিষ্ঠানত উপস্থিত হৈ প্ৰতিষ্ঠানটোৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিকসকলক সাক্ষাৎ কৰি প্ৰতিগৰাকী ভাৰতীয়ৰ আৱেগ একোখনকৈ ত্ৰিৰংগ পতাকা প্ৰদান কৰে!

দেশৰ ৮০সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সমগ্ৰ দেশজুৰি ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত উদযাপিত হৈ থকা   কাৰ্যক্ৰমৰ অংশস্বৰূ...
14/08/2026

দেশৰ ৮০সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সমগ্ৰ দেশজুৰি ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত উদযাপিত হৈ থকা কাৰ্যক্ৰমৰ অংশস্বৰূপে BJP Assam Pradeshৰ সংবাদ সম্পৰ্ক বিভাগৰ সন্মানীয় আহ্বায়ক Dewan Dhruba Jyoti Maral ডাঙৰীয়াৰ নেতৃত্বত এটি সঁজাতি দলে অসমৰ আগশাৰীৰ কেবাটাও সংবাদ প্ৰতিষ্ঠানত উপস্থিত হৈ প্ৰতিষ্ঠানটোৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিকসকলক সাক্ষাৎ কৰি প্ৰতিগৰাকী ভাৰতীয়ৰ আৱেগ একোখনকৈ ত্ৰিৰংগ পতাকা প্ৰদান কৰে।এই সাক্ষাতৰ সময়ত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সন্মানীয় উপ-সভাপতি অশোক কুমাৰ ভট্টৰায় ডাঙৰীয়া,ৰাজ্যিক সম্পাদক বিতুপন দলে ডাঙৰীয়া, সংবাদ সম্পৰ্ক বিভাগৰ সন্মানীয় সহ-আহ্বায়কদ্বয় Jitul Deka ডাঙৰীয়া আৰু নয়ন তালুকদাৰ ডাঙৰীয়া!

টীম সংবাদ সম্পৰ্ক বিভাগৰ বাবে এটা বিশেষ দিন!! যোৱাকালি আমাৰ BJP Assam Pradeshৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ Dilip Saikia ডা...
16/07/2026

টীম সংবাদ সম্পৰ্ক বিভাগৰ বাবে এটা বিশেষ দিন!!
যোৱাকালি আমাৰ BJP Assam Pradeshৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ Dilip Saikia ডাঙৰীয়াই শুভ উদ্বোধন কৰে সংবাদ সম্পৰ্ক বিভাগৰ বিশেষ কক্ষটো!শ্ৰদ্ধাৰ Dewan Dhruba Jyoti Maral ডাঙৰীয়াৰ নেতৃত্বত সাঁজু টীম সংবাদ সম্পৰ্ক বিভাগ এক নতুন যাত্ৰাৰ বাবে!লগত থাকিব আপোনালোক আৰু শ্ৰদ্ধাৰ সংবাদকৰ্মী বন্ধুসকল!

21/03/2026

𝐓𝐡𝐞𝐫𝐞’𝐬 𝐚 𝐬𝐩𝐞𝐜𝐢𝐚𝐥 𝐤𝐢𝐧𝐝 𝐨𝐟 𝐩𝐫𝐢𝐝𝐞 𝐭𝐡𝐚𝐭 𝐜𝐨𝐦𝐞𝐬 𝐟𝐫𝐨𝐦 𝐬𝐞𝐞𝐢𝐧𝐠 𝐭𝐡𝐞 𝐭𝐫𝐚𝐝𝐢𝐭𝐢𝐨𝐧𝐬 𝐰𝐞 𝐠𝐫𝐞𝐰 𝐮𝐩 𝐰𝐢𝐭𝐡 𝐠𝐞𝐭 𝐭𝐡𝐞 𝐠𝐥𝐨𝐛𝐚𝐥 𝐬𝐩𝐨𝐭𝐥𝐢𝐠𝐡𝐭 𝐭𝐡𝐞𝐲 𝐝𝐞𝐬𝐞𝐫𝐯𝐞.

Whether it’s honouring the legendary courage of Lachit Borphukan, watching the rhythm of Bihu set world records, or bringing our sacred artifacts back home,it’s all about protecting the heart and soul of Assam.

Proud to keep these roots alive and thriving.

সংকল্প দৃঢ়, লক্ষ্য স্পষ্ট... সুৰক্ষিত আৰু বিকশিত অসমআমাৰ স্বপ্ন ।আকৌ এবাৰ বিজেপি চৰকাৰ।
21/03/2026

সংকল্প দৃঢ়, লক্ষ্য স্পষ্ট...
সুৰক্ষিত আৰু বিকশিত অসম
আমাৰ স্বপ্ন ।

আকৌ এবাৰ বিজেপি চৰকাৰ।

সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে দলগাঁও আৰু চিচিবৰগাঁও বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত দুয়োগৰাকী প্ৰাৰ্থী...
21/03/2026

সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে দলগাঁও আৰু চিচিবৰগাঁও বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত দুয়োগৰাকী প্ৰাৰ্থীলৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ।

19/03/2026

বিজেপিৰ দিনৰ অসম...

কংগ্ৰেছৰ শাসনকালত গঁড় হত্যা আছিল নিতৌ বাতৰি কাকতৰ শিৰোনাম। বিজেপি চৰকাৰে অতি বিচক্ষণতাৰে চোৰাং চিকাৰীৰ বিৰুদ্ধে কঠোৰ অভিযান চলাই অসমৰ গৌৰৱ এশিঙীয়া গঁড়ৰ হত্যা ৰোধ কৰিবলৈ সক্ষম হ'ল।

Address

BJP Assam Pradesh Head Office; Basistha Chariali
Guwahati
781029

Website

Alerts

Be the first to know and let us send you an email when Media Relation Department;BJP Assam Pradesh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share