BJP Guwahati City District

BJP Guwahati City District The page aims to interact with the people of Guwahati City and enable them to know the activities of the party in The City.

Everyone who wants to play a part in nation building and is yearning to see a growth-oriented, corruption free and a strong willed leader at the center, please like this page and help us spread the word!

01/06/2026

অসম বিৰোধী অপশক্তিবোৰৰ বিৰুদ্ধে এক দুৰ্জেয় সাহসৰ নাম- ড০ হিমন্ত বিশ্ব শৰ্মা।

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অন্যতম প্ৰিয় শিষ্য 'বঢ়াৰ পো' মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদ...
01/06/2026

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অন্যতম প্ৰিয় শিষ্য 'বঢ়াৰ পো' মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ গুৰুজনাৰ পৱিত্ৰ আৱিৰ্ভাৱ তিথিত তেৰাৰ শ্ৰীচৰণত কোটি কোটি প্ৰণিপাত জনাইছোঁ। গুৰুজনাৰ দৰ্শন, আদৰ্শ, অমৃত সৃষ্টি আৰু ধৰ্মৰ বাণীয়ে অসমীয়া জাতিক চিৰকাল সমৃদ্ধ কৰি ৰখাৰ লগতে যুগে যুগে পথ দেখাই থাকিব।

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী জীৰ মন কী বাত অনুষ্ঠানত গুৱাহাটী মহানগৰ জিলাৰ ৰাজধানী মণ্ডলৰ ১৭৯ নং বুথত ভাৰ...
01/06/2026

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী জীৰ মন কী বাত অনুষ্ঠানত গুৱাহাটী মহানগৰ জিলাৰ ৰাজধানী মণ্ডলৰ ১৭৯ নং বুথত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক উপ-সভাপতি তথা জিলা প্ৰভাৰী শ্ৰীযুত অশোক ভট্টৰায় ডাঙৰীয়া উপস্থিত থাকে। অংশগ্ৰহণ কৰাৰ লগতে উপস্থিত কাৰ্যকৰ্তা সকলৰ সৈতে মত-বিনিময় কৰে।

কলিকতাত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টি অসম, পশ্চিম বংগ আৰু ত্ৰিপুৰা প্ৰদেশৰ পণ্ডিত দীনদয়াল প্ৰশিক্ষণ মহাঅভিযানৰ এদিনীয়া ...
01/06/2026

কলিকতাত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টি অসম, পশ্চিম বংগ আৰু ত্ৰিপুৰা প্ৰদেশৰ পণ্ডিত দীনদয়াল প্ৰশিক্ষণ মহাঅভিযানৰ এদিনীয়া বৰ্গত অসম প্ৰদেশৰ মাননীয় সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়া সহিতে দলৰ কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰে।

এদিনীয়া প্ৰশিক্ষণ বৰ্গটিত মাননীয় ৰাষ্ট্ৰীয় সহ সাংগঠনিক সম্পাদক শ্ৰীযুত শিৱ প্ৰকাশ ডাঙৰীয়া, মাননীয় ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক শ্ৰীযুত সুনীল বানচাল ডাঙৰীয়া উপস্থিত থাকে।

উল্লেখ্য যে অহা মাহৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক স্তৰৰ পৰা মণ্ডল তথা বুথ স্তৰলৈকে নিৱাসী প্ৰশিক্ষণ বৰ্গ অনুষ্ঠিত হ'ব।

31/05/2026

২০১৪ৰ পৰা ২০২৬লৈ পৰিৱৰ্তিত ভাৰতৰ কাহিনী!

ভাৰত সঁচাকৈয়ে সলনি হ’ব পাৰেনে? বহুতৰ মনত থকা এই দোমোজালিৰ মাজতে ভাৰত আগবাঢ়িছে বিকাশৰ ক্ষীপ্ৰ গতিত। তাহানিৰ ভগ্ন-প্ৰায় পথ, বিদ্যুৎ সংকট আৰু বিশ্বৰ ১১ সংখ্যক অৰ্থনীতিৰ পৰা চতুৰ্থ বৃহৎ অৰ্থনীতিলৈ আগবাঢ়ি ভাৰতে আজি বিশ্বৰ মঞ্চত নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিছে।

যোৱা ১২বছৰত তলত উল্লেখ কৰাৰ ধৰনে দেশে বহু ডাঙৰ পৰিৱৰ্তনৰ সাক্ষী হৈছে—

📌 ডিজিটেল আৰু মহাকাশ বিপ্লৱ।

📌 দ্ৰুত গতিৰ আন্তঃগাঁথনি উন্নয়ন।

📌 দৰিদ্ৰ কল্যাণ আৰু নিৰ্মূলৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব।

এয়া কেৱল পৰিৱৰ্তন নহয়, যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত বিকশিত ভাৰতৰ ক্ৰমবৰ্দ্ধমান আত্মবিশ্বাসৰ একো একোটা অনুপ্ৰেৰণাদায়ক কাহিনী।

31/05/2026

ভাৰতৰ পৰা হেৰাই যোৱা ঐতিহ্য যেতিয়া পুনৰ স্বদেশলৈ উভতি আহিল, তেতিয়া প্ৰতিজন ভাৰতীয়ৰ হৃদয় গৌৰৱেৰে ভৰি উঠিল... 🇮🇳

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেদাৰলেণ্ড ভ্ৰমণকালত দেশখনে চৌল সাম্ৰাজ্যৰ যুগৰ সেই দুৰ্লভ তাম্ৰ ফলকসমূহ ভাৰতক পুনৰ ঘূৰাই দিয়াৰ সেই ঐতিহাসিক মুহূৰ্তৰ বিষয়ে শুনো আহকচোন।

যশস্বী প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয় ৰেডিঅ’ৰ অনুষ্ঠান ১৩৪ সংখ্যক  “মন কী বাত” গুৱাহাটী মহা...
31/05/2026

যশস্বী প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয় ৰেডিঅ’ৰ অনুষ্ঠান ১৩৪ সংখ্যক “মন কী বাত” গুৱাহাটী মহানগৰ জিলাৰ সন্মানীয় সভাপতি শ্ৰীযুত Tapan Ch Das ডাঙৰীয়াই জালুকবাৰী সমষ্টিৰ ২১৯ নং’ বুথত উপস্থিত থাকি শ্ৰৱণ কৰে৷ তেখেতৰ লগত গুৱাহাটী মহানগৰ জিলাৰ সন্মানীয় উপসভাপতি Debajit Rajbongshi, বুথৰ অন্তৰ্গত ৰাজ্যিক আৰু জিলাৰ বিভিন্ন স্তৰৰ কাৰ্যকৰ্তা বুথৰ কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজেও উপস্থিত থাকি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মন কী বাত শ্ৰৱণ কৰে৷

আজি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাক্...
30/05/2026

আজি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাক্ষাৎ কৰে। সাক্ষাতকালত অসমত এন ডি এ ৩.০ চৰকাৰৰ উন্নয়নৰ নতুন গতিৰ বিষয়ে যশস্বী প্ৰধানমন্ত্ৰী গৰাকীৰ সৈতে আলোচনা কৰে।

ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ১৩৪ সংখ্যক 'মন-কী-বাত' অনুষ্ঠান সকলোৱে নিজৰ নিজৰ বুথত শ্ৰৱণ ক...
30/05/2026

ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ১৩৪ সংখ্যক 'মন-কী-বাত' অনুষ্ঠান সকলোৱে নিজৰ নিজৰ বুথত শ্ৰৱণ কৰোঁ আহক...

Address

অটল বিহাৰী বাজপেয়ী ভৱন, হেঙেৰাবাৰী, গুৱাহাটী
Guwahati
781036

Website

Alerts

Be the first to know and let us send you an email when BJP Guwahati City District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJP Guwahati City District:

Share