Byatikram Foundation - ব্যতিক্ৰম ফাউণ্ডেচন

  • Home
  • India
  • Guwahati
  • Byatikram Foundation - ব্যতিক্ৰম ফাউণ্ডেচন

Byatikram Foundation - ব্যতিক্ৰম ফাউণ্ডেচন Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Byatikram Foundation - ব্যতিক্ৰম ফাউণ্ডেচন, Social service, Kanaklata Path, Pub Lachit Nagar, Ulubari, Guwahati.

অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সাহায্য পুঁজিলৈ Byatikram Foundation - ব্যতিক্ৰম ফাউণ্ডেচন ৰ তৰফৰ পৰা এটি নূন্যতম ধন...
11/08/2026

অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সাহায্য পুঁজিলৈ Byatikram Foundation - ব্যতিক্ৰম ফাউণ্ডেচন ৰ তৰফৰ পৰা এটি নূন্যতম ধনৰাশি আগবঢ়োৱা হয়।

Himanta Biswa Sarma

ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালা 👏
22/08/2025

ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালা 👏

পূৰ্বোত্তৰ প্ৰদেশীয় মাৰৱাৰী যুৱ মঞ্চৰ সৌজন্যত আৰু ব্যতিক্ৰম ফাউণ্ডেশ্যনৰ সহযোগত অনুষ্ঠিত " লুইতপৰীয়া বিহু সন্মিলনৰ সফল ...
22/04/2025

পূৰ্বোত্তৰ প্ৰদেশীয় মাৰৱাৰী যুৱ মঞ্চৰ সৌজন্যত আৰু ব্যতিক্ৰম ফাউণ্ডেশ্যনৰ সহযোগত অনুষ্ঠিত " লুইতপৰীয়া বিহু সন্মিলনৰ সফল পৰিসমাপ্তিৰ কেইটিমান মূহুৰ্ত।

🙏
17/04/2025

🙏

সৰ্বপ্ৰথমে অসমবাসী ৰাইজক অসমীয়া নৱবৰ্ষৰ লগতে চেনেহৰ বহাগ বিহুৰ হিয়াভৰা সম্ভাষণ জ্ঞাপন কৰিলোঁ। আপোনালোকক জনাবলৈ পাই সুখী...
14/04/2025

সৰ্বপ্ৰথমে অসমবাসী ৰাইজক অসমীয়া নৱবৰ্ষৰ লগতে চেনেহৰ বহাগ বিহুৰ হিয়াভৰা সম্ভাষণ জ্ঞাপন কৰিলোঁ।

আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে পূৰ্বোত্তৰ প্ৰদেশীয় মাৰৱাড়ী যুৱ মঞ্চৰ উদ্যোগত আৰু 'ব্যতিক্ৰম ফাউণ্ডেশ্যন',ৰ সহযোগত চতুৰ্থ সংখ্যক "লুইতপৰীয়া বিহু সন্মিলন" খন অহা ৬ বহাগ ১৯৪৭ শক (২০ এপ্ৰিল ২০২৫), দেওবাৰে গুৱাহাটীৰ বেলতলা স্থিত "ৰংগমঞ্চ"ত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে ।

বিহুৰ এই আয়োজনৰ মুখ্য লক্ষ্য হৈছে অসমত বসবাস কৰা নানা জাতি, উপজাতি, নানা ভাষিক সকলো লোকৰে মাজত সামাজিক সম্প্ৰীতিৰ এনাজৰীডাল আৰু অধিক সুদৃঢ় কৰি এক সুন্দৰ পৰিবেশ গঢ়ি তোলা।

অসমত বসবাস কৰা প্ৰত্যেকজন ব্যক্তিৰ আবেগ এই বিহুৰ লগত জড়িত । সেয়েহে উক্ত অনুষ্ঠানত আপোনালোকৰ উপস্থিতি আৰু পূৰ্ণ সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিলোঁ । আপোনাৰ উপস্থিতিয়ে আমাৰ বাপতিসাহোণ বিহুটিক আৰু অধিক ৰাঙলী কৰি তুলিব।

14/04/2025

ৰঙালী বিহুৰ শুভেচ্ছাৰে.......

ব্যতিক্ৰম ফাউণ্ডেচনৰ উদ্যোগত, জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ আৰু এপলো এক্সেল কেয়াৰ হাস্পাতালৰ সহযোগত অসমী আইৰ সুসন্তান, অস...
01/02/2025

ব্যতিক্ৰম ফাউণ্ডেচনৰ উদ্যোগত, জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ আৰু এপলো এক্সেল কেয়াৰ হাস্পাতালৰ সহযোগত অসমী আইৰ সুসন্তান, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দেৱৰ উপজা দিন উপলক্ষে আজি অনুষ্ঠিত "সুস্থ শৰীৰ, সুস্থ চিন্তাৰ অধিকাৰী" শীৰ্ষক এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ কিছু স্থিৰচিত্ৰ 🙏


Himanta Biswa Sarma

ব্যতিক্ৰম ফাউণ্ডেচনৰ উদ্যোগত, জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ আৰু এপলো এক্সেল কেয়াৰ হাস্পাতালৰ সহযোগত অসমী আইৰ সুসন্তান, অস...
29/01/2025

ব্যতিক্ৰম ফাউণ্ডেচনৰ উদ্যোগত, জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ আৰু এপলো এক্সেল কেয়াৰ হাস্পাতালৰ সহযোগত অসমী আইৰ সুসন্তান, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দেৱৰ উপজা দিন উপলক্ষে "সুস্থ শৰীৰ, সুস্থ চিন্তাৰ অধিকাৰী" শীৰ্ষক এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠান অহা ১ ফেব্ৰুৱাৰী তাৰিখে জ্যোতি চিত্ৰবন বাকৰিত অনুষ্ঠিত কৰা হব। উক্ত অনুষ্ঠানত সকলোৰে উপস্থিতি কামনা কৰাৰ লগতে সহায় সহযোগিতা কামনা কৰিলোঁ।

Address

Kanaklata Path, Pub Lachit Nagar, Ulubari
Guwahati
781007

Website

Alerts

Be the first to know and let us send you an email when Byatikram Foundation - ব্যতিক্ৰম ফাউণ্ডেচন posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category