09/09/2026
From bedridden to walking with support.
Just 2 months post-stroke, this strong mother from Shillong found her steps—and her smile—at Palon ReWalk, Guwahati. Powered by advanced German AI & Robotics, her beautiful physical and cognitive recovery proves one thing:
Early Rehab = Better Recovery.
নিৰাশাৰ পৰা আশাৰ খোজলৈ.
ষ্ট্ৰোকৰ বাবে বিচনাত আৱদ্ধ শ্বিলঙৰ এইগৰাকী মাতৃয়ে মাত্ৰ ২ মাহতে পুনৰ আনৰ সহায়ত খোজকাঢ়িব পৰা হৈছে |গুৱাহাটীৰ Palon ReWalk-অৰ উন্নত জাৰ্মান AI আৰু ৰবটিক্স প্ৰযুক্তিৰ সহায়ত তেওঁ ঘূৰাই পালে নিজৰ হেৰোৱা খোজ আৰু মুখৰ হাঁহি।
সঠিক সময়ৰ চিকিৎসাই সলনি কৰিব পাৰে জীৱন।
📞 Contact: 080113 23126
📍 Address: Palon Rewalk, Guwahati, Assam