জাতীয় দল অসম

জাতীয় দল অসম অসম সংগ্ৰামী মঞ্চ আৰু আঞ্চলিক গণ মর্চা একত্ৰিকৰণ কৰি ★জাতীয় দল- অসম★ (JDA) নামাকৰণ কৰা হল ।

13/04/2024
📌 সামগ্ৰীৰ  দাম বৃদ্ধি নিয়ন্ত্ৰণত ১০০% সফল বিজেপি চৰকাৰ... 🤔
30/03/2024

📌 সামগ্ৰীৰ দাম বৃদ্ধি নিয়ন্ত্ৰণত ১০০% সফল বিজেপি চৰকাৰ... 🤔

★ চান্দাই হৈছে ধান্দা... চান্দা পাৰ্টিৰ ।
26/03/2024

★ চান্দাই হৈছে ধান্দা... চান্দা পাৰ্টিৰ ।

আজি অনুষ্ঠিত বিৰোধী ঐক্য মঞ্চৰ সভাত জাতীয় দল অসমৰ প্ৰতিনিধি ডিব্ৰুগড়ত ।।
30/11/2023

আজি অনুষ্ঠিত বিৰোধী ঐক্য মঞ্চৰ সভাত জাতীয় দল অসমৰ প্ৰতিনিধি ডিব্ৰুগড়ত ।।

30/11/2023
🔻    ৰাজ্যৰ ১১ টা বিৰোধী ৰাজনৈতিক দলে মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰি ৰাজ্যৰ প্ৰস্তাৱিত সমষ্টি পুনৰনিৰ্ধাৰণৰ ক্ষেত্ৰ...
07/05/2023

🔻 ৰাজ্যৰ ১১ টা বিৰোধী ৰাজনৈতিক দলে মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰি ৰাজ্যৰ প্ৰস্তাৱিত সমষ্টি পুনৰনিৰ্ধাৰণৰ ক্ষেত্ৰত থকা আসোৱাহসমূহ সমাধানৰ বাবে ইতিপূৰ্বে দাখিল কৰা আবেদনৰ সন্দৰ্ভত আলোচনা কৰি স্মাৰক পত্ৰ প্ৰদান কৰে ৬/৫/২৩ ।

🔻 ২০০১ ৰ লোকপিয়লৰ পৰিৱৰ্তে শেহতীয়া লোকপিয়ল অনুসৰি সমষ্টিৰ পুনৰনিৰ্ধাৰণ কৰিবলৈ দাবী জনায় । উক্ত স্মাৰক পত্ৰ মুখ্য নিৰ্বাচনী বিষয়াই তাৎক্ষণিকভাৱে #সমষ্টি #পুনৰনিৰ্ধাৰণ #আয়োগলৈ প্ৰেৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

Address

Assam Guwahati
Guwahati
781003

Website

Alerts

Be the first to know and let us send you an email when জাতীয় দল অসম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

অসম সংগ্ৰামী মঞ্চ

https://www.facebook.com/pg/asomsangramimancha/