01/06/2026
উৎপত্তিৰ ৰাগৰ, লোককৃষ্টিৰ তানৰ,
আমি চিনাকি মাটিৰ সুৰে পিন্ধা নতুনত্বৰ সাজৰ প্ৰতিধ্বনি… জাহ যাব ধৰা জাতিটোৰ স্বকিয়তাৰ বাহক আমি, খহি পৰা ভেটিটোৰ বদ্ধপৰিকৰ ৰক্ষক আমি, পক্ষাঘাতগ্ৰস্ত জাতিটোৰ মৃত-সঞ্জীৱনী আমি, দিকভ্ৰান্ত একাংশ ভ্ৰাতৃৰ বাবে মূল-সুঁতিৰ সোঁৱৰণী আমি… আমি প্ৰত্যেকজন সচেতন অসমীয়াৰ জাতিপ্ৰেমী কণ্ঠৰ প্ৰতিধ্বনি,আমি লুইতৰ দুই পাৰৰ সম্প্ৰীতিৰ ঐক্যতানৰ প্ৰতিধ্বনি,আমি পূৰ্বোত্তৰৰ ভিন্নসুৰী গান এটিৰ প্ৰতিধ্বনি 🙏