Agriculture Assam

Agriculture Assam It is Not a Official page. It is a simple step to forward. It produces some of the finest and most expensive teas and has its own variety Camellia assamica.

In Assam among all the productive sectors, agriculture makes the highest contribution to its domestic sectors, accounting for more than a third of Assam’s income and employs 69% of workforce.[68] Assam's biggest contribution to the world is tea. Assam also accounts for a fair share of India’s production of rice, rapeseed, mustard seed, jute, potato, sweet potato, banana, papaya, areca nut, sugarca

ne and turmeric. It is also a home of large varieties of citrus fruits, leaf vegetables, vegetables, useful grasses, herbs, spices, etc. Assam’s agriculture is yet to experience modernisation in a real sense. With implications for food security, per capita food grain production has declined in the past five decades.[69] Productivity has increased marginally, but is still low compared to highly productive regions. For instance, the yield of rice (staple food of Assam) was just 1531 kg per hectare against India’s 1927 kg per hectare in 2000–01[69] (which itself is much lower than Egypt’s 9283, US’s 7279, South Korea’s 6838, Japan’s 6635 and China’s 6131 kg per hectare in 2001[70]). On the other hand, after having strong domestic demand, and with 1.5 million hectares of inland water bodies, numerous rivers and 165 varieties of fishes,[71] fishing is still in its traditional form and production is not self-sufficient.[72]

The Assam Agriculture University is located at Jorhat, Assam.

27/09/2024

Department of Agriculture, Assam নামৰ পেজ এটা আছে সেইটো চৰকাৰী নে ভুৱা ? নে ৰাজননৈতিক নেতাৰ লেমটো কিছুমানে কৰা পেজ

আমাৰ পেজত Non official লিখা আছে ৷ সাধাৰণ কৃষক আমি চৰকাৰী বিভাগ গভীৰ নিদ্ৰা ত শুই থাকোতে ২০১৩ চনতআমি কৃষি বিভাগৰ সহায়ৰ বা...
15/02/2024

আমাৰ পেজত Non official লিখা আছে ৷ সাধাৰণ কৃষক আমি চৰকাৰী বিভাগ গভীৰ নিদ্ৰা ত শুই থাকোতে ২০১৩ চনতআমি কৃষি বিভাগৰ সহায়ৰ বাবে এই পেজ খুলিছিলো ৷ এটা বিভাগ বুলি কওতে তেতিয়া চৰকাৰী চিম্বল অশোক চক্ৰ ব্যৱহাৰ কৰা হৈছিল ৷ ৷এইটো পেজত কৃষি সজাগতা ৰ পোষ্ট দিয়া হয় ৷চৰকাৰে দুবছৰ মান আগতে খুলা পেজ ৰ পৰা আমাৰ পেজৰ স্কীনচট দি পোষ্ট দিছে 😬.

তেখেত সকলৰ ধমকি (?) ৰ বাবে পেজ ৰ নাম সলনি কৰা হল ৷ চৰকাৰী একো প্ৰচাৰ কৰা নহব ৷ কিন্ত প্ৰকৃত কৃষকৰ বাবে সদায় আমাৰ পৰা সহায় আগবঢ়োৱা হব আৰু আইনী ভাবে বাধা নাই এইটোত ৷

Department of Agriculture, Assam

অসম চৰকাৰে কাজি নেমুক অসমৰ ৰাজ্যিক ফল হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ অনন্য সুগন্ধি আৰু এণ্টি-অক্সিডেণ্ট ...
13/02/2024

অসম চৰকাৰে কাজি নেমুক অসমৰ ৰাজ্যিক ফল হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ অনন্য সুগন্ধি আৰু এণ্টি-অক্সিডেণ্ট গুণাগুণৰ সৈতে, অসমৰ কাজি নেমুৱে আমাৰ স্থানীয় ৰন্ধন প্ৰণালী সমৃদ্ধ কৰিছে।

আজিৰ এই ঘোষণাই বিশ্বব্যাপী ফলৰ মানচিত্ৰত কাজি নেমুক অধিক জিলিকাই তুলিবলৈ সাজু হৈছে, যাৰ ফলত আত্মনিৰ্ভৰশীল আৰু উৎপাদনো অধিক বৃদ্ধি হ'ব।

Our Government has decided to declare Kaji Nemu (Citrus Limon) as the State Fruit of Assam. With its unique aroma & antioxidant properties, Assam lemon has enriched our local cuisines.

With today’s announcement, it is set to shine on the global fruit map, boosting self-dependency & production.


Himanta Biswa Sarma
Dept. of Agriculture, Assam Government
Assam Agribusiness Rural Transformation Project - APART Assam

09/02/2024
গ্রাম্য আন্তঃগাঁথনি পুঁজি (RIDF)ৰ অধীনত নিশ্চিত জলসিঞ্চনৰ সুবিধা লাভ কৰিবলৈ গ্ৰহণ কৰা সৌৰশক্তিচালিত পাম্প চেট বিতৰণৰ অভি...
08/02/2024

গ্রাম্য আন্তঃগাঁথনি পুঁজি (RIDF)ৰ অধীনত নিশ্চিত জলসিঞ্চনৰ সুবিধা লাভ কৰিবলৈ গ্ৰহণ কৰা সৌৰশক্তিচালিত পাম্প চেট বিতৰণৰ অভিলাষী আঁচনিয়ে বহুলোকক উপকৃত কৰিব। ৮৫% ৰাজসাহায্যৰ জৰিয়তে লাভ কৰিবলগীয়া এই পদক্ষেপৰ সবিশেষ জানিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰক।

Himanta Biswa Sarma
CMO Assam
Atul Bora অতুল বৰা
Directorate of Information and Public Relations, Assam
Assam Agribusiness Rural Transformation Project - APART Assam

17/12/2023

সদ্যপ্ৰয়াত বিশিষ্ট অভিলেতা #জয়ন্ত__সাস লৈ Dept. of Agriculture, Assam Government ৰ তৰফ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো ৷

তেখেতে PMkishan আঁচনিৰ সম্পৰ্কে কোৱা মুল্যবান কথা খিনি এবাৰ চাব চোন,

Good News
09/10/2023

Good News

সুখবৰ। অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন সফলতা! নতুনকৈ উদ্ভাৱন কৰা উচ্চ উৎপাদনক্ষম শালি ধানৰ তিনিটা আৰু মাহজাতীয় শস্যৰ তিনিটাসহ মুঠ ৬টা নতুন জাতে লাভ কৰিলে ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অনুমোদন।

অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানীসকলে দীৰ্ঘদিনীয়া গৱেষণাৰ অন্তত উদ্ভাৱন কৰা তিনিটা উচ্চ উৎপাদনক্ষম শালি ধানৰ জাত- "পাটকাই", "শতাব্দী", "প্ৰচুৰ" আৰু তিনিটা মাহজাতীয় শস্য বিশেষকৈ মটৰমাহৰ জাত "জেউতি", মগুমাহৰ জাত "বুৰৈ" আৰু মাটিমাহৰ জাত "পাভৈ"-এ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অন্তৰ্গত কেন্দ্ৰীয় কৃষিজাত অনুমোদন সমিতিৰ অনুমোদন লাভ কৰিছে।

এই আনন্দৰ মুহূৰ্তত উদ্ভাৱন প্ৰক্ৰিয়াৰে জড়িত তিতাবৰস্থ অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানীসকল, নগাঁও মাণ্ডলিক কৃষি গৱেষণা পৰিষদৰ বিজ্ঞানীসকল প্ৰমুখ্যে ইয়াৰ সৈতে জড়িত অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰতিগৰাকী বিজ্ঞানীক মোৰ আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

বিশেষ গুণবিশিষ্ট এই উন্নত জাতসমূহে আমাৰ কৃষকসকলক যথেষ্ট উপকৃত কৰিব আৰু কৃষি উৎপাদন বৃদ্ধিত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আমি গভীৰ আশাবাদী। অসম কৃষি বিশ্ববিদ্যালয়ৰ এনে সফলতাৰ ধাৰা সদায়ে অব্যাহত থাকক, তাকেই কামনা কৰিলোঁ।

National Farmer's Day 2022:Kisan Diwas, also known as National Farmer's Day, is celebrated annually on December 23 to co...
23/12/2022

National Farmer's Day 2022:Kisan Diwas, also known as National Farmer's Day, is celebrated annually on December 23 to commemorate the birth anniversary of Chaudhary Charan Singh, a former Prime Minister of India who was known as the "Champion of Indian Peasants."
In winter’s chill or summer’s heat, a farmer works so the world can eat.
Happy Farmer’s Day!

Address

Khanapara
Guwahati

Website

Alerts

Be the first to know and let us send you an email when Agriculture Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share