03/09/2026
কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পাল,আই.এ.এছ.ৰ অধ্যক্ষতাত আজি ডিমৰীয়া সম জিলাত পথ সুৰক্ষা সমিতিৰ এখন বৈঠক অনুস্থিত হয় । বৈঠকত জিলা আয়ুক্তগৰাকীয়ে পথ সুৰক্ষাৰ লগত জড়িত বিষয় সন্দৰ্ভত পৰ্যালোচনা কৰে । আজিৰ এই বৈঠকত ডিমৰীয়া সমষ্টিৰ মাননীয় বিধায়ক ড০ তপন দাস, ডিমৰীয়া সমজিলা আয়ুক্ত কণকণ শৰ্মা ,অতিৰিক্ত জিলা আয়ুক্ত ৰাজা বৈশ্য,উপ আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰা(যানবাহন),পথ সুৰক্ষা সমিতিৰ সদস্য-সচিব অভিজিৎ চৌধুৰী,জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসকে আদি কৰি পথ সুৰক্ষাৰ লগত জড়িত সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্হিত থাকে ।
The DRSC meeting was held today at Dimoria CO-District under the chairmanship of Swapneel Paul, IAS, DC Kamrup Metro. During the meeting the District Commissioner reviewed various issues related to road safety and discussed measures to strengthen road safety in the area.The meeting was attended by Hon'ble MLA of Dimoria Dr. Tapan Das, Dimoria CDC Kankan Sarma, ADC Raja Baishya, DCP(Traffic)Jayanta Sarathi Bora, DRSC Member -Secretary Abhijit Chaudhury,DTO Himanshu Kumar Das along with officials from various departments concerned with road safety.
CMO Assam
Directorate of Information and Public Relations, Assam
Janasanyog Kamrup Metro