অসম যুৱ পৰিষদ

অসম যুৱ পৰিষদ অসম গণ পৰিষদৰ যুৱশক্তিৰ সোঁতৰ ডেউকা অ? AXOM YUVA PARISHAD

30/03/2026

: মিত্ৰদল বিজেপিৰ মাননীয় ৰাষ্ট্ৰীয় সভাপতি শ্ৰী নীতিন নবীন ডাঙৰীয়াৰ উপস্থিতিত বিজয় সংকল্প সভা, বোকাখাত

13/10/2025

সুদীৰ্ঘ ৪০ বছৰ অতিক্ৰমী কাইলৈ অসম গণ পৰিষদ দলে ৪১ বছৰত ভৰি দিব।অসম গণ পৰিষদৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ৰ লগতে অগপৰ সাংগঠনিক জিলা, বিধানসভা সমষ্টি তথা বুথ সমিতিৰ কাৰ্যালয়তো প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ'ব।

শ্ৰদ্ধাৰ ৰাইজক এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে অসম গণ পৰিষদৰ তৰফৰপৰা আমন্ত্ৰণ জনালোঁ।

11/10/2025

অভিনন্দন!

কটন বিশ্ববিদ্যালয়ৰ ২০২৫-২৬ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত ৫ গৰাকী প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰে। সভাপতি পদত শ্ৰী দীপশেখৰ কলিতা, সংগীত সম্পাদক পদত শ্ৰী জ্ঞানদীপ তামুলী, আলোচনী সম্পাদক পদত শ্ৰীমতী এঞ্জেলিনা দাস, শৰীৰচৰ্চা বিভাগৰ সম্পাদক পদত শ্ৰী মৃণ্ময় বড়ো, ক্ৰিকেট সম্পাদক পদত শ্ৰী বিশাল বৈশ্যই বিজয় ধ্বজা উৰুওৱাবলৈ সক্ষম হয়।

নৱনিৰ্বাচিত প্ৰতিগৰাকী প্ৰাৰ্থীক অসম গণ পৰিষদ পৰিয়ালৰ তৰফৰপৰা অযুত অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ নতুন কাৰ্যকালৰ বাবে শুভকামনা জ্ঞাপন কৰিলোঁ। লগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলোঁ।

05/09/2025
17/01/2025
14/10/2024

Address

Ambari
Guwahati
781003

Alerts

Be the first to know and let us send you an email when অসম যুৱ পৰিষদ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to অসম যুৱ পৰিষদ:

Share