BJP Dispur Mandal

BJP Dispur Mandal ।। জয় শ্ৰী ৰাম ।।
।। ভাৰত মাতা কি জয় ।।
আকৌ এবাৰ মোদী চৰকাৰ

দিশপুৰ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক মাননীয় প্ৰদ্যুৎ বৰদলৈদেৱক দিশপুৰ মণ্ডলৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰাৰ বাবে আয়োজিত ...
17/05/2026

দিশপুৰ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক মাননীয় প্ৰদ্যুৎ বৰদলৈদেৱক দিশপুৰ মণ্ডলৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰাৰ বাবে আয়োজিত অভিনন্দন অনুষ্ঠানৰ কিছু মূহুৰ্তত

মাননীয় Pradyut Bordoloi প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক অসম বিধানসভাৰ দিশপুৰ সমষ্টিৰ পৰা বিজয় লাভ কৰাৰ বাবে আন্তৰিক অভিনন্দন ...
05/05/2026

মাননীয় Pradyut Bordoloi প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক অসম বিধানসভাৰ দিশপুৰ সমষ্টিৰ পৰা বিজয় লাভ কৰাৰ বাবে আন্তৰিক অভিনন্দন জনাইছোঁ। এই বিজয় জনতাৰ আপোনাৰ ওপৰত থকা বিশ্বাস আৰু আস্থাৰ স্পষ্ট প্ৰতিচ্ছবি । আপোনাৰ নেতৃত্বত দিশপুৰ তথা সমগ্ৰ অসমে অধিক উন্নতি আৰু অগ্ৰগতি লাভ কৰক তাৰে কামনা কৰিলোঁ।

05/05/2026

ধন্যবাদ অসমবাসী ৰাইজ🙏

এই জনাদেশ অভূতপূৰ্ব আৰু ঐতিহাসিক। সুৰক্ষিত আৰু বিকশিত অসমৰ বাবে ভাৰতীয় জনতা পাৰ্টি সদায়ে সংকল্পবদ্ধ।

Dilip Saikia
18/04/2026

Dilip Saikia

কংগ্ৰেছ, DMK, TMC, সমাজবাদী পাৰ্টি INDI মিত্ৰজোঁটৰ নাৰী শক্তি বিৰোধী অৱস্থান ইতিহাসে কেতিয়াও ক্ষমা নকৰিব।

ধিক্‌ কংগ্ৰেছ, ধিক্‌ বিৰোধী ৰাজনৈতিক দলসমূহ....

সময়ত দেশৰ আই-মাতৃ, নাৰী শক্তিয়ে ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় দিব।

Pradyut Bordoloi
09/04/2026

Pradyut Bordoloi

এইকেইদিন মোৰ সৈতে ছাঁটোৰ দৰে থকা, মোক মৰম, আশীৰ্বাদেৰে আৱৰি ৰখা প্ৰত্যেকগৰাকী শুভাকাংক্ষীলৈ মোৰ অন্তৰৰ নিভৃত কোণৰ পৰা জনাইছোঁ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা। দিনটোৰ শেষত ভাগৰুৱা হৈ পৰিলেও আপোনালোকৰ এই মৰম আৰু আশীৰ্বাদখিনিয়ে মোক সাহস দিয়ে, মোক উৎসাহ দিয়ে ন-প্ৰভাতৰ সৈতে পুনৰ নতুন উদ্যমেৰে কাম কৰি যাবলৈ।

আন্তৰিক ধন্যবাদেৰে,
প্ৰদ্যুত বৰদলৈ।

07/04/2026

Pradyut Bordoloi

Pradyut Bordoloi
07/04/2026

Pradyut Bordoloi

Pradyut Bordoloi
06/04/2026

Pradyut Bordoloi

আজিৰ কাৰ্যসূচী নিৰ্বাচনী প্ৰচাৰ ৰেলী 🙏🏻🪷✨❤️

Address

Dispur
Guwahati
781001

Website

Alerts

Be the first to know and let us send you an email when BJP Dispur Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share