08/10/2026
অসম তথা ভাৰতৰ গৌৰৱ l
#স্বৰ্ণকণ্যা Lovlina Borgohain'ইক স্ব-গৃহলৈ আদৰণি জনাইছো।
#লাভলীনাই, শেহতীয়াকৈ জাপানত অনুষ্ঠিত হৈ যোৱা এছিয়ান এথলেটিকছ #বস্কিং_প্ৰতিযোগীতাত চীনৰ প্ৰতিদ্বন্দ্বিক হৰুৱাই #স্বৰ্ণপদক Gold Medal আজুৰি অনিবলৈ সক্ষম হোৱাৰ পাছত আজি গৃহ জিলাত পদাৰ্পন কৰাৰ মুহুৰ্তত, বোকাখাত ৰাজহুৱা খেলপথাৰত বোকাখাত বিধান সভা সমষ্টিৰ সন্মানীয় বিধায়ক তথা অসম চৰকাৰৰ জেষ্ঠ্য কেবিনেট মন্ত্ৰী মহোদয়ৰ লগতে বোকাখাত সম-জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত #ৰাজহুৱা_সম্বৰ্ধনা অনুষ্ঠানত , & Golaghat District Committee'ৰ উদ্যোগত স্বৰ্ণকণ্যা #লাভলীনা_বৰগোহাঁইক সম্বৰ্ধনা পত্ৰ আৰু Mising Érkok কেৰে সম্বৰ্ধনা জনাওঁ।
Takam Mising Porin Kébang - TMPK All Mising Students' Union