30/03/2023
On the holy occasion of Ram Navami, we the team of 'Prayash' fed 100+ homeless and hungry people across the city . An effort to bring a smile continues. May Shri Ram always guide and bless us. जय श्री राम ❤️✨
প্ৰভু ৰামৰ জন্ম জয়ন্তী উপলক্ষে আমি প্ৰয়াস গোটৰ তৰফৰ পৰা মহানগৰৰ বিভিন্ন স্থানৰ গৃহ হীন ক্ষুধাতুৰ প্ৰায় ১০০ লোকক এমুঠি অন্নদানৰ কাৰ্যসূচী হাতত লৈছোঁ।প্ৰভূ শ্ৰীৰামচন্দ্ৰই সকলোকে কৃপা কৰক। জয় শ্ৰীৰাম ❤️✨