08/09/2025
📍গুৱাহাটীত উপস্থিত হ’ল চিপিআই(এম)ৰ নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক কমৰেড এম এ বেবী
📍 সম্পাদক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত প্ৰথমবাৰলৈ অসমলৈ আহিছে
📍বিমান বন্দৰত উষ্ণ আদৰণি পাৰ্টিৰ ৰাজ্যিক কমিটি আৰু বিভিন্ন গণসংগঠনৰ নেতৃত্বৰ
📍কাইলৈ প্ৰথম কাৰ্যসূচী হিচাপে পুৱা ১১ঃ০০ বজাত দীঘলী পুখুৰীৰ পাৰত থকা ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত মাল্যদান কৰিব
📍ইয়াৰ পাছত গুৱাহাটী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত আলোচনা সভাত তেখেতে অংশ ল'ব