18/08/2025
প্ৰতি বছৰৰ দৰে এইবেলিও শান্তিপ্ৰিয় বৃহত্তৰ পছৰীয়া সমাজৰ তৰফৰ পৰা মনসা পূজা উপলক্ষে ভক্তপ্ৰাণ ৰাইজৰ মাজত শীতল পানী বিতৰণ কৰো।
উক্ত অনুষ্ঠানত আমাৰ কাষত থাকি আমাক সহায় কৰে ভাৰতীয় জনতা পাৰ্টীৰ মেডিকেল কোষৰ সহ:আহ্বায়ক ডাক্তৰ বেদব্ৰত পাঠক ডাঙৰীয়াই।
তেখেতৰ লগতে ভক্তপ্ৰাণ ৰাইজে কৰা সহায় সহযোগিতা আমাৰ বাবে আশীৰ্বাদ ।