অসম ছাত্ৰ পৰিষদ পশ্চিম গুৱাহাটী বিধান পৰিষদ

  • Home
  • India
  • Guwahati
  • অসম ছাত্ৰ পৰিষদ পশ্চিম গুৱাহাটী বিধান পৰিষদ

অসম ছাত্ৰ পৰিষদ পশ্চিম গুৱাহাটী বিধান পৰিষদ Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from অসম ছাত্ৰ পৰিষদ পশ্চিম গুৱাহাটী বিধান পৰিষদ, Political organisation, Guwahati.

Ramendra Narayan KalitaRamendra Narayan Kalita Fans Club
17/06/2022

Ramendra Narayan Kalita
Ramendra Narayan Kalita Fans Club

মহান শিল্পী, আধুনিক অসমীয়া সমাজৰ যুগদ্ৰষ্টা, সুন্দৰৰ পূজাৰী, অসমীয়া চলচ্চিত্ৰ জগতৰ জনক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ জন্ম তিথিত তেখেতক শ্ৰদ্ধাৰে প্ৰণিপাত জনাইছোঁ৷

আজি ইংৰাজী 05/12/21 তাৰিখে ধাৰাপুৰত পশ্চিম গুৱাহাটী ছাত্ৰ পৰিষদৰ এখনি সভা অনুষ্ঠিত হয়,সভাত কামৰূপ জিলাৰ সাধাৰণ সম্পাদক প...
05/12/2021

আজি ইংৰাজী 05/12/21 তাৰিখে ধাৰাপুৰত পশ্চিম গুৱাহাটী ছাত্ৰ পৰিষদৰ এখনি সভা অনুষ্ঠিত হয়,সভাত কামৰূপ জিলাৰ সাধাৰণ সম্পাদক পৰেশ বৰুৱা ডাঙৰীয়া,সমষ্টি সম্পাদক ৰুবুল বৈশ্য ডাঙৰীয়া ,যুৱ বিধান পৰিষদৰ সভাপতি বিপুল দাস ডাঙৰীয়া ,সাধাৰণ সম্পাদক পংকজ জ্যোতি দাস ডাঙৰীয়া সাংগঠনিক সম্পাদক গফুৰ আলি লগতে মই সমষ্টিৰ ছাত্ৰ পৰিষদৰ সভাপতি গুনজিৎ বৈশ্য উপস্থিত থাকোঁ।সভাত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ হব লগীয়া ছাত্ৰ একতা সভাৰ নিৰ্বাচন সম্পৰ্কে আলোচনা কৰা হয়।
জয় আই অসম
অসম গণ পৰিষদ জিন্দাবাদ
অসম ছাত্ৰ পৰিষদ জিন্দাবাদ
অসম যুৱ পৰিষদ জিন্দাবাদ
Ramendra Narayan Kalita
Ramendra Narayan Kalita Fans Club
We Support Ramendra Narayan kalita

09/09/2021
Ramendra Narayan KalitaRamendra Narayan Kalita Fans ClubHimanta Biswa SarmaKeshab Mahanta কেশৱ মহন্তAtul Bora  অতুল বৰাM...
29/08/2021

Ramendra Narayan Kalita
Ramendra Narayan Kalita Fans Club
Himanta Biswa Sarma
Keshab Mahanta কেশৱ মহন্ত
Atul Bora অতুল বৰা
Manoj Saikia মনোজ শইকীয়া
Dr. Tapan Das

We Support Ramendra Narayan KalitaRamendra Narayan Kalita
26/08/2021

We Support Ramendra Narayan Kalita
Ramendra Narayan Kalita

ভাৰত ৰত্ন মাদাৰ টেৰেছাৰ জন্মতিথিত তেখেতক শ্ৰদ্ধাৰে সুৱৰিছোঁ৷
১৯৭৯ চনত মাদাৰ টেৰেজাক 'শান্তিৰ নোবেল বঁটা' প্ৰদান কৰা হয়।

23/08/2021

Ramendra Narayan Kalita

Ramendra Narayan KalitaRamendra Narayan Kalita Fans Club
20/08/2021

Ramendra Narayan Kalita
Ramendra Narayan Kalita Fans Club

অভিনন্দন

মিত্ৰজোঁটৰ নেতৃত্বতধীন চৰকাৰখনে আজি ১০০ দিন অতিক্ৰম কৰাৰ প্ৰাকমুহূৰ্তত চৰকাৰ খনৰ লগত একত্ৰিত হৈ ৰাইজৰ সেৱাত বৰ্তি থকা সমূহ বিষয়ববীয়ালৈ মোৰ তৰফৰ পৰা আন্তৰিক অভিন্দন জ্ঞাপন কৰিলোঁ৷
বিশেষকৈ মোৰ ভাতৃ প্ৰতিম মাননীয় ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বৰে সুন্দৰকৈ আগবঢ়াই নিয়াৰ দক্ষতাক মোৰ তৰফৰ পৰা পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ৷

Himanta Biswa Sarma

ইছলামিক নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালো।Ramendra Narayan KalitaRamendra Narayan Kalita Fans ClubManoj Saikia  মনোজ শইকীয়া...
20/08/2021

ইছলামিক নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালো।
Ramendra Narayan Kalita
Ramendra Narayan Kalita Fans Club
Manoj Saikia মনোজ শইকীয়া
Dr. Tapan Das
Atul Bora অতুল বৰা
Keshab Mahanta কেশৱ মহন্ত

19/08/2021

অসমী আইৰ সুু-সন্তান গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ ওপজা দিনত তেখেতক আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ৷
তেখেতে অসমৰ সাহিত্য ,কলা- সংস্কৃতিক জগতলৈ যথেষ্ট অৰিহণা আগবঢ়াই থৈ গৈছে৷

18/08/2021

সমূহ অসমীয়া সমাজলৈ পৱিত্ৰ ভাদ মাহৰ মাংগলিক উৎসৱ-পাৰ্বণ উদযাপন উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। পৱিত্ৰ ভাদ মাহৰ আধ্যাত্মিক কৰ্মৰাজিৰ দ্বাৰা সকলোৰে মন পৱিত্ৰতাৰে ভৰি পৰঁক। সকলোৰে জীৱন সুন্দৰ হওঁক। অসমীয়া সমাজখন সৰ্বাংগসুন্দৰ ৰূপে বিশ্বত জিলিকি থাকক। তাৰেই কামনা কৰিলোঁ। জয় আই অসম। 🙏

11/08/2021
08/08/2021

অসম গণ পৰিষদ দলৰ সভাপতি ,মন্ত্ৰী তথা মোৰ সতীৰ্থ মাননীয় অতুল বৰা ডাঙৰীয়া ক’ভিড ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে৷ তেখেতৰ আশু আৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ৷
অতি সোনকালে তেওঁ সুস্থ হৈ ৰাইজৰ মাজলৈ উভতি আহে যেন৷

Atul Bora অতুল বৰা

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when অসম ছাত্ৰ পৰিষদ পশ্চিম গুৱাহাটী বিধান পৰিষদ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share