BJP SC Morcha South Kamrup District

BJP SC Morcha South Kamrup District Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BJP SC Morcha South Kamrup District, Political Party, vill Baralimara p o chamaria ps boko dist kamrup, Guwahati.

28/03/2026

আজি অসমৰ গৌৰৱোজ্জ্বল ইতিহাসৰ এক স্মৰণীয় দিন। ১২০৬ খ্ৰীষ্টাব্দত কামৰূপৰ পৰাক্ৰমী নৃপতি মহাৰাজ পৃথুৰ নেতৃত্বত আমাৰ বীৰ সেনাবাহিনীয়ে বিদেশী আক্রমণকাৰী বখতিয়াৰ খিলজী বাহিনীক কামৰূপত পৰাস্ত কৰি মাতৃভূমিৰ সুৰক্ষা নিশ্চিত কৰিছিল।
এই ঐতিহাসিক মহা বিজয় দিৱসে কেৱল কামৰূপ ৰাজ্যকেই সুৰক্ষিত কৰা নাছিল, বৰঞ্চ সমগ্ৰ পূব ভাৰতত বিদেশী আক্রমণৰ বিস্তাৰকো ৰোধ কৰিছিল। মহাৰাজ পৃথুৰ বীৰত্ব, দূৰদৰ্শিতা আৰু মাতৃভূমিৰ প্ৰতি তেওঁৰ অটল সমৰ্পণ আমাৰ জাতীয় গৌৰৱৰ এক চিৰন্তন প্ৰেৰণা হৈ থাকিব।

Today is Maha Vijay Diwas.

On this day 820 years ago, led by Maharaja Prithu, Assam resisted the advance of Bakhtiyar Khilji and decimated him.

This wasn’t just a military triumph. It preserved the identity of Kamarupa and safeguarded Assam’s civilizational heritage.

26/03/2026
16/02/2026
02/02/2026
30/12/2025

১৯৪৩ চনৰ আজিৰ দিনটোতে নেতাজী সুভাষ চন্দ্ৰ বসুৱে প'ৰ্টব্লেয়াৰত ত্ৰিৰংগা উত্তোলন কৰি ভাৰতৰ ভূমিক ব্ৰিটিছ শাসনৰ পৰা মুক্ত বুলি ঘোষণা কৰিছিল। সেয়ে এই দিন আমাৰ বাবে ঐতিহাসিক। এই দিন অতুলনীয় সাহস আৰু ঔপনিৱেশিক শাসনক অগ্রাহ্যৰ সময়েৰে মূর্তমান হোৱাৰ লগতে ভাৰতৰ স্বাধীনতাৰ প্ৰতি নেতাজীৰ অদম্য উৎসাহ আৰু প্ৰতিশ্ৰুতিৰ এক শক্তিশালী স্মাৰক হিচাপে কালৰ বুকুত খোদিত হৈ আছে।

On this day in 1943, Netaji Subhas Chandra Bose hoisted the Tricolour at Port Blair, declaring Indian soil free from British rule 🇮🇳

A moment of unmatched courage and defiance, it stands as a powerful reminder of Netaji’s indomitable spirit and commitment to India’s freedom

17/11/2025

Celebrating my 3rd year on Facebook. Thank you for your continuing support. I could never have made it without you. 🙏🤗🎉

13/09/2024

South Kamrup district

09/11/2022

At Chaygaon today.

Address

Vill Baralimara P O Chamaria Ps Boko Dist Kamrup
Guwahati
781136

Telephone

+919365920681

Website

Alerts

Be the first to know and let us send you an email when BJP SC Morcha South Kamrup District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJP SC Morcha South Kamrup District:

Share