Food, Public Distribution and Consumer Affairs Department

Food, Public Distribution and Consumer Affairs Department Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Food, Public Distribution and Consumer Affairs Department, Government Organization, Directorate of Food, Civil Supplies & Consumer Affairs Sethi Trust Building, Opp Big Bazar, Bhangagarh, Guwahati-781005 Assam, Gauhati.

The Department deals with the establishment matters of Inspector, Superintendent, Assistant Director, Deputy Director, Joint Director of FCS & CA regarding their appointment, transfer and posting, Promotion, granting of leave etc.,

সচেতন হওক, সুৰক্ষিত থাকক…কম মূল্যৰ প্ৰলোভনত পৰি ভুল সিদ্ধান্ত নল’ব। আপুনি কিনা প্ৰতিটো সামগ্ৰীৰ ক্ষেত্ৰত সজাগ থাকক, কিয়...
23/04/2026

সচেতন হওক, সুৰক্ষিত থাকক…

কম মূল্যৰ প্ৰলোভনত পৰি ভুল সিদ্ধান্ত নল’ব। আপুনি কিনা প্ৰতিটো সামগ্ৰীৰ ক্ষেত্ৰত সজাগ থাকক, কিয়নো গ্ৰাহকৰ সুৰক্ষা আপোনাৰ অধিকাৰ।

13/04/2026

নিজৰ উপভোক্তা অধিকাৰ জানক, ই অতি প্ৰয়োজনীয়।

“MRP” হৈছে সৰ্বাধিক খুচুৰা মূল্য, ইয়াৰ ওপৰত GST আদায় কৰা উচিত নহয়।

13/04/2026

গ্ৰাহক হিচাপে আপোনাৰ “তথ্য জনাৰ অধিকাৰ” ব্যৱহাৰ কৰক।

আপুনি ক্ৰয় কৰা সামগ্ৰীৰ পুষ্টি আৰু গুণগত তথ্য ভালদৰে পৰীক্ষা কৰি সঠিক সিদ্ধান্ত লওক।

পানী বিশুদ্ধকৰণৰ বাবে সম্প্ৰতি ঘৰে ঘৰে "ৱাটাৰ পিউৰিফাৱাৰ" ব্যৱহাৰ কৰে জনসাধাৰণে। গতিকে, এই পিউৰিফাৱাৰ ক্ৰয় কৰিলে আপোনাল...
10/04/2026

পানী বিশুদ্ধকৰণৰ বাবে সম্প্ৰতি ঘৰে ঘৰে "ৱাটাৰ পিউৰিফাৱাৰ" ব্যৱহাৰ কৰে জনসাধাৰণে। গতিকে, এই পিউৰিফাৱাৰ ক্ৰয় কৰিলে আপোনালোকে বিআইএছ স্বীকৃতিপ্ৰাপ্ত হয় নে নহয় তাৰ পৰীক্ষা কৰি ল'ব। আপোনাৰ কিঞ্চিৎ সজাগতাই আপোনাক স্বাস্থ্যৱান কৰি ৰাখিব পাৰে।

খাদ্য-সামগ্ৰী সম্পৰ্কীয় তথা কোনো সেৱা গ্ৰহণত যদি আপুনি অসুবিধাৰ সন্মুখীন হৈছে তেতিয়াহ'লে যোগাযোগ কৰক আমাৰ টোল ফ্ৰী নম্বৰ ১৮০০-৩৪৫-৩৫৮৮ ত।

বিক্ৰেতাই যদি MRP তকৈ অধিক টকা আপোনাৰ পৰা সংগ্ৰহ কৰিব বিচাৰে তেতিয়াহ'লে ১৮০০-৩৪৫-৩৫৮৮ যোগাযোগ কৰি তেওঁৰ বিৰুদ্ধে অভিযোগ...
10/04/2026

বিক্ৰেতাই যদি MRP তকৈ অধিক টকা আপোনাৰ পৰা সংগ্ৰহ কৰিব বিচাৰে তেতিয়াহ'লে ১৮০০-৩৪৫-৩৫৮৮ যোগাযোগ কৰি তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰক।

ডিজিটেল যুগত সুৰক্ষা অতি গুৰুত্বপূৰ্ণ।শক্তিশালী পাছৱৰ্ড ব্যৱহাৰ কৰি নিজৰ একাউণ্ট সুৰক্ষিত ৰাখক আৰু অনলাইন প্ৰৱঞ্চনাৰ পৰা...
10/04/2026

ডিজিটেল যুগত সুৰক্ষা অতি গুৰুত্বপূৰ্ণ।

শক্তিশালী পাছৱৰ্ড ব্যৱহাৰ কৰি নিজৰ একাউণ্ট সুৰক্ষিত ৰাখক আৰু অনলাইন প্ৰৱঞ্চনাৰ পৰা সাৱধান থাকক।

খাদ্য-সামগ্ৰী সম্পৰ্কীয় তথা কোনো সেৱা গ্ৰহণত যদি আপুনি অসুবিধাৰ সন্মুখীন হৈছে তেতিয়াহ'লে যোগাযোগ কৰক আমাৰ টোল ফ্ৰী নম্বৰ ১৮০০-৩৪৫-৩৫৮৮ ত।

খাদ্য-সামগ্ৰী সম্পৰ্কীয় তথা কোনো সেৱা গ্ৰহণত যদি আপুনি অসুবিধাৰ সন্মুখীন হৈছে তেতিয়াহ'লে যোগাযোগ কৰক আমাৰ টোল ফ্ৰী নম্...
10/04/2026

খাদ্য-সামগ্ৰী সম্পৰ্কীয় তথা কোনো সেৱা গ্ৰহণত যদি আপুনি অসুবিধাৰ সন্মুখীন হৈছে তেতিয়াহ'লে যোগাযোগ কৰক আমাৰ টোল ফ্ৰী নম্বৰ ১৮০০-৩৪৫-৩৫৮৮ ত।

অনলাইনত ব্যক্তিগত তথ্য শ্বেয়াৰ কৰোঁতে সাৱধান হওক।আপোনাৰ এটা সৰু ভুলেই প্ৰৱঞ্চকৰ সুযোগ হৈ পৰিব পাৰে।খাদ্য-সামগ্ৰী সম্পৰ্...
10/04/2026

অনলাইনত ব্যক্তিগত তথ্য শ্বেয়াৰ কৰোঁতে সাৱধান হওক।

আপোনাৰ এটা সৰু ভুলেই প্ৰৱঞ্চকৰ সুযোগ হৈ পৰিব পাৰে।

খাদ্য-সামগ্ৰী সম্পৰ্কীয় তথা কোনো সেৱা গ্ৰহণত যদি আপুনি অসুবিধাৰ সন্মুখীন হৈছে তেতিয়াহ'লে যোগাযোগ কৰক আমাৰ টোল ফ্ৰী নম্বৰ ১৮০০-৩৪৫-৩৫৮৮ ত।

কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা প্ৰাধিকৰণে গ্ৰাহকসকলৰ সুবিধাৰ্থে তথা তেওঁলোকৰ অধিকাৰসমূহ অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে কৰ্মস...
10/04/2026

কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা প্ৰাধিকৰণে গ্ৰাহকসকলৰ সুবিধাৰ্থে তথা তেওঁলোকৰ অধিকাৰসমূহ অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে কৰ্মসম্পাদন কৰে। এই সুৰক্ষা আইনৰ মুখ্য উদ্দেশ্য সমূহ হৈছে ক্ৰমে গ্ৰাহকৰ অভিযোগসমূহৰ ই-দাখিলকৰণ, বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে জৰিমনা গ্ৰহণ, ৫ লাখ টকালৈকে গোচৰ ৰুজু কৰাৰ ক্ষেত্ৰত নাথাকিব কোনো মাচুল, অনুচিত বাণিজ্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ আৰু বৈকল্পিক বিবাদ নিষ্পত্তিৰ ব্যৱস্থা কৰা ইত্যাদি।

খাদ্য-সামগ্ৰী সম্পৰ্কীয় তথা কোনো সেৱা গ্ৰহণত যদি আপুনি অসুবিধাৰ সন্মুখীন হৈছে তেতিয়াহ'লে যোগাযোগ কৰক আমাৰ টোল ফ্ৰী নম্বৰ ১৮০০-৩৪৫-৩৫৮৮ ত।

আমাৰ দেশৰ সকলো নাগৰিকে গ্ৰাহক হিচাবে কিছুমান বিশেষ অধিকাৰ উপভোগ কৰিব পাৰে। এইবোৰকে "গ্ৰাহক অধিকাৰ" বোলে। ইয়াৰ ভিতৰত অন্...
10/04/2026

আমাৰ দেশৰ সকলো নাগৰিকে গ্ৰাহক হিচাবে কিছুমান বিশেষ অধিকাৰ উপভোগ কৰিব পাৰে। এইবোৰকে "গ্ৰাহক অধিকাৰ" বোলে। ইয়াৰ ভিতৰত অন্যতম হৈছে "তথ্য জনাৰ অধিকাৰ"।

খাদ্য-সামগ্ৰী সম্পৰ্কীয় তথা কোনো সেৱা গ্ৰহণত যদি আপুনি অসুবিধাৰ সন্মুখীন হৈছে তেতিয়াহ'লে যোগাযোগ কৰক আমাৰ টোল ফ্ৰী নম্বৰ ১৮০০-৩৪৫-৩৫৮৮ ত।

On World Consumer Rights Day, let us promote awareness, responsible buying, and the protection of consumer rights.An inf...
16/03/2026

On World Consumer Rights Day, let us promote awareness, responsible buying, and the protection of consumer rights.

An informed consumer is the strongest force for fairness and transparency in the marketplace.

প্ৰতিটো পেকেটজাত সামগ্ৰী ক্ৰয় কৰাৰ আগতে চাওক এই গুৰুত্বপূৰ্ণ তথ্যসমূহ- সামগ্ৰীৰ নাম, নিৰ্মাতা/প্ৰস্তুতকাৰীৰ বিৱৰণ, সৰ্ব...
15/03/2026

প্ৰতিটো পেকেটজাত সামগ্ৰী ক্ৰয় কৰাৰ আগতে চাওক এই গুৰুত্বপূৰ্ণ তথ্যসমূহ- সামগ্ৰীৰ নাম, নিৰ্মাতা/প্ৰস্তুতকাৰীৰ বিৱৰণ, সৰ্বাধিক খুচুৰা মূল্য (MRP) তথা সামগ্ৰীবিধ প্ৰস্তুতিৰ সবিশেষ।

সচেতন উপভোক্তাৰ হিচাবে নিজৰ পৰিচয় দাঙি ধৰক।

Address

Directorate Of Food, Civil Supplies & Consumer Affairs Sethi Trust Building, Opp Big Bazar, Bhangagarh, Guwahati-781005 Assam
Gauhati
781005

Alerts

Be the first to know and let us send you an email when Food, Public Distribution and Consumer Affairs Department posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Food, Public Distribution and Consumer Affairs Department:

Share