All India United Democratic Front - AIUDF

All India United Democratic Front - AIUDF Official page of All India United Democratic Front - (AIUDF), a registered Political Party in Assam.

29/05/2026

গুৰুত্বপূৰ্ণ জাননী

​শেহতীয়াকৈ এটা অসাধু চক্ৰই ফেচবুকত ভুৱা গ্ৰুপ সৃষ্টি কৰি ছ’চিয়েল মিডিয়াত AIUDF-ক বদনাম কৰাৰ উদ্দেশ্যে বিভিন্ন বিতৰ্কিত পোষ্ট প্ৰচাৰ কৰি অহাটো আমাৰ দৃষ্টিগোচৰ হৈছে।

​এই সন্দৰ্ভত দলৰ তৰফৰ পৰা অতি শীঘ্ৰে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

​আমি জনসাধাৰণক অৱগত কৰিব বিচাৰোঁ যে, দলৰ একমাত্ৰ অফিচিয়েল ভেৰিফাইড ফেচবুক পেজৰ লিংক তলত প্ৰদান কৰা হ’ল।অফিচিয়েল পেজৰ বাহিৰে অন্য কোনো পেজ বা গ্ৰুপৰ কোনো পোষ্টৰ বাবে দল কোনো প্ৰকাৰে দায়ী নহয়।

​সজাগ থাকক, অপপ্ৰচাৰৰ পৰা আঁতৰি থাকক।

AIUDF OFFICIAL PAGE LINK -

https://www.facebook.com/share/17fXmfmKE4/

​ধন্যবাদেৰে,
​ড° হাফিজ ৰফিকুল ইছলাম
সাধাৰণ সম্পাদক (সাংগঠনিক)
এ আই ইউ ডি এফ (AIUDF)

Official page of All India United Democratic Front - (AIUDF), a registered Political Party in Assam.

27/05/2026

UCC সম্পৰ্কত বিধান সভাত বিধায়ক Mazibur Rahman ডাঙৰীয়াৰ বক্তব্য।

26/05/2026

Mazibur Rahman hon'ble MLA Dalgaon.

25/05/2026

ষষ্ঠদশ বিধান সভাৰ প্ৰথম অধিবেশনত মহামহিম ৰাজ্যপাল ডাঙৰীয়াৰ ভাষনৰ ধন্যবাদ সূচক প্ৰস্তাবৰ ওপৰত হোৱা আলোচনাত অংশ গ্ৰহণ কৰি বিধায়ক মুজিবৰ ৰহমান ডাঙৰীয়াৰ বক্তব্য।

Mazibur Rahman

21/05/2026

এ আই ইউ ডি এফৰ সাংগঠনিক সম্পাদক তথা দলগাঁও বিধান সভা সমষ্টিৰ পৰা দ্বিতীয় বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত মুজিবুৰ ৰহমান ডাঙৰীয়াই আজি ষষ্ঠদশ বিধান সভাৰ প্ৰথম অধিবেশনত নিজৰ শপত বাক্য পাঠ কৰি শপতগ্ৰহণ কৰে। তেখেতলৈ আমি আমাৰ দলৰ পৰা আন্তৰিক ধন্যবাদ ও অভিনন্দন জ্ঞাপন কৰিলো।

Mazibur Rahman

21/05/2026

এ আই ইউ ডি এফৰ সাংগঠনিক সম্পাদক তথা দলগাঁও বিধান সভা সমষ্টিৰ পৰা দ্বিতীয় বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত মুজিবুৰ ৰহমান ডাঙৰীয়াই আজি ষষ্ঠদশ বিধান সভাৰ প্ৰথম অধিবেশনত নিজৰ শপত বাক্য পাঠ কৰি শপতগ্ৰহণ কৰে। তেখেতলৈ আমি আমাৰ দলৰ পৰা আন্তৰিক ধন্যবাদ ও অভিনন্দন জ্ঞাপন কৰিলো।

Mazibur Rahman

01/05/2026

Address

Friends Path, Hatigaon
Guwahati
781038

Website

Alerts

Be the first to know and let us send you an email when All India United Democratic Front - AIUDF posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to All India United Democratic Front - AIUDF:

Share