03/09/2026
ৰাইজৰ দলৰ সৈতে মিত্ৰজোঁট ভংগ কৰাৰ সিদ্ধান্তৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
এই মিত্ৰজোঁট আজি ভংগ হোৱাটো উচিত আছিল যদিও, আচলতে বহু আগতেই এই মিত্ৰজোঁট ভংগ হ’ব লাগিছিল। সঠিক সময়ত সঠিক সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে গৌৰৱ গগৈ ডাঙৰীয়াক ৰিলিফ এণ্ড ৰিহেবিলিটেচন ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।